সন্ত্রাসবাদক লৈ কৰি আছে ৰাজনীতি !
🔹 নিজৰ দল কংগ্রেছক ক্ষুৰধাৰ সমালোচনা ছলমান খুৰশ্বিদৰ
নিউজ ডেস্ক, ৩ জুন : সন্ত্রাসবাদৰ বিৰুদ্ধে বিশ্ব মঞ্চত সৰৱ ভাৰত৷ কিন্তু এই সময়তো দেশৰ ভিতৰত চলা ৰাজনীতিক লৈ ক্ষুব্ধ জ্যেষ্ঠ কংগ্রেছ নেতা ছলমান খুৰশ্বিদ ৷ নিজৰ দল কংগ্রেছক এই সন্দর্ভত…