নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অম্বুবাচী মহাযোগক লৈ উথপথপ নীলাচল পাহাৰ

🔹 অম্বুবাচী মহাযোগক লৈ উথপথপ নীলাচল পাহাৰ 🔹 আজি দিনৰ ২.৫৬ বজাৰ প্রবৃত্তিৰ পিছতে বন্ধ হ’ব কামাখ্যা ধামৰ মূল দ্বাৰ বিশেষ বাৰ্তা, ২২ জুন : আয়তীৰ উৰুলি, সাধু–সন্তৰ শংখধ্বনি তথা মন্ত্রোচ্চাৰণৰ মাজেৰে আজিৰ পৰা দেৱী কামাখ্যাৰ উপাসনাৰে মুখৰ হ’ব…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২২ জুন, আহাৰ মাহৰ ৭ তাৰিখ দেওবাৰ : তিথি–কৃষ্ণা দ্বাদশী, নক্ষত্র : ভৰণী, যাত্রা : নাই মেষ : নিজ কামত কৃতকার্যতাৰ কাৰক৷ নিজৰ প্রতি নিষ্ঠা বাঢ়িব৷ দাম্পত্যত নিৰাশ হোৱাৰ যোগ৷ বিদ্যাত মনোযোগ৷ ব্যৱসায়ত অর্থ বিনিয়োগ কৰোঁতে…

ভাৰত ইলেকট্ৰনিকছ লিমিটেডত ৪০টা পদত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ জুন ভাৰত ইলেক্ট্রনিকছ লিমিটেডৰ ছফ্টৱেৰ বিভাগত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

শিৱসাগৰৰ জয়সাগৰত ভাৰতীয় ষ্টেট বেংকৰ নতুন শাখা মুকলি

নিয়মীয়া বাৰ্তা,২১ জুনঃ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ হ’ল বৃহত্তৰ জয়সাগৰবাসীৰ। ব্যৱসায়ীসকলৰ সমান্তৰালকৈ সাধাৰণ শ্ৰেণীৰ নাগৰিক আৰু চৰকাৰী- বেচৰকাৰী কৰ্মচাৰীসকলে নগৰৰ ব্যস্ততাপূৰ্ণ ভাৰতীয় ষ্টেট বেংকৰ শাখালৈ গৈ বহুসময়ৰ পিছতহে নিজৰ কাম সমাধা…

এপিএছচি সন্দৰ্ভত গুৱাহাটী হাইকৰ্টৰ ৰায় দুৰ্ভাগ্যজনক-দুখজনক, মন্তব্য মুখ্যমন্ত্ৰীৰ

এপিএছচি সন্দৰ্ভত গুৱাহাটী হাইকৰ্টৰ ৰায় দুৰ্ভাগ্যজনক-দুখজনক, মন্তব্য মুখ্যমন্ত্ৰীৰ নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জুনঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কয় যে উচ্চতম ন্যায়ালয়ত এ পি এছ চিৰ নগদ চাকৰিৰ কেলেংকাৰিত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা…

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ DGCA , ৩ বিষয়াক অপসাৰণৰ নিৰ্দেশ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ DGCA , ৩ বিষয়াক অপসাৰণৰ নিৰ্দেশ নিউজ ডেস্ক, ২১ জুনঃ এয়াৰ ইণ্ডিয়াত ক্ৰু শ্বেডুলিং আৰু ৰষ্টাৰিঙৰ সৈতে জড়িত গাফিলতিক গুৰুত্বসহকাৰে লৈ ভাৰতৰ অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে (ডিজিচিএ) তিনিজন জ্যেষ্ঠ বিষয়াক…

বিমানত আপোনাৰ প্ৰিয় আসনখন বুকিং কৰিব পৰা নাই নেকি? জানক বিশেষ আইডিয়া

বিমানত আপোনাৰ প্ৰিয় আসন বুকিং কৰিব পৰা নাই নেকি? জানক বিশেষ আইডিয়া বিমানত যাত্ৰা কৰাৰ সময়ত বহুতে খিৰিকীৰ ছীটত বহি ভাল পায়। কিন্তু আপোনাৰ পছন্দৰ আসনখন কেনেকৈ পাব? ভাৰতত প্ৰতিদিনে প্ৰায় ৬ লাখ লোকে বিমানেৰে যাত্ৰা কৰে। বিশেষকৈ যিসকল লোকে…

লাহৰীঘাটত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন

নিয়মীয়া বাৰ্তা, ২১ জুন : মৰিগাঁও জিলাৰ লাহৰীঘাট সম-জিলাতো আজি ৰাষ্ট্ৰীয় আয়ুস মিছনৰ উদ্যোগত আৰু লাহৰীঘাট সম-জিলা প্ৰশাসনৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়। যোগ দিৱস উপলক্ষে লাহৰীঘাট উন্নয়ন খণ্ড কাৰ্যালয়ৰ সভাকক্ষত পুৱা সমূহীয়া…

লেণ্ড প’ৰ্টছ অথৰিটী অৱ ইণ্ডিয়াত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১০ জুলাই লেণ্ড পর্টছ অথৰিটী অৱ ইণ্ডিয়াই বিভিন্ন ৰাজ্যত খালী হোৱা কেইটামান পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

ফেচবুকত হঠাৎ সক্রিয় বিদেশৰ ৫-৬ হাজাৰ একাউণ্ট

🔹 ৰাজ্যৰ পৰিৱেশ বিনষ্টৰ চেষ্টা : মুখ্যমন্ত্রীৰ সকীয়নি 🔹 জিএছ ৰোড-খাৰঘুলিত ভাৰা লৈছে সন্দেহজনক লোকে বিশেষ বাৰ্তা, ২১ জুন : বিধানসভা নির্বাচনৰ পূর্বে ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰাৰ এক ভয়ংকৰ ষড়যন্ত্র চলিছে৷ সামাজিক মাধ্যমযোগে…