নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ভৱিষ্যৎ যুদ্ধৰ বাবে নির্মাণ হৈছে হত্যাকাৰী ৰবট

হত্যাকাৰী ৰবট : নিজৰ পৰাই লক্ষ্যবস্তুক বাছনি কৰি আক্রমণ চলাব পাৰে ৰবট অস্ত্রই ইয়াক ক’ব পাৰি ‘হত্যাকাৰী ৰবট’৷ কল্পবিজ্ঞানৰ কাহিনী যন্ত্রদানৱ এইবাৰ বাস্তৱলৈ আহি আছে৷ চিনেমাৰ পর্দাৰ ‘টার্মিনেটৰ’ এইবাৰ বাস্তৱ পৃথিৱীত দেখিবলৈ পোৱা যাব৷ অসম্ভৱ…

গোপনে আমেৰিকাত আঘাত কৰিব পৰা ক্ষেপণাস্ত্র নির্মাণ পাকিস্তানৰ

🔹 মার্কিন চোৰাংচোৱাৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্য নিউজ ডেস্ক, ২৬ জুন : আন্তঃমহাদেশীয় বেলিষ্টিক ক্ষেপণাস্ত্র (আচিবিএম) নির্মাণ কৰি আছে পাকিস্তানে৷ এই ক্ষেপণাস্ত্র দীর্ঘ দূৰত্বভেদী৷ পাকিস্তানৰ ভূমিৰ পৰা আমেৰিকাত আক্রমণ চলাব পৰাবিধৰ এই…

বন বিভাগত ৫০টা ফৰেষ্ট ৰেঞ্জাৰৰ পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২০ জুলাই অসম লোকসেৱা আয়োগে অসমৰ পৰিৱেশ আৰু বন বিভাগৰ অধীনস্থ অসম বন পৰিসেৱাত খালী হোৱা ৫০টা ফৰেষ্ট ৰেঞ্জাৰ পদত নিয়োগৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

স্বামীৰ ওচৰত যেন মূল্যহীন… প্রেমিকৰে পলাল ৫০০ বোৱাৰী

স্বামীৰ ওচৰত যেন মূল্যহীন... প্রেমিকৰে পলাল ৫০০ বোৱাৰী বিবাহপাশত আবদ্ধ হোৱাৰ পিছতো স্বামীয়ে সংগ নিদিয়ে পত্নীক আনকি সম্ভ্রান্ত ঘৰৰ ছোৱালী হোৱা সত্ত্বেও স্বামীৰ ওচৰত যেন মূল্যহীন তেওঁলোকৰ আব্দাৰ৷ এনে পৰিস্থিতিত স্বামীৰ সংগহীনতাৰ বাবে পৰকীয়াত…

বায়ুসেনাৰ গ্রুপ কেপ্টেইনৰ পৰা মহাকাশচাৰীলৈ সুভাংশু শুক্লাৰ ৰোমাঞ্চকৰ যাত্রা

🔹 ভাৰতৰ দ্বিতীয় মহাকাশচাৰীৰ জীৱনপঞ্জী 🔹 কার্গিল যুদ্ধৰ পৰা অনুপ্রেৰণা পাইছিল শুক্লাই  নিউজ ডেস্ক, ২৬ জুন : দ্বিতীয়গৰাকী ভাৰতীয় মহাকাশচাৰী তথা আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)লৈ যোৱা প্রথমগৰাকী ভাৰতীয় মহাকাশচাৰী গ্রুপ কেপ্টেইন সুভাংশু…

বুমৰাহ-ক লৈ ৰিস্ক ল’ব বিচৰা নাই প্রশিক্ষক গম্ভীৰে

ইংলেণ্ডৰ বিৰুদ্ধে প্রথমখন টেষ্টত পৰাস্ত হোৱাৰ পাছতো তাৰকা পেচবলাৰ যশপ্রীত বুমৰাহ ক শৃংখলাটোৰ আটাইকেইখন মেচত খেলোৱাৰ পক্ষপাতি নহয় টীম ইণ্ডিয়াৰ মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ৷ শৃংখলাটোৰ আটাইকেইখন মেচতে বুমৰাহক খেলিবলৈ দি ৰিস্ক ল’ব বিচৰা নাই…

হেডিংলে টেষ্ট : যুৱ খেলুৱৈৰে সমৃদ্ধ নতুন দল, এতিয়াও শিকি আছে

ইংলেণ্ডৰ বিপক্ষে হেডিংলে টেষ্ট ত টীম ইণ্ডিয়াই এনেদৰে পৰাস্ত হ’ব পাৰে বুলি প্রথম তিনিদিনত কোনেও কল্পনা কৰা নাছিল৷ কিন্তু পঞ্চম তথা অন্তিম দিনা ৫ উইকেটত ইংৰাজ বাহিনীৰ হাতত পৰাজয় স্বীকাৰ কৰিবলগীয়া হ’ল শুভমন গিল বাহিনী৷ হেডিংলে টেষ্টত পৰাজয়ৰ…

বৰলুইতৰ খহনীয়াৰ কালৰূপ – চকুৰ পচাৰতে মহাবাহুত বিলীন মছজিদ

নামনি অসমৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰাত ঠায়ে ঠায়ে এতিয়া আৰম্ভ হৈছে তীব্ৰ গৰাখহনীয়া। উল্লেখ্য যে, বিগত কেইবা বছৰৰ পৰাই তীব্ৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে দক্ষিণ শালমাৰাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ফকিৰগঞ্জৰ অস্তিত্বলৈ।…

উত্তপ্ত নলবাৰী সদৰ থানা : থানাৰ ভিতৰতেই OCক প্ৰহাৰ গৌৰৱ কলিতাৰ

নলবাৰী সদৰ থানাৰ ভিতৰেই স্বয়ং ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকী প্ৰহৃত হব লগা হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ সূত্ৰে জানিব পৰা মতে, নলবাৰী চহৰৰ বাটা চ’কৰ জগদীশ কলিতা আৰু পুত্ৰ গৌৰৱ জগদীশ কলিতাই ন্যায়ালয়ত চলি থকা এক গোচৰ ভংগ সন্দৰ্ভত…

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি : অনিৰ্দিষ্টকাললৈ বন্ধ অফলামুখ-নিমাতী ফেৰী সেৱা

ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পোৱাত মাজুলী-যোৰহাট জলপথৰ অফলামুখ-নিমাতী ফেৰী সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ তীব্ৰ গতিত বৃদ্ধি পোৱাত অফলামুখ ঘাটৰ ৰেম্প পানীত বুৰ যোৱাৰ লগতে ঘন কুঁৱলী,…