কহিনুৰ থিয়েটাৰৰ ৫০সংখ্যক নাট্যবৰ্ষৰ শুভাৰম্ভ
অসমৰ নাট্য নগৰী হিচাপে পৰিচিত পাঠশালাত জন্ম হৈছিল অসমৰ সৰ্বোৎকৃষ্ট গণমাধ্যম হিচাপে পৰিচিত ভ্ৰাম্যমাণ থিয়েটাৰৰ৷ ১৯৬৩ চনত পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগনত মঞ্চ প্ৰভাকৰ অচ্যুৎ লহকৰ সৃষ্ট নটৰাজ থিয়েটাৰৰ জন্মৰ লগে লগে অসমত ভ্ৰাম্যমাণ থিয়েটাৰৰ এক…