নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ট্রাম্প -ৰ হোটেলত বিনিয়োগ কৰিলে দুগুণ আয় !

🔹 ট্রাম্প -ৰ হোটেলত বিনিয়োগ কৰিলে দুগুণ আয় ! 🔹 এআই ভিডিঅ’ দেখুৱাই ২ কোটি টকা প্রতাৰণা নিউজ ডেস্ক, ২৭ মে’ : মোৰ হোটেলত বিনিয়োগ কৰক, দুগুণ আয় হ’ব৷- ছ’চিয়েল মিডিয়াত এই কথা উল্লেখ কৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে! এই কথাত বিশ্বাস…

ঘোষণা বহুচৰ্চিত American Music Awards, জানক বঁটা বিজয়ীৰ সবিশেষ

ঘোষণা বহুচৰ্চিত American Music Awards , জানক বঁটা বিজয়ীৰ সবিশেষ ২০২৫ চনৰ আমেৰিকান মিউজিক এৱাৰ্ডত কালি লাছ ভেগাছত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত উদ্যোগটোৰ কিছু জনপ্ৰিয় শিল্পীক সন্মান জনোৱা হয়। তিনিবাৰৰ American Music Awards বিজয়ী কেণ্ড্ৰিক…

বাংলাদেশী মহিলা -ক বিয়া নকৰাবলৈ সতর্কবাণী চীন চৰকাৰৰ

🔹 বাংলাদেশী মহিলা -ক বিয়া নকৰাবলৈ সতর্কবাণী চীন চৰকাৰৰ 🔹 অবৈধভাৱে ঢাকাৰ পৰা বৃদ্ধি পাইছে মানৱ সৰবৰাহ নিউজ ডেস্ক, ২৭ মে’ : বাংলাদেশী মহিলাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূর্বে ১০০বাৰ ভাবি চাব লাগিব৷ সতর্ক হ’ব লাগিব এই ক্ষেত্রত চীনৰ প্রতিজন…

সৰুক্ষেত্ৰী আছুৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্র মিশ্রক সম্বর্ধনা

সৰুক্ষেত্ৰী আছু -ৰ উদ্যোগত অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্র মিশ্রক সম্বর্ধনা নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মে ' : সৰুক্ষেত্রী মৌজাৰ বেঙাপাৰা গাঁও নিৱাসী, সৰুক্ষেত্ৰী হাইস্কুল-বণিয়াকুছিৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক হেমেন্দ্র মিশ্রক ২৫ মে'ত তেওঁৰ…

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ আৰবীলৈ অনুবাদ আবু ছাইদৰ

#লক্ষ্মীনাথ বেজবৰুৱাৰ 'বুঢ়ী আইৰ সাধু' আৰবীলৈ অনুবাদ আবু ছাইদৰ #আবু ছাইদ আনছাৰীয়ে সোণতলীৰ কান্দুৰীমাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে # অচিৰে গ্ৰন্থ খন ভাৰতবৰ্ষ -অসমত উপলব্ধ হ'ব নিয়মীয়া বাৰ্তা, ২৭ মে': দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ Centre…

ছচিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰি ৰাজ্যত গ্ৰেপ্তাৰ ৭৮ ৰাষ্ট্ৰবিৰোধী

ছচিয়েল মিডিয়াত পাকিস্তানক সমৰ্থন কৰি ৰাজ্যত গ্ৰেপ্তাৰ ৭৮ ৰাষ্ট্ৰবিৰোধী নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মে ' : ছ’চিয়েল মিডিয়াত পাকিস্তানৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি অসমত এই পৰ্যন্ত মুঠ ৭৮জন গ্ৰেপ্তাৰ হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই…

কলকাতাত ৰবীন্দ্ৰ-নজৰুল জয়ন্তী পালন

কলকাতাত ৰবীন্দ্ৰ-নজৰুল জয়ন্তী পালন নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মে ' : যোৱা ২৫ মেত "অসম সাহিত্য সভা, কলকাতা শাখাৰ" উদ্যোগত উলহ মালহেৰে বাংলা সাহিত্যৰ দুই মহান কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু বিদ্ৰোহী কবি কাজী নজৰুল ইছলামৰ জন্ম জয়ন্তী…

মুখ‍্যমন্ত্ৰীৰ নেতৃত্ব-ত অসমৰ বান সমস‍্যা প্ৰায় নোহোৱা হৈছে : মন্ত্ৰী হাজৰিকা

মুখ‍্যমন্ত্ৰীৰ নেতৃত্ব-ত অসমৰ বান সমস‍্যা প্ৰায় নোহোৱা হৈছে : মন্ত্ৰী হাজৰিকা নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ মে ' : জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই ওদালগুৰিত গোলোণ্ডী নদীৰ পাৰৰ এটা ভঙা মথাউৰিৰ মেৰামতিৰ কামৰ…

শক্তিহীন বিৰোধী ৰাজনীতি

 শক্তিহীন বিৰোধী ৰাজনীতি অসমৰ ৰাজনীতিত বিগত ১১ বছৰে ধাৰাবাহিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হোৱা বিজেপিয়ে শেহতীয়া পঞ্চায়ত নির্বাচনতো অভূতপূর্ব সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে৷ আগন্তুক বিধানসভা নির্বাচনলৈ এবছৰো নাই৷ বিধানসভা নির্বাচনৰ…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৭ মে’, জেঠ মাহৰ ১২ তাৰিখ মঙলবাৰ : তিথি– অমাৱস্যা, নক্ষত্র : কৃত্তিকা, যাত্রা : শুভ মেষ : নতুন কোনো উদ্যোগ বা ব্যৱসায়–বাণিজ্যৰ ক্ষেত্রত বিনিয়োগ কৰিব পাৰে৷ চাকৰিত পদোন্নতিৰ সম্ভাৱনা৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৭৷…