নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিদ্যালয়ৰ শিক্ষার্থীৰ লগতে পথৰ কুকুৰেও লাভ কৰিব মধ্যাহ্ণ ভোজন 

🔹 চৰকাৰৰ সিদ্ধান্তক প্রশংসা পশুপ্রেমী সংগঠনৰ নিউজ ডেস্ক, ২৪ জুন : খাদ্যৰ অধিকাৰ মানুহৰ মৌলিক অধিকাৰ৷ সংবিধানপ্রদত্ত এই অধিকাৰ অৱশ্যে দেশৰ সকলো নাগৰিকৰ ভাগ্যত ঘটিছে বুলি ক’ব নোৱাৰি৷ কিন্তু এইবাৰ পথ কুকুৰৰ বাবেও খাদ্যৰ অধিকাৰক গুৰুত্ব প্রদান…

প্ৰথম ভাৰতীয় হিচাপে নাছা-ৰ কাৰ্যসূচী সম্পূৰ্ণ, ২০২৯ত মহাকাশলৈ জাহ্নৱী

প্ৰথম ভাৰতীয়  হিচাপে নাছা-ৰ কাৰ্যসূচী সম্পূৰ্ণ, ২০২৯ত মহাকাশলৈ জাহ্নৱী নিউজ ডেস্ক, ২৪ জুনঃ অন্ধ্ৰ প্ৰদেশৰ পশ্চিম গোদাবৰী জিলাৰ পালাকোল্লুৰ ডাংগেতি জাহ্নৱীয়ে ২০২৯ চনত মহাকাশলৈ যাত্ৰা কৰিবলৈ সাজু হৈছে। ইলেক্ট্ৰনিকছ আৰু কমিউনিকেচন…

ইংলেণ্ডত ইতিহাস ৰচিলে ঋষভ পণ্টে

🔹 এখন টেষ্টৰ দুয়োটা ইনিংছত শতক অর্জন কৰা ভাৰতৰ প্রথম তথা বিশ্বৰ দ্বিতীয়গৰাকী উইকেটকীপাৰ নিউজ ডেস্ক, ২৪ জুন : টেষ্ট ক্রিকেটৰ ইতিহাসৰ পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ-বেটাৰ ঋষভ পণ্টে৷ ইংলেণ্ডৰ বিপক্ষে খেলি থকা হেডিংলে…

ৰাষ্ট্রীয় সংস্থা এনপিচিচি লিমিটেডত ৪৫টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৬ জুন ৰাষ্ট্রীয় সংস্থা নেচনেল প্রজেক্টছ কনষ্ট্রাকচন কৰ্পৰেচন, চমুকৈ এনপিচিচি লিমিটেডত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ৰোগীৰ পত্নীক অশ্লীল ইংগিত : ধাবালৈ যোৱাৰ প্ৰস্তাৱ Rehabৰ মালিকৰ

বিশেষ বাৰ্তা, ২৪ জুনঃ ৰাজ্যৰ একাংশ নিচামুক্তি কেন্দ্ৰত সংঘটিত হৈ থকা কেতবোৰ অনিয়মে সময়ে সময়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছে। নিচামুক্তি কেন্দ্ৰত ভৰ্ত্তি ৰোগীক উপযুক্ত চিকিৎসা প্ৰদান নকৰা,উপযুক্ত খাদ্য নিদিয়া আদি বিভিন্ন অভিযোগ আছে।…

তিনি বছৰত ভয়াৱহ তাপদহনত ভুগিব পৃথিৱী

🔹 কার্বন নিঃসৰণ নিয়ন্ত্রণ কৰিবলৈ পদক্ষেপ লোৱা নাই কোনো দেশে নিউজ ডেস্ক, ২৪ জুন : অভিশাপৰ নাম কার্বন নিঃসৰণ৷ ধাৰাবাহিকভাৱে পৃথিৱীৰ বুকুত কার্বন-ডাই–অক্সাইড বিয়পি থাকিলে আগন্তুক তিনি বছৰত অত্যধিক তাপপ্রবাহৰ সন্মুখীন হ’ব বিশ্ব৷ এই সাৱধানবাণী…

ডিমা হাছাওত ভূমিস্খলন : কেইবাখনো যাত্ৰীবাহী ৰেলৰ সেৱা বাতিল 

নিয়মীয়াবাৰ্তা, ২৪ জুন : পাহাৰীয়া জিলা ডিমা হাছাওত পুনৰ ভূমিস্খলনৰ বাবে ৰেল বিভাগে আজিৰে অনিৰ্দিষ্টকাললৈ বাতিল কৰিলে যাত্ৰীবাহী ৰেল সমূহ। উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসংযোগ বিষয়াই প্ৰেছ বিবৃতি দ্বাৰা উল্লেখ কৰে যে গুৱাহাটীৰ…

ছিৰিয়াৰ গির্জাত আত্মঘাতী বিস্ফোৰণ, নিহত ২০জন

ছিৰিয়াৰ গির্জাত আত্মঘাতী বিস্ফোৰণ, নিহত ২০জন নিউজ ডেস্ক, ২৪ জুনঃ ৰণদুন্দুভি বাজি উঠিছে মধ্যপ্রাচ্যত৷ ইৰান–ইৰাকৰ মাজত চলি থকা সামৰিক সংঘাতত প্রত্যক্ষভাৱে জড়িত হৈ পৰিছে আমেৰিকা৷ ইৰানৰ পৰমাণু কেন্দ্রত আমেৰিকাই বোমা আৰু ক্ষেপণাস্ত্রৰে আঘাত…

৪৩ লাখ সূর্যক গ্রাস কৰিব পাৰে হাতীপটি-ৰ কৃষ্ণগহ্বৰে

৪৩ লাখ সূর্যক গ্রাস কৰিব পাৰে হাতীপটি-ৰ কৃষ্ণগহ্বৰে নিউজ ডেস্ক, ২৪ জুনঃ বিশ্ব ব্রহ্মাণ্ডত কৃষ্ণ গহ্বৰক লৈ জ্যোতির্বিজ্ঞানীসকলৰ্ গৱেষণা অব্যাহত আছে৷ হাতীপটি তাৰকা ৰাজ্যৰে মাজভাগত যি বিশাল কৃষ্ণগহ্বৰ বা ব্লেক হোল আছে তাক লৈ অধিক নতুন তথ্য…

১৪১টা বলত ৪২টা ছিক্সাৰেৰে ৪৩০ ৰান জন্ময় ৰাজবংশী -ৰ

🔹 ১৪১টা বলত ৪২টা ছিক্সাৰেৰে ৪৩০ ৰান জন্ময় ৰাজবংশী -ৰ 🔹 ক্লাব পর্যায়ৰ মেচত অনন্য অভিলেখ নলবাৰীৰ খেলুৱৈৰ বিশেষ বার্তা, ২৪ জুন : অসম সন্তান ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ সময়তে আন এগৰাকী প্রতিভাৱান স্কুলীয়া…