নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জোনাইৰ অসম-অৰুণাচল সীমান্তত গোপনে পথ নিৰ্মাণ অৰুণাচল প্ৰশাসনৰ

নিয়মীয়া বাৰ্তা, জোনাই, ২২ জুন : জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ৰুকচিনত অৰুণাচল প্ৰশাসনে সন্দেহজনকভাৱে নিশাৰ ভাগত এটা পথ নিৰ্মাণ কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জানিব পৰা মতে, জোনাইৰ অসম-অৰুণাচল সীমান্তৰ ৰুকচিন চেকগেটৰ পৰা …

ডিব্রুগড়ৰ ড০ ৰাধাকৃষ্ণন স্কুলত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৫ জুন ডিব্রুগড়স্থিত ড০ ৰাধাকৃষ্ণন স্কুল অৱ আর্টছ, কমার্চ আৰু ছায়েঞ্চত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

শ্বেখ হাছিনাক উৎখাতৰ দিনটো ৰাষ্ট্রীয় বন্ধৰ দিন ঘোষণা বাংলাদেশৰ

নিউজ ডেস্ক, ২২ জুন : বাংলাদেশৰ শ্বেখ হাছিনা চৰকাৰক উৎখাতৰ দিনটো ৰাষ্ট্রীয় বন্ধৰ দিন হিচাপে ঘোষণা কৰিছে মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তীকালীন চৰকাৰে৷ ১৪ জুলাইৰ পৰা ৫ আগষ্টলৈকে এই উদযাপনৰ কার্যসূচী চলিব৷ উল্লেখ্য যে চৰকাৰী চাকৰি সংৰক্ষণৰ…

যুৱতীক পলুৱাই নিবলৈ আহি ধুবুৰীত আটক বাংলাদেশী যুৱক

🔹 ফেচবুকৰ জৰিয়তে যুৱতীৰে গঢ়ি তুলিছিল প্ৰেমৰ সম্পর্ক নিয়মীয়া বাৰ্তা, ধুবুৰী, ২২ জুন : যোৱানিশা ধুবুৰী জিলাৰ গৌৰীপুৰত এজন বাংলাদেশী যুৱক কৰায়ত্ত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাৰম্ভিক তথ্য অনুযায়ী, সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে…

আমেৰিকাৰ পৰা উভতিব ভাৰতীয় মহাকাশচাৰী শুক্লা

🔹 এএক্স–৪ মিছন অনির্দিষ্ট কাললৈ স্থগিতৰ পিছতে আলোড়ন নিউজ ডেস্ক, ২২ জুন : আমেৰিকা যুক্তৰাষ্ট্রৰ নাছাৰ সৈতে যৌথভাৱে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোই প্রথমবাৰৰ বাবে আন্তর্জাতিক মহাকাশ কেন্দ্র, চমুকৈ আইএছএছলৈ ভাৰতীয় মহাকাশচাৰী প্রেৰণৰ অভিযান…

চেন্ট্ৰেল বেংকত ৪,৫০০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৩ জুন চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াই ৪,৫০০ শিক্ষা নবিচ পদত নিযুক্তি দিয়াৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ধোনীৰ অভিলেখ ভংগ ঋষভ পণ্টৰ

নিউজ ডেস্ক, ২২ জুন : টীম ইণ্ডিয়াৰ তাৰকা উইকেটকীপাৰ বেটাৰ ঋষভ পণ্টে ভংগ কৰিলে মহেন্দ্র সিং ধোনীৰ এক অভিলেখ৷ ইংলেণ্ডৰ বিপক্ষে হেডিংলেত খেলি থকা প্রথম টেষ্টৰ কালি দ্বিতীয় দিনা অনবদ্য শতক অর্জন কৰি পণ্টে টেষ্ট কেৰিয়াৰত সপ্তমটো শতক কৰাৰ কৃতিত্ব…

যোগ হৈছে সনাতন ধৰ্মৰ সাৰ, যোগ হৈছে চূড়ান্ত সত্য : স্বামী ৰামদেৱ

🔹 যোগাভ্যাসৰ জৰিয়তে বাৰ্ধক্য ৰোধ, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, দীৰ্ঘায়ু জীৱন লাভ কৰিব পৰা যায় : আচাৰ্য বালকৃষ্ণ কুৰুক্ষেত্ৰ, ২২ জুন : পূজ্য স্বামী ৰামদেৱজী মহাৰাজৰ নিৰ্দেশনাত পতঞ্জলি যোগপীঠ আৰু হাৰিয়ানা যোগ আয়োগ, আয়ুস বিভাগ, হাৰিয়ানাৰ…

পাকিস্তান মৰুভূমি হওক, এৰি নিদিওঁ সিন্ধুৰ পানী

🔹 পাকিস্তান -ক হুংকাৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ নিউজ ডেস্ক, ২২ জুন : সিন্ধু জলচুক্তি স্থগিতকৰণৰ প্রসংগৰে চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তানক হুংকাৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ৷ সিন্ধু জলচুক্তি আৰু কেতিয়াও মুকলি কৰা নহয় বুলি…

অম্বুবাচী মহাযোগক লৈ উথপথপ নীলাচল পাহাৰ

🔹 অম্বুবাচী মহাযোগক লৈ উথপথপ নীলাচল পাহাৰ 🔹 আজি দিনৰ ২.৫৬ বজাৰ প্রবৃত্তিৰ পিছতে বন্ধ হ’ব কামাখ্যা ধামৰ মূল দ্বাৰ বিশেষ বাৰ্তা, ২২ জুন : আয়তীৰ উৰুলি, সাধু–সন্তৰ শংখধ্বনি তথা মন্ত্রোচ্চাৰণৰ মাজেৰে আজিৰ পৰা দেৱী কামাখ্যাৰ উপাসনাৰে মুখৰ হ’ব…