নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

লোকসংস্কৃতিৰ সাধনা

অসমৰ লোকসংস্কৃতিৰ বৈচিত্র্যই সকলোকে মুগ্ধ কৰি আহিছে৷ অসমৰ লোকসাহিত্য, লোকনৃত্য, লোকগীত, উৎসৱ-পার্বণ, লোকবিশ্বাস, আচাৰ-ব্যৱহাৰ আদিৰ মাজেৰে ইয়াৰ সমৃদ্ধিশালী ৰূপটো পৰিস্ফুট হৈ আহিছে৷ অসমীয়া লোকসাহিত্যত সিঁচৰতি হৈ থকা বিভিন্ন ধৰণৰ গীত, কাহিনী,…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৩ জুন, আহাৰ মাহৰ ৮ তাৰিখ সোমবাৰ : তিথি–কৃষ্ণা ত্রয়োদশী, নক্ষত্র : কৃত্রিকা, যাত্রা : নাই মেষ : শাৰীৰিক দিশত দুর্বলতা থাকিব৷ বিক্ষিপ্ত কথাৰ মাজতে সুস্থিৰ চিন্তায়ো সহায় কৰিব৷ ব্যৱসায়ত মধ্যম৷ পঢ়া–শুনাত বেয়া নহ’ব৷…

উচ্চতম ন্যায়ালয়ত ২৬টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৭ জুন উচ্চতম ন্যায়ালয়ত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

মুখ্যমন্ত্ৰীৰ কঠোৰ স্থিতিৰ মাজতে খোদ গাঁওপ্ৰধান নামিল মাটিৰ দালালিত

🔹 আলোপতিত ৰাইজৰ প্ৰতিবাদ নিয়মীয়া বাৰ্তা, ২২ জুন : বৰপেটাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাজৰচৰ গাঁৱৰ ১৬নং চাৰ্জ'ৰ গাঁওপ্ৰধান কুৰবান আলীক গ্ৰেপ্তাৰৰ দাবীত শতাধিক পুৰুষ-মহিলাই আলোপতি চৰ আৰক্ষী থানাৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ| কামৰূপ…

জোনাইৰ অসম-অৰুণাচল সীমান্তত গোপনে পথ নিৰ্মাণ অৰুণাচল প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, জোনাই, ২২ জুন : জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ৰুকচিনত অৰুণাচল প্ৰশাসনে সন্দেহজনকভাৱে নিশাৰ ভাগত এটা পথ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ৰুকচিন চেকগেটৰ পৰা …

ডিব্রুগড়ৰ ড০ ৰাধাকৃষ্ণন স্কুলত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৫ জুন ডিব্রুগড়স্থিত ড০ ৰাধাকৃষ্ণন স্কুল অৱ আর্টছ, কমার্চ আৰু ছায়েঞ্চত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

শ্বেখ হাছিনাক উৎখাতৰ দিনটো ৰাষ্ট্রীয় বন্ধৰ দিন ঘোষণা বাংলাদেশৰ

নিউজ ডেস্ক, ২২ জুন : বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰক উৎখাতৰ দিনটো ৰাষ্ট্রীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰে৷ ১৪ জুলাইৰ পৰা ৫ আগষ্টলৈকে এই উদযাপনৰ কার্যসূচী চলিব৷ উল্লেখ্য যে চৰকাৰী চাকৰি সংৰক্ষণৰ…

যুৱতীক পলুৱাই নিবলৈ আহি ধুবুৰীত আটক বাংলাদেশী যুৱক

🔹 ফেচবুকৰ জৰিয়তে যুৱতীৰে গঢ়ি তুলিছিল প্ৰেমৰ সম্পর্ক নিয়মীয়া বাৰ্তা, ধুবুৰী, ২২ জুন : যোৱানিশা ধুবুৰী জিলাৰ গৌৰীপুৰত এজন বাংলাদেশী যুৱক কৰায়ত্ত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাৰম্ভিক তথ্য অনুযায়ী, সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে…

আমেৰিকাৰ পৰা উভতিব ভাৰতীয় মহাকাশচাৰী শুক্লা

🔹 এএক্স–৪ মিছন অনির্দিষ্ট কাললৈ স্থগিতৰ পিছতে আলোড়ন নিউজ ডেস্ক, ২২ জুন : আমেৰিকা যুক্তৰাষ্ট্রৰ নাছাৰ সৈতে যৌথভাৱে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোই প্রথমবাৰৰ বাবে আন্তর্জাতিক মহাকাশ কেন্দ্র, চমুকৈ আইএছএছলৈ ভাৰতীয় মহাকাশচাৰী প্রেৰণৰ অভিযান…

চেন্ট্ৰেল বেংকত ৪,৫০০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৩ জুন চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই ৪,৫০০ শিক্ষা নবিচ পদত নিযুক্তি দিয়াৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷