নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আমেৰিকাত গ্ৰেপ্তাৰ অসমৰ ব্যৱসায়ী

🔹 আমেৰিকাত গ্ৰেপ্তাৰ অসমৰ ব্যৱসায়ী 🔹 স্বাস্থ্য বীমা কেলেংকাৰিত জড়িত তন্ময় শর্মা 🔹 ১,৩০০ কোটিৰ জালিয়াতি কৰা শর্মাক লছ এঞ্জেলছ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা আটক বিশেষ বাৰ্তা, ৫ জুন : আমেৰিকা নিৱাসী অসমীয়া ব্যৱসায়ী তন্ময় শর্মাক স্বাস্থ্য…

শ্বিলং বিমানবন্দৰ সম্প্ৰসাৰণৰ বাবে ১১.৭৫ একৰ ভূমি অধিগ্ৰহণ চৰকাৰৰ, ৭২.১৭ কোটি ক্ষতিপূৰণ

শ্বিলং বিমানবন্দৰ সম্প্ৰসাৰণৰ বাবে ১১.৭৫ একৰ ভূমি অধিগ্ৰহণ চৰকাৰৰ, ৭২.১৭ কোটি ক্ষতিপূৰণ মেঘালয়ত বিমান সংযোগ বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই ঘোষণা কৰে যে শ্বিলং বিমানবন্দৰৰ ৰানৱে সম্প্ৰসাৰণৰ বাবে…

মই সম্পূৰ্ণ ভাগি পৰিছো, ক’বলৈ মোৰ কোনো শব্দ নাই – বিৰাট কোহলি

মই সম্পূৰ্ণ ভাগি পৰিছো, ক’বলৈ মোৰ কোনো শব্দ নাই -  কোহলি কালি ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু দলে আই পি এলৰ ট্ৰফী জয় কোহলি কৰি উদযাপন কৰি আছিল যদিও ভিৰ আৰু অপব্যৱস্থাপনাৰ বাবে এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি…

বিশ্ব পৰিৱেশ দিৱস -ৰ বার্তা

বিশ্ব পৰিৱেশ দিৱস -ৰ বার্তা পৃথিৱী গ্রহক জীৱৰ বসবাসৰ উপযোগী কৰি ৰাখিবলৈ ৰাষ্ট্রসংঘৰ মজিয়াত ১৯৭২ চনতেই গ্রহণ কৰা হৈছিল এক সংকল্প৷ প্রদূষণমুক্ত পৃথিৱীৰ এই সংকল্পৰ মূল বার্তা আছিল পৰিৱেশ সুৰক্ষিত কৰি ৰাখিব লাগিব৷ ছুইডেনৰ ষ্টকহ’মত অনুষ্ঠিত…

চিন্নাস্বামী-ত অনুৰাগীৰ মৃত্যুৰ বাবে আয়োজক জগৰীয়া – বিচিচিআই

বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত পদপিষ্টত ১১জন লোকৰ মৃত্যু। এই দুৰ্ঘটনা সংঘটিত হৈছিল যেতিয়া বিৰাট কোহলি আৰু সমগ্ৰ আৰচিবিৰ দলটোৱে প্ৰথমটো ট্ৰফী লৈ ঘৰুৱা খেলপথাৰত উপস্থিত হৈছিল। নিজৰ প্ৰিয় খেলুৱৈ আৰু দলক চাবলৈ ষ্টেডিয়ামত এক…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ৫ জুন, জেঠ মাহৰ ২১ তাৰিখ বৃহস্পতিবাৰ : তিথি–শুক্লা দশমী, নক্ষত্র : হস্তা, যাত্রা : শুভ মেষ : প্রিয় কোনো ব্যক্তিৰ সান্নিধ্য পোৱাৰ যোগ৷ মনৰ কথা ব্যক্ত কৰি শান্তি অনুভৱ কৰিব৷ ঘৰুৱাত মধ্যম৷ সন্তানৰ চিন্তাৰ উন্নতি৷ শুভ…

RCBৰ বিজয় পেৰেড-ত পদপিষ্ট হৈ ৭জনৰ মৃত্যু, মৃত্যুৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা

ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিজয় পেৰেড-ৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামৰ গেটৰ সমীপত হঠাতে হঠাৎ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। এতিয়ালৈকে এই দুৰ্ঘটনাত ৭জন লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে, আনহাতে বহু লোক গুৰুতৰভাৱে আহত হৈছে। ১৮ বছৰৰ…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান-লৈ অতিৰিক্ত ৪৭ হাজাৰ হেক্টৰ ভূমি

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান-লৈ অতিৰিক্ত ৪৭ হাজাৰ হেক্টৰ ভূমি নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ জুন : সংৰক্ষণক শক্তিশালী কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তত অসম কেবিনেটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সম্প্ৰসাৰণত অনুমোদন জনাইছে, য’ত ৪৭,৩০৬.৩৩ হেক্টৰ…

বাছনিত কোন? ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিত ১৩জনৰ আবেদন

ৰাজ্যত ৰাজ্যসভাৰ বিজেপিৰ এখন আসনৰ বাবে ১২জনৰ আবেদন নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ জুন : ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন লোকসভা সাংসদ কুইন…

ভূমিকম্পত ফাট মেলিল দেৱালত-সুযোগ বুজি কাৰাগাৰ ভাঙি পলাল ২০০ বন্দী

ভূমিকম্পত ফাট মেলিল দেৱালত-সুযোগ বুজি কাৰাগাৰ ভাঙি পলাল ২০০ বন্দী নিউজ ডেস্ক, ৪ জুন : কথাতে কয় ‘কাৰোবাৰ সর্বনাশে কাৰোবালৈ কঢ়িয়াই আনে সৌভাগ্য’৷ এই প্রবাদৰ বাস্তৱ প্রতিফলন দেখিবলৈ পোৱা গ’ল পাকিস্তানৰ এখন কাৰাগাৰত৷ কালি গভীৰ নিশা ভূমিকম্পত…