নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ভূমিকম্পত ফাট মেলিল দেৱালত-সুযোগ বুজি কাৰাগাৰ ভাঙি পলাল ২০০ বন্দী

ভূমিকম্পত ফাট মেলিল দেৱালত-সুযোগ বুজি কাৰাগাৰ ভাঙি পলাল ২০০ বন্দী নিউজ ডেস্ক, ৪ জুন : কথাতে কয় ‘কাৰোবাৰ সর্বনাশে কাৰোবালৈ কঢ়িয়াই আনে সৌভাগ্য’৷ এই প্রবাদৰ বাস্তৱ প্রতিফলন দেখিবলৈ পোৱা গ’ল পাকিস্তানৰ এখন কাৰাগাৰত৷ কালি গভীৰ নিশা ভূমিকম্পত…

সংসদৰ অধিৱেশনত নিজৰেই নগ্ন ছবি প্রদর্শন মহিলা সাংসদৰ

সংসদৰ অধিৱেশনত নিজৰেই নগ্ন ছবি প্রদর্শন মহিলা সাংসদৰ নিউজ ডেস্ক, ৪ জুন : সংসদৰ অধিৱেশন চলা সময়ত উপস্থিত সাংসদসকলক হতবাক কৰিলে এগৰাকী মহিলা সাংসদে৷ সকলোৰে সন্মুখত নিজৰ নগ্ন ছবি দাঙি ধৰে এই মহিলা সাংসদগৰাকীয়ে৷ লৰা মেকলিউব নামৰ মহিলা…

পাক সীমান্ত-ত গুজৰাট চৰকাৰে গঢ়ি তুলিব ‘সিন্দূৰ বন’ উদ্যান

পাক সীমান্ত-ত গুজৰাট চৰকাৰে গঢ়ি তুলিব ‘সিন্দূৰ বন’ উদ্যান নিউজ ডেস্ক, ৪ জুন : কাশ্মীৰৰ পেহেলগামত সংঘটিত নৰমেধৰ পাছত পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰিবলৈ ভাৰতে সামৰিক অভিযান চলাইছিল৷ এই অভিযানৰ নাম দিয়া হৈছিল ‘অপাৰেচন সিন্দূৰ’৷ এইবাৰ…

IITত স্থান লাভ বালিপৰাৰ শুভম শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৪ জুন : দেশৰ ভিতৰত অগ্ৰণী গুণগত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান IIT-ত অধ্যয়নৰ বাবে স্থান লাভ কৰি অসম তথা সমগ্ৰ বালিপৰাৰ খনামুখ চিলনী অঞ্চললৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰ শুভম শৰ্মাই। সদ্যঘোষিত JEE ADVANCED পৰীক্ষাত সুন্দৰ…

ভাৰতবিৰোধী শক্তি-ৰ হটবেড নামনি অসমৰ ধুবুৰী

ভাৰতবিৰোধী শক্তি-ৰ হটবেড নামনি অসমৰ ধুবুৰী নিয়মীয়া বাৰ্তা, ৪ জুনঃ সম্প্ৰতি যোৰহাটৰ সেনা শিবিৰ ছামছুল ইছলাম নামৰ ৱেল্ডাৰ এগৰাকীক পাকিস্তানৰ চোৰাংচোৱা ৰূপে কাম কৰি থকাৰ সন্দেহত আটক কৰাৰ পিছত পুনৰ উচ্চাৰিত হৈছে ধুবুৰী জিলাৰ নাম। উল্লেখ্য…

আজি আবেলি RCBৰ বিজয় যাত্ৰা – ইতিহাস ৰচিবলৈ সাজু চিন্নাস্বামী ষ্টেডিয়াম

আজি আবেলি RCBৰ বিজয় যাত্ৰা, ইতিহাস ৰচিবলৈ সাজু চিন্নাস্বামী ষ্টেডিয়াম ৰজত পাটিদাৰৰ অধিনায়কত্বত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলে প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰিছে। চূড়ান্ত খেলখনত বেংগালুৰুৱে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰে। ইয়াৰ…

মোৰ হৃদয় আৰু আত্মা সকলো বেংগালুৰুৰ বাবে

মোৰ হৃদয় আৰু আত্মা সকলো বেংগালুৰুৰ বাবে পঞ্জাৱ কিংছৰ বিৰুদ্ধে ঐতিহাসিক জয় পঞ্জীয়ন কৰিছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে। প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰিছে আৰ চি বিৰ দলটোৱে। আই পি এলৰ প্ৰথমটো ট্ৰফী জয় কৰাৰ আনন্দত আৱেগিক যেন লাগিল আৰ…

IPLৰ খিতাপ জয়ৰ আশা পূৰণ RCBৰ, নেতৃত্বত ৰজত পাটিদাৰ

নিউজ ডেস্ক, ৪ জুন : সুদীর্ঘ ১৭ বছৰীয়া প্রতীক্ষাৰ অন্ত পেলাই IPLৰ খিতাপ জয় কৰিলে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৱে৷ বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ প্রতিযোগিতাখনৰ শ্বাসৰুদ্ধ খিতাপ যুঁজৰ মেচখনত বেংগালুৰুৱে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি চেম্পিয়নৰ…

সম্পাদকীয় : অসমীয়া চিনেমা-ৰ নতুন অধ্যায়

সম্পাদকীয় : অসমীয়া চিনেমাৰ নতুন অধ্যায় যোৱা কিছুদিনত অসমীয়া চিনেমা জগতখনলৈ এক আশাব্যঞ্জক পৰিৱর্তনৰ আগমন হৈছে৷ ইয়াৰ মূল কাৰণ হ’ল অসমীয়া চিনেমাত বুজন পৰিমাণৰ টকা বিনিয়োগ কৰিবলৈ ভালেসংখ্যক প্রযোজক আগবাঢ়ি আহিছে৷ বিগ বাজেটৰ ছবিৰ পৰা প্রথমে হোৱা…

মাওবাদীয়ে লুট কৰা ২.৫ টন বিস্ফোৰক সামগ্রী উদ্ধাৰ নিৰাপত্তাৰক্ষীৰ

🔹 ঝাৰখণ্ড সীমান্তৱর্তী অঞ্চলত কেইবাটাও বাহিনীৰ যৌথ অভিযান নিউজ ডেস্ক, ৩ জুন : মাওবাদীয়ে লুট কৰা ২.৫ টনতকৈ অধিক বিস্ফোৰক উদ্ধাৰ কৰিছে নিৰাপত্তা বাহিনীয়ে৷ কালি এই বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্রী উদ্ধাৰ কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে৷ ওড়িশাৰ…