নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পত্নীৰ পৰা পৰিত্রাণ পাই ‘দুগ্ধস্নান’ কৰিলে যুৱকে

🔹 পশ্চিমবংগত যুৱকৰ সংসাৰত শাহুৱেকৰ অনধিকাৰ প্ৰৱেশ নিউজ ডেস্ক, ২৩ জুন : প্রেম কৰি বিবাহপাশত আবদ্ধ হৈছিল৷ কিন্তু পত্নীক যুৱকৰ শহুৰেকৰ পৰিয়ালৰ লোকসকলে, বিশেষকৈ শাহুৱেকে পৰিচালনা কৰে বুলি অভিযোগ উঠিছিল৷ এই বিষয়টোক কেন্দ্র কৰিয়েই স্বামী–স্ত্রীৰ…

কিয় ‘পাকিস্তান জিন্দাবাদ’ শ্লোগান?

🔹 ধ্রুৱ মহন্ত হঠাৎ অসমত ধ্বনিত হৈছে পাকিস্তান জিন্দাবাদ শ্লোগান৷ বিশেষকৈ সামাজিক মাধ্যমত অসমত থকা পূর্ববংগীয় মূলৰ একাংশ ইছলাম ধর্মাৱলম্বী লোক হঠাৎ পাকিস্তানৰ সমর্থনত সৰৱ হৈ উঠিছে৷ ইতিমধ্যে এনে পাকিস্তানৰ সমর্থনত সামাজিক মাধ্যমত প্রচাৰ…

পত্নীৰ পৰা পৰিত্রাণ লভি দুগ্ধস্নান যুৱকৰ, ভিডিঅ’ ভাইৰেল

পত্নীৰ পৰা পৰিত্রাণ লভি দুগ্ধস্নান যুৱকৰ, ভিডিঅ' ভাইৰেল নিউজ ডেস্ক, ২৩ জুনঃ প্রেম কৰি বিবাহপাশত আবদ্ধ হৈছিল৷ কিন্তু পত্নীক যুৱকৰ শহুৰেকৰ পৰিয়ালৰ লোকসকলে, বিশেষকৈ শাহুৱেকে পৰিচালনা কৰে বুলি অভিযোগ উঠিছিল৷ এই বিষয়টোক কেন্দ্র কৰিয়েই…

ইন্দোৰত সোনমে লুকাই থকা ফ্লেটৰ মালিকসহ দুজনক গ্রেপ্তাৰ

🔹 চাঞ্চল্যকৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্তৰ নতুন মোৰ 🔹 হীৰাবাগ কলনীৰ এপার্টমেণ্টৰ পৰা কোনে উলিয়াই নিছিল সোনমৰ ৫ লাখ টকা-পিষ্টল থকা ক’লা বেগ ? নিউজ ডেস্ক, ২৩ জুন : দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তদন্তই নতুন মোৰ…

যশপ্ৰীত বুমৰাহ-ৰ বলিঙক ভূয়সী প্ৰশংসা ইংৰাজ বেটাৰৰ

যশপ্ৰীত বুমৰাহ-ৰ বলিঙক ভূয়সী প্ৰশংসা ইংৰাজ বেটাৰৰ নিউজ ডেস্ক, ২৩ জুনঃ হেডিংলে টেষ্টৰ তৃতীয় দিনা ইংলেণ্ডৰ আধিপত্য আছিল অধিক৷ ভাৰতৰ যশপ্রীত বুমৰহাৰ বাহিৰে আন কোনো বলাৰে ঘৰুৱা দলটোক চাপত ৰাখিব পৰা নাছিল৷ বুমৰাহে অকলে ৫টা উইকেট দখল কৰে৷ তেওঁৰ…

পিংকি কাণ্ড : দোষ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা আমাৰ ল’ৰাক মোকলাই দিয়ক

পিংকি কাণ্ড : দোষ নোহোৱাকৈ গ্ৰেপ্তাৰ কৰা আমাৰ ল'ৰাক মোকলাই দিয়ক বিশেষ বাৰ্তা, ২৩ জুনঃ নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী ডিফলুৰ শিৱমন্দিৰ তিনিআলিত নগাঁও-নলতলী ৰাজ্যিক ঘাইপথৰ দাঁতিত যোৱা ১৭ জুনৰ নিশা অচিনাক্ত কিশোৰীৰ মৃতদেহটোৰ ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ…

ইৰানৰ ক্ষেপণাস্ত্রত তেল আভিভত তাচপাতৰ ঘৰৰ দৰে খহি পৰিল ইমাৰট

🔹 আমেৰিকাৰ আক্রমণৰ পিছতে ইজৰাইলত প্রত্যাঘাত নিউজ ডেস্ক, ২৩ জুন : আমেৰিকাৰ ভয়ংকৰ আক্রমণৰ পিছত ইউৰোপীয় দেশসমূহৰ সৈতে পৰমাণু চুক্তিৰ বিষয়টোক লৈ ইৰানে আলোচনা কৰাৰ বাবে ইচ্ছা প্রকাশ কৰিছে যদিও মার্কিন আঘাতৰ প্রত্যাক্রমণ চলোৱাৰ ক্ষেত্রত…

ইৰান-ইজৰাইল যুদ্ধ-ৰ নিয়ন্ত্ৰণহীন পৰিৱেশ, আমেৰিকাৰ আক্ৰমণক গৰিহণা চীন-উত্তৰ কোৰিয়াৰ

নিউজ ডেস্ক, ২৩ জুনঃ ইৰান-ইজৰাইল যুদ্ধ অব্যাহত আছে। দুয়োখন দেশে অহৰহ ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰি আছে। এই আক্ৰমণত আমেৰিকাও প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিছে। ইৰানৰ ৩টা পাৰমাণৱিক স্থান ইছফাহান, নাটানজ আৰু ফৰ্ডোত আক্ৰমণ কৰে। ইয়াৰ পিছত ক্ষুব্ধ ইৰানে…

টীম ইণ্ডিয়াৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ক্ৰিকেটৰ দাদা-খ্যাত গাংগুলী!

টীম ইণ্ডিয়াৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ক্ৰিকেটৰ দাদা-খ্যাত গাংগুলী! নিউজ ডেস্ক, ২৩ জুনঃ ভাৰতৰ প্ৰাক্তন অধিনায়ক তথা বিচিচিআইৰ প্ৰাক্তন সভাপতি সৌৰভ গাংগুলীয়ে ইংগিত দিছে যে তেওঁ ভৱিষ্যতে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰাৰ…

আমেৰিকাৰ আক্ৰমণৰ পিছত যুদ্ধোন্মাদ ইৰান, ইজৰাইলত অহৰহ চাইৰেন

আমেৰিকাৰ আক্ৰমণৰ পিছত যুদ্ধোন্মাদ ইৰান, ইজৰাইলত অহৰহ চাইৰেন নিউজ ডেস্ক, ২৩ জুনঃ মধ্যপ্ৰাচ্যৰ যুদ্ধই এতিয়া আটাইতকৈ বিপজ্জনক ৰূপত উপনীত হৈছে। এতিয়া আনকি আমেৰিকাও ইৰান আৰু ইজৰাইলৰ সংঘাতৰ জুইত মুকলিকৈ জঁপিয়াই পৰিছে। ইৰানৰ তিনিটা পাৰমাণৱিক…