নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সিন্ধু জল চুক্তি পুনৰ বাহাল নহ’লে ভাৰতৰে যুদ্ধ কৰিব পাকিস্তানে

🔹 অমিত শ্বাহক প্রত্যুত্তৰ দি হুংকাৰ প্রাক্তন পাক মন্ত্রী বিলৱালৰ নিউজ ডেস্ক, ২৪ জুন : সিন্ধু জল চুক্তি পুনৰ কার্যকৰী নকৰিলে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিব! কালি এই ভাবুকি প্রদান কৰে প্রাক্তন পাক বিদেশ মন্ত্রী তথা পাকিস্তান…

বিশ্বৰ তৈলবাহী জাহাজ চলাচলৰ কৰিড’ৰ Strait of Hormuz বন্ধৰ সিদ্ধান্ত ইৰানৰ

বিশ্বৰ তৈলবাহী জাহাজ চলাচলৰ কৰিড’ৰ Strait of Hormuz বন্ধৰ সিদ্ধান্ত ইৰানৰ নিউজ ডেস্ক, ২৪ জুনঃ ইৰান-ইজৰাইলৰ মাজৰ যুদ্ধত আমেৰিকাৰ প্রৱেশ৷ আমেৰিকাই ইৰানৰ ওপৰত কৰা আক্রমণৰ পাছতেই যুঁজখন তৃতীয় বিশ্বযুদ্ধৰ দিশে অগ্রসৰ হোৱাৰ শংকা ঘনীভূত হৈছে৷…

INDvsENG : জয়ৰ বাবে ইংলেণ্ডক ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিলে টীম ইণ্ডিয়াই

🔹 INDvsENG : জয়ৰ বাবে ইংলেণ্ডক ৩৭১ ৰানৰ লক্ষ্য বান্ধি দিলে টীম ইণ্ডিয়াই 🔹 পঞ্চম তথা নিৰ্ণায়ক দিনটোত ভাৰতক প্ৰয়োজন ১০ উইকেটৰ 🔹 ৰাহুল-পণ্টৰ শতকেৰে দ্বিতীয় ইনিংছত ভাৰতৰ সংগ্রহ ৩৬৪ ৰান নিউজ ডেস্ক, ২৪ জুন : টীম ইণ্ডিয়াই হেডিংলে টেষ্টত ঘৰুৱা…

হৰমুজ প্রণালী বন্ধ হ’লেও অন্য পথেৰে ভাৰতলৈ আহিব ইন্ধন

নিউজ ডেস্ক, ২৪ জুনঃ ইৰানে হৰমুজ প্রণালী বন্ধ কৰি দিলে ভাৰতৰ ওপৰত প্রভাৱ পৰাৰ সম্ভাৱনাক লৈ চর্চা আৰম্ভ হৈছে৷ ইৰান আৰু ইজৰাইলৰ মাজত চলা যুদ্ধৰ পৰিপ্রেক্ষিতত খাৰুৱা তেলৰ দাম বৃদ্ধি পালেও ভাৰতত এতিয়াও তেলৰ নাম বৃদ্ধি পোৱা নাই৷ দামবৃদ্ধি হ’লেও…

অম্বুবাচী মহাযোগত অগণন ভক্ত–দর্শনার্থীৰে খদমদম নীলাচলৰ বুকু

অম্বুবাচী মহাযোগত অগণন ভক্ত–দর্শনার্থীৰে খদমদম নীলাচলৰ বুকু নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জুনঃ ভক্তপ্রাণ ৰাইজৰ উপস্থিতিৰে সাধনাৰ সংগমথলীলৈ ৰূপান্তৰিত হৈছে দেশৰ ৫১খন শক্তিপীঠৰ অন্যতম নীলাচল পাহাৰৰ কামাখ্যা ধাম৷ দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা…

খিলঞ্জীয়া -বিৰোধী ৰাজনীতি

খিলঞ্জীয়া -বিৰোধী ৰাজনীতি ৰাজনৈতিক মুনাফা আদায়ৰ নামত তোষামোদৰ ৰাজনীতি ইমান নিকৃষ্ট পর্যায়লৈ অৱনমিত হোৱাটো কোনো বিবেকৱান লোকে নিবিচাৰে৷ ঈদ–উজ–জোহাৰ দিনাৰে পৰা ধুবুৰী, হোজাই, লখিমপুৰ, নগাঁও, যোৰহাটৰ খিলঞ্জীয়া অধ্যুষিত অঞ্চলত ধর্মীয় ভাবাৱেগত…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৪ জুন, আহাৰ মাহৰ ৯ তাৰিখ মঙলবাৰ : তিথি–কৃষ্ণা চতুর্দশী, নক্ষত্র : ৰোহিণী, যাত্রা : নাই মেষ : পৰিৱেশ অনুকূলত থাকিব৷ ঘৰত কোনো প্রিয়জনৰ আগমন ঘটিব পাৰে৷ নতুন কোনো কামত সফল হ’ব পাৰিব৷ আর্থিক উন্নতিৰ বাবে দিনটো শুভ…

নগৰবেৰাত মাটিৰ কামৰ বাবদ সোঁৱে-বাঁৱে ধন সংগ্ৰহ গাঁওপ্ৰধানৰ

 🔹 মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ গাঁওপ্ৰধানে নিয়মীয়া বাৰ্তা, ২৩ জুন : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ গাঁওপ্ৰধানে।এইবাৰ দালালিত নামিছে খোদ গাঁওপ্ৰধান। মাটি-বাৰীৰ কাম-কাজ আৰু প্ৰমাণ-পত্ৰ দিয়াৰ বাবদ দালালি কৰাৰ…

অইল ইণ্ডিয়া লিমিটেডত ২৪টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ জুন অইল ইণ্ডিয়া লিমিটেডত খালী হোৱা ২৪টা ভূতত্ত্ববিদৰ ঠিকাভিত্তিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ ১০ দফীয়া কঠোৰ নির্দেশনা

🔹 বেংগালুৰুৰ বিজয় উৎসৱত পদপিষ্ট হৈ মৃত্যুৰ ঘটনা নিউজ ডেস্ক, ২৩ জুন : আইপিএলত বিজয়ৰ পিছত ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ বিজয় উৎসৱত পদপিষ্ট হৈ মৃত্যু হৈছিল ১১জন অনুৰাগীৰ৷ আহত হৈছিল প্রায় ৫০জন আৰচিবিৰ ভক্ত৷ এই ঘটনাৰ বাবে মাজতে বন্ধ কৰি দিয়া…