উৎক্ষেপণৰ পৰা উভতি অহালৈকে মহাকাশ যাত্ৰাৰ সময়ত কি কৰিব শুভাংশু শুক্লা-ই… জানক সবিশেষ
ভাৰতৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা -কে ধৰি চাৰিজন মহাকাশচাৰীক লৈ যোৱা Axiom-4 অভিযান আজি দিনৰ ১২:০১ বজাত নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হয়। এই অভিযানে চাৰিওজন মহাকাশচাৰীকে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ৰ দিশে লৈ গৈছে।…