নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এলন মাস্কৰ স্পেচএক্স-ৰ উৎক্ষেপণ কেন্দ্রত ভয়াৱহ বিস্ফোৰণ

এলন মাস্কৰ স্পেচএক্স-ৰ উৎক্ষেপণ কেন্দ্রত ভয়াৱহ বিস্ফোৰণ নিউজ ডেস্ক, ২০ জুন : পুনৰ বিপর্যয় মার্কিন ধনকুবেৰ এলন মাস্কক বিপর্যয়ে নেৰা হৈছে৷ আমেৰিকাৰ টেক্সাছত অৱস্থিত স্পেচএক্সৰ উৎক্ষেপণ কেন্দ্রত ভয়াৱহ বিস্ফোৰণ৷ ইয়াৰ ফলত ষ্টাৰশ্বিপৰ আগন্তুক…

আহমেদাবাদৰ বিমান দুৰ্ঘটনা : ২১৫টা DNAৰ নমুনাৰ মিল, চমজালে ১৯৮টা মৃতদেহৰ অৱশিষ্ট

আহমেদাবাদৰ বিমান দুৰ্ঘটনা : ২১৫টা DNAৰ নমুনাৰ মিল, চমজালে ১৯৮টা মৃতদেহৰ অৱশিষ্ট নিউজ ডেস্ক, ২০ জুন : শেহতীয়াকৈ আহমেদাবাদত সংঘটিত বিমান দুৰ্ঘটনাত বিমানখনত থকা ২৪২জনৰ ভিতৰত ২৪১জন লোকৰ মৃত্যু হয়। এ এন আইৰ বাতৰি অনুসৰি এয়াৰ ইণ্ডিয়া এ…

১৫ জুলাইলৈকে কেইবাখনো বিমান বাতিল এয়াৰ ইণ্ডিয়াৰ

নিউজ ডেস্ক, ২০ জুন : এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা প্ৰেছ এক বিবৃতিত বয়িং ৭৮৭ আৰু ৭৭৭ বিমানৰ দ্বাৰা পৰিচালিত সেৱা সাময়িকভাৱে স্থগিত কৰাৰ কথা ঘোষণা কৰি হৈছে। এই স্থগিত বিমানসমূহৰ বন্ধ ঘোষণা ২১ জুনৰ পৰা কাৰ্যকৰী হ’ব, কমেও ১৫ জুলাইলৈকে থাকিব।…

এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফী-ৰ হেডিংলে টেষ্টত বৰষুণ! হ’ব পাৰে অনুৰাগীৰ আশাভংগ

এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফী-ৰ হেডিংলে টেষ্টত বৰষুণৰ সম্ভাৱনা প্ৰকট, হব পাৰে অনুৰাগীৰ আশাভংগ নিউজ ডেস্ক, ২০ জুন : আজিৰে পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজত নৱঘোষিত এণ্ডাৰচন-তেণ্ডুলকাৰ ট্ৰফী অনুষ্ঠিত হ’ব পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন মেচ। এই খেলখন…

গিলৰ নেতৃত্বই ওৰ পেলাবনে ১৮ বছৰীয়া প্ৰতীক্ষা, আজিৰে পৰা টেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফী

গিলৰ নেতৃত্বই ওৰ পেলাবনে ১৮ বছৰীয়া প্ৰতীক্ষা, আজিৰে পৰা টেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফী নিউজ ডেস্ক, ২০ জুন : ভাৰত-ইংলেণ্ডৰ মাজত টেষ্ট শৃংখলাৰ পূৰ্বে সকলোৱে নিজৰ নিজৰ ভৱিষ্যদ্বাণী কৰি আছে। ইফালে, ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰে ভাৰত আৰু ইংলেণ্ডৰ…

যুদ্ধৰ বাবে পিছুৱালে পুত্ৰৰ বিবাহ, ইজৰাইলী নাগৰিক-ৰ ক্ষোভৰ সন্মুখীন নেতান্য়াহু

যুদ্ধৰ বাবে পিছুৱালে পুত্ৰৰ বিবাহ, ইজৰাইলী নাগৰিক -ৰ ক্ষোভৰ সন্মুখীন নেতান্য়াহু নিউজ ডেস্ক, ২০ জুন : যুদ্ধৰ বাবে ইজৰাইল আৰু ইৰানে এতিয়ালৈকে বহু ক্ষতিগ্ৰস্ত হৈছে যদিও দুয়োখন দেশ এই মুহূৰ্তত বন্ধ কৰিব পৰা অৱস্থাত থকা যেন নালাগে। ইফালে…

বিষ্ণু ৰাভা দিৱসৰ প্রাসংগিকতা

বিষ্ণু ৰাভা দিৱসৰ প্রাসংগিকতা অসম আৰু অসমীয়াই ২০ জুন বিষ্ণু ৰাভা দিৱসৰ ৰূপত উদযাপন কৰি আহিছে৷ চৰকাৰৰ পৰা সাধাৰণ জনতালৈকে এই দিনটোত সৈনিক শিল্পী, কলাগুৰু বিষ্ণুপ্রসাদ ৰাভাৰ আদর্শ আৰু কর্মৰাজিক বিশ্লেষণাত্মক দৃষ্টিৰে স্মৰণ কৰে৷ অসমীয়া সমাজক…

ব্ৰিগেডিয়াৰ জেনেৰেল মজিদ খাদমীক ৰিভল্যুচনেৰী গাৰ্ডছৰ নতুন চোৰাংচোৱা মুৰব্বী নিযুক্তি ইৰানৰ

জেনেৰেল মজিদ খাদমীক ৰিভল্যুচনেৰী গাৰ্ডছৰ নতুন চোৰাংচোৱা মুৰব্বী নিযুক্তি ইৰানৰ নিউজ ডেস্ক, ২০ জুন : ইৰানে নিজৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে। যোৱা সপ্তাহত ইজৰাইলৰ বিমান আক্ৰমণত নিজৰ শীৰ্ষ চোৰাংচোৱা বিষয়াক হেৰুৱাই ইৰানৰ ৰিভল্যুচনেৰী গাৰ্ডে…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২০ জুন, আহাৰ মাহৰ ৫ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণা নৱমী, নক্ষত্র : ৰেৱতী, যাত্রা : শুভ মেষ : পুৱাৰ সময়ত কিছু নিৰাশ হোৱা দেখা যাব৷ প্রয়োজনীয় ক্ষেত্রত সাৱধানে থাকিব৷ প্রেম–দাম্পত্যত মধ্যম৷ শৰীৰৰ বিষয়ে চিন্তা থাকিব৷ বগা…

অনচূনী চিখেঁলৈ শ্রেষ্ঠ এছিয়ান চুটি ছবিৰ বঁটা

অনচূনী চিখেঁলৈ শ্রেষ্ঠ এছিয়ান চুটি ছবিৰ বঁটা নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ জুন : ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত বহুকেইটা বঁটা লাভেৰে ইতিমধ্যে চলচ্চিত্ৰ জগতখনত বিশেষভাৱে চচিত হোৱা ড’ পাৰ্থ সাৰথি মহন্তৰ অসমীয়া চুটি ছবি “অনচূনী…