নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

৯,০০০ৰ চাকৰি শেষ! দ্বিতীয়বাৰৰ বাবে বৃহৎসংখ্যক কৰ্মচাৰী আঁতৰালে মাইক্র’ছফ্টে

মাইক্র’ছফ্টে পুনৰ হাজাৰ হাজাৰ কৰ্মচাৰী আঁতৰাইছে। এই বছৰত দ্বিতীয়বাৰৰ বাবে বৃহৎসংখ্যক চাটাই কৰিছে মাইক্র’ছফ্টে আৰু বিগত দুই বছৰত কোম্পানীটোৰ আটাইতকৈ এয়া ডাঙৰ চাটাই অভিযান। কোম্পানীটোৱে চাটাইৰ জাননী প্ৰেৰণ আৰম্ভ কৰে, যিয়ে Xbox ভিডিঅ’ গেম…

কাৰিকৰী বিজুতিৰ বাবে পুনৰ দিল্লী-ৱাশ্বিংটন বিমান বাতিল এয়াৰ ইণ্ডিয়াৰ

এয়াৰ ইণ্ডিয়াই দিল্লীৰ পৰা ৱাশ্বিংটন ডিচি অভিমুখী তাৰ বিমান বাতিল কৰে, যিহেতু ভিয়েনাত এক নিয়মীয়া ৰিফুয়েলিং ৰখাৰ সময়ত দেখা পোৱা প্ৰযুক্তিগত সমস্যাৰ বাবে অধিক সময়ৰ সংৰক্ষণ কামৰ প্ৰয়োজন হৈছিল। এয়াৰলাইনৰ এজন মুখপাত্ৰই এই কথা জনায়। ভিয়েনাৰ পৰা…

সম্পাদকীয় : তাপপ্রৱাহৰ গ্রাসত ইউৰোপ

ভয়ংকৰ তাপপ্রৱাহৰ কবলত পৰিছে ইউৰোপ৷ ভাৰতৰ বিভিন্ন চহৰৰ দৰে ইউৰোপৰ প্রায় সকলো দেশৰ চহৰতে উৎকট গৰমে মানুহৰ স্বাভাৱিক জীৱনযাত্রালৈ নমাই আনিছে সংকট৷ তাপদহনৰ নিৰিখেৰে চাবলৈ গ’লে আজিৰ মুহূর্তত যেন ভাৰতৰ দিল্লী, কলকাতা, গুৱাহাটীৰ সৈতে পার্থক্য…

ৰাজ্যত JEৰ ভয়ংকৰ ৰূপ : GMCHত ৩৪ আক্রান্ত চিকিৎসাধীন

ৰাজ্যত ভয়ংকৰ ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছ (জেই)–এ৷ বিগত বর্ষতকৈ ৬৫ শতাংশ লোক আক্রান্ত হৈছে এই ৰোগত৷ অতিপাত জ্বৰ, মূৰৰ বিষ, বমি, মানসিক অস্থিৰতা হৈছে এই ৰোগৰ কাৰক৷ উদ্বেগজনক হৈ পৰা জেইক লৈ স্বাস্থ্য বিভাগে বিশেষ তৎপৰতা গ্রহণ কৰিছে যদিও…

বার্মিংহাম টেষ্ট : গিলৰ শতকেৰে প্রথম দিনা ভাৰতৰ ৩১০/৫

ঘৰুৱা দল ইংলেণ্ডৰ বিপক্ষে আৰম্ভ হোৱা বার্মিংহাম টেষ্টৰ প্রথম দিনাই সন্মানজনক স্থিতিত উপনীত হৈছে টীম ইণ্ডিয়া৷ অধিনায়ক শুভমন গিলৰ অপৰাজিত শতক আৰু অ’পেনাৰ যশস্বী জয়ছোৱালৰ দর্শনীয় অর্ধশতকৰ সহায়ত ভাৰতে প্রথম দিনৰ খেলৰ শেষলৈকে প্রথম ইনিংছত ৫টা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩ জুলাই, আহাৰ মাহৰ ১৮ তাৰিখ বৃহস্পতিবাৰ : তিথি–শুক্লা অষ্টমী, নক্ষত্র : হস্তা, যাত্রা : নাই মেষ : নানান প্রতিকূল পৰিস্থিতিৰ মাজেৰে দিনটো পাৰ হ’ব৷ স্বাস্থ্যত নানান অসুবিধা থাকিব৷ পাৰিবাৰিক শান্তি বিঘ্ণিত হ’ব পাৰে৷ নিকটজনৰ লগত সম্পর্কৰ…

শ্বেখ হাছিনাক ৬ মাহৰ কাৰাদণ্ড ICT-ৰ

বাংলাদেশৰ অপসাৰিত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক আদালত অৱমাননাৰ গোচৰত আন্তর্জাতিক অপৰাধ আদালত (ICT)-এ ৬ মাহৰ কাৰাবাস দিছে। ২০২৪ চনৰ আগষ্ট মাহত ক্ষমতাৰ পৰা উৎখাত হোৱা হাছিনাক আজি আন্তর্জাতিক অপৰাধ আদালত-১ (ICT-1)-ৰ তিনিজনীয়া বিচাৰপীঠে এই…

হায়দৰাবাদ বিমানবন্দৰত কেইবাখনো বিমান ডাইভাৰ্ট

বেয়া বতৰৰ বাবে মঙলবাৰ ৰাতি হায়দৰাবাদ বিমানবন্দৰত আহি থকা ৫খন বিমান অন্য চহৰলৈ ঘূৰাই পঠিওৱা হয় বুলি বিষয়াসকলে জনাইছে। যদিও এতিয়া পৰিস্থিতি স্বাভাৱিক হৈ পৰিছে বুলি তেওঁলোকে কয়। ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বতৰৰ অৱস্থা…

মৰাণত একেলগে ১৮ শিক্ষকক বিদায় সম্বৰ্ধনা 

"এজন ভাল শিক্ষকে সদায় শিক্ষাৰ্থীক অনুপ্ৰেৰণা যোগায়। আমি শিক্ষকতাৰ লগত জড়িত প্ৰত্যেকজন শিক্ষাগুৰুৱে প্ৰাত্যহিক  এই কথা মনত ৰখা দৰকাৰ" - বিশিষ্ট কবি, ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা প্ৰাপক সতীশ চুতীয়াই এক বিদায় সম্বৰ্দ্ধনা সভাত শিক্ষক সমাজৰ…

লখিমপুৰৰ নতুন সুৰ প্ৰকাশন পৰিষদৰ ২০২৫ বৰ্ষৰ সাহিত্যজ্যোতি-কথা-বৈভৱ বঁটা ঘোষণা

সাহিত্য চৰ্চাৰ জৰিয়তে সৃজনীশীল পৰিৱেশ সৃষ্টি, সমাজ-জীৱনলৈ সৃষ্টিশীলতাৰ জাগৰণ অনা আৰু সুস্থ জীৱনবোধৰ প্ৰতিষ্ঠাৰ বাবে দীৰ্ঘ সময়জুৰি কাম কৰি অহা উত্তৰ লখিমপুৰৰ গ্ৰন্থ-আলোচনী প্ৰকাশৰ অগ্ৰণী অনুষ্ঠান ‘নতুন সুৰ প্ৰকাশন পৰিষদে’ বিগত ২০০৬ চনৰ পৰা…