এসপ্তাহে সন্ধান নাই চিলাপথাৰৰ দুই সন্তানৰ মাতৃৰ, পৰিয়ালত হাহাকাৰ
ধেমাজিৰ চিলাপথাৰ থানাৰ অন্তৰ্গত গড়মৰা ৰহধলা গাঁৱৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিখোজ হৈ থকা বোৱাৰী গৰাকী হ'ল গড়মৰা ৰহধলা গাঁৱৰ বুল ভূঞাৰ ২৬ বছৰীয়া পত্নী সংগীতা ভূঞা।
সংগীতা ভূঞাই যোৱা ২০ জুনৰ পুৱা প্ৰায়…