নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গৌৰৱ গগৈ অসম প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে ' : অৱশেষত চকী গল ভূপেন বৰাৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ আসন এৰিব লগা হল ভূপেন বৰাই। ভূপেন কুমাৰ বৰাৰ স্থলাভিষিক্ত কৰা হল যোৰহাটৰ সাংসদ গৌৰৱ গগৈক। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্ত হল গৌৰৱ গগৈ। AICCএ…

আৰক্ষীৰ জালত অৰ্ধশতাধিক ছোৱালীৰ জীৱন ধ্বংস কৰা কুখ্যাত অপৰাধী ৰেজাউন

আৰক্ষীৰ জালত অৰ্ধশতাধিক ছোৱালীৰ জীৱন ধ্বংস কৰা কুখ্যাত অপৰাধী  ৰেজাউন নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে ' : ছোৱালীৰ জীৱনলৈ হেতালি খেলা ৰেজাউন মণ্ডল অৱশেষত আৰক্ষীৰ জালত। প্ৰথমে প্ৰেমৰ ছলনাৰে ছোৱালীৰ ভিডিঅ' কৰি ব্লেকমেইলিং কৰা ভণ্ড প্ৰেমিক…

মেঘালয়ৰ ছ’হৰাত নিৰুদ্দেশ মধ্যপ্ৰদেশৰ পৰ্যটক দম্পতী

মেঘালয়ৰ ছ’হৰাত নিৰুদ্দেশ মধ্যপ্ৰদেশৰ পৰ্যটক দম্পতী নিউজ ডেস্ক, ২৪ মে' : মেঘালয়ৰ পূব খাছি পাহাৰ জিলাৰ ছ’হৰাত পৰ্যটক হিচাপে অহা মধ্যপ্ৰদেশৰ ইন্দোৰৰ এহাল দম্পতী নিৰুদ্দেশ হৈছে। সোণম ৰঘুবংশী আৰু তেওঁৰ স্বামী ৰাজা ৰঘুবংশী ২৪ ঘণ্টাৰো অধিক…

লাহৰীঘাটত বনৰীয়া গাহৰিৰ ভয়ংকৰ আক্ৰমণত আহত ৮

নিয়মীয়া বাৰ্তা, ২৬ মে ' : লাহৰীঘাটৰ বাঘউঠা গাঁৱত বনৰীয়া গাহৰিৰ ভয়ংকৰ আক্ৰমণ। বনৰীয়া গাহৰিটোৰ নৃশংস আক্ৰমণত আহত ৮জন। আহতসকল ক্ৰমে প্ৰসেন বড়ো, ভাগৱত বড়ো, লালসিং বড়ো, চেনিৰাম বড়ো, শুক্লেশ্বৰ বড়ো আৰু আইনুদ্দিন। গুৰুতৰভাৱে আহত ৪জনক…

‘বিপজ্জনক ভাৰত’ৰ বাবে পৰমাণু অস্ত্রত গুৰুত্ব পাকৰ

🔹 মার্কিন সংস্থাৰ প্রতিবেদন 🔹 ভাৰতৰ সৈতে সৰু-সুৰা সংঘর্ষ বর্তাই ৰখাই পাকিস্তানৰ লক্ষ্য নিউজ ডেস্ক, ২৬ মে’ : ভাৰতক নিজৰ অস্তিত্বৰ বাবে বিপজ্জনক বুলি ধাৰণা কৰে পাকিস্তানে৷ সেইবাবে পাৰমাণৱিক অস্ত্রভাণ্ডাৰ বৃদ্ধি কৰিছে পাক সেনাই৷ শেহতীয়াকৈ এই…

ৰিপুণ বৰাৰ সংবাদ মেলে উদঙালে গৌৰৱপত্নীৰ পাক-লিংক, আক্ৰমণাত্মক মুখ্যমন্ত্ৰী

ৰিপুণ বৰাৰ সংবাদ মেলে উদঙালে গৌৰৱপত্নীৰ পাক-লিংক, আক্ৰমণাত্মক মুখ্যমন্ত্ৰী নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে ' : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত নতুনকৈ আক্ৰমণ কৰে।…

শুভমন গিলৰ সন্মানার্থে নির্মাণ কৰা হ’ব ষ্টেডিয়াম

🔹 ভাৰত–পাক সীমান্তৱর্তী গিলৰ গাঁৱত মিঠাই বিতৰণ নিউজ ডেস্ক, ২৬ মে’ : ভাৰত–পাকিস্তান সীমান্তৱর্তী ফাজিলকা জিলাৰ এখন সৰু গাঁও চ’ক খেৰেৱালাত জন্ম শুভমন গিলৰ৷ যোৱা শনিবাৰে ইংলেণ্ড ভ্রমণৰ বাবে ঘোষণা কৰা ভাৰতীয় টেষ্ট দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰাৰ…

৯ বছৰ পিছত টেষ্টলৈ প্রত্যাৱর্তন কৰুণ নায়াৰৰ

🔹 ইংলেণ্ড ভ্রমণৰ বাবে ঘোষণা কৰা দলত স্থান লাভ নিউজ ডেস্ক, ২৬ মে’ : ২০১৬ চনৰ ২৬ নৱেম্বৰত ভাৰতীয় টেষ্ট দলত অভিষেক ঘটিছিল কৰুণ নায়াৰৰ৷ ইয়াৰ পিছত তিনিখন টেষ্ট খেলি বাদ পৰিছিল ভাৰতীয় দলৰ পৰা৷ ২,৯৮৩ দিনৰ পিছত পুনৰ ভাৰতীয় টেষ্ট দলত স্থান লাভ…

সুৰাপান-ফাষ্ট ফুড খাই শৰীৰৰ ওজন ২২২ কেজি

🔹 চাইকেল চলাই ১২৪ কেজি কমালে মার্কিন যুৱকে নিউজ ডেস্ক, ২৬ মে’ : বিশৃংখল জীৱন যাপন৷ অতি ভজন কাল হৈ পৰিছিল এজন যুৱকৰ৷ ফাষ্ট ফুডৰ প্রতি আছিল যুৱকজনৰ আসক্তি৷ ইয়াৰ ফলত শৰীৰৰ ওজন বৃদ্ধি পাই হয়গৈ ২২২ কিলোগ্রাম৷ চলা–ফুৰা, উঠা–বহা, প্রাত্যহিক…

কোহলি–ৰোহিতহঁতক দেখিয়েই জিকিবলৈ শিকিছোঁ : গিল

🔹 সফল হোৱাৰ মন্ত্র প্রকাশ নতুন অধিনায়কৰ নিউজ ডেস্ক, ২৬ মে’ : ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া টেষ্ট শৃংখলাত নাথাকিব বিৰাট কোহলি, ৰোহিত শর্মা আৰু আৰ অশ্বিন৷ কিন্তু এই তিনিগৰাকী ক্রিকেটাৰেই তেওঁক শিকাইছে কিদৰে টেষ্ট শৃংখলা জিকিব পাৰি৷ অধিনায়কৰ…