মণ্ডপৰ পৰা দৰাক অপহৰণ নৃত্যশিল্পীৰ
🔹 বিহাৰৰ গোপালগঞ্জৰ বিবাহ অনুষ্ঠানত চাঞ্চল্যকৰ ঘটনা
নিউজ ডেস্ক, ২৬ মে’ : নিয়ম অনুসৰি সম্পন্ন হৈছিল বিয়া৷ ওচৰা–উচৰিকৈ বহি আছিল দৰা–কইনা৷ তেওঁলোকক ঘেৰি ধৰিছিল দৰা আৰু কইনাপক্ষৰ একাংশ যুৱক–যুৱতীয়ে৷ হঠাতেই যেন ছন্দপতন৷ বন্ধ হ’ল গান–বাজনা৷…