নিয়োগ বাৰ্তা চেন্ট্ৰেল কনজিউমাৰ প্রটেকচন অথৰিটীত ১০টা পদত চাকৰি নিয়মীয়া বাৰ্তা May 26, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ২ জুন নতুন দিল্লীস্থিত চেন্ট্ৰেল কনজিউমাৰ প্রটেকচন অথৰিটীত খালী হোৱা কেইটামান পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
অসম বিশ্বনাথত নীৰৱে অন্তর্ধান উদাৰ বক্ষৰ গলিয়া নৈ নিয়মীয়া বাৰ্তা May 26, 2025 🔹 ভূমিলোলুপৰ আগ্রাসনৰ বিষম পৰিণতি বসন্ত বৰা, ২৬ মে’ : বিশ্বনাথত সন্ধানহীন হৈছে এখন নদী৷ নিম্নগতি, বক্রগতি–মধ্যগতিৰে মোহনা অভিমুখী যাত্রাকালতে নিৰুদ্দেশ নদীখন৷ কোনো ভূগোলৰ মেপত জিলিকি থকা ক্ষীণ আঁচডালৰ নদীখনৰ বিজ্ঞাপন দিলেও সম্ভৱতঃ কোনেও…
অসম এখন দুখন নহয়! ছয়খনকৈ গাঁৱৰ মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ নিয়মীয়া বাৰ্তা May 26, 2025 নিয়মীয়া বাৰ্তা, ২৬ মে ' : এখন দুখন নহয়! ছয়খনকৈ গাঁৱৰ মুছলমান সমাজৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ ড্ৰাগছ আসক্ত, মাদকদ্ৰব্য সেৱন কৰি মৃত্যু হলে নহব জানাজা, কৱৰস্থানত নাপাব স্থান। ৰাইজৰ আগত ধৰা পৰিলে ভৰিব লাগিব জৰিমনা। সামজিকভাৱেও বয়কট কৰিব ড্ৰাগছ…
আঞ্চলিক মিছামাৰীত প্ৰহসনত পৰিণত প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনা নিয়মীয়া বাৰ্তা May 26, 2025 নিয়মীয়া বাৰ্তা, ২৬ মেঃ এতিয়া জেঠ মাহ ৷ বাৰিষাৰ পথাৰত কঠীয়া ৰুবলৈ কঠীয়াৰ ধান পৰাৰ ভৰপক সময় ৷ কিন্তু পথাৰত এটুপি পানী পাবলৈ নাই ৷ বাৰিষা বতৰত বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি অসমকে আদিকৰি দেশৰ বিভিন্ন প্ৰান্তৰ কৃষক সকলে আৰম্ভণিৰ পৰা পথাৰত কৃষি…
অসম ৰাজ্যজুৰি আটক দুই হাজাৰ বাংলাদেশী, গুৱাহাটীতে ধৃত ১৫০ নিয়মীয়া বাৰ্তা May 26, 2025 🔹 ৰাজ্যজুৰি আটক দুই হাজাৰ বাংলাদেশী, গুৱাহাটীতে ধৃত ১৫০ 🔹 গৃহ মন্ত্রালয়ৰ নির্দেশনাৰ পিছতে আৰক্ষীৰ তৎপৰতা বিশেষ বাৰ্তা, ২৬ মে’ : দেশৰ ভিতৰত অবৈধভাৱে প্রৱেশ কৰি কূটাঘাতমূলক কার্য সংঘটিত কৰা বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে কঠোৰ হৈছে কেন্দ্রীয়…
অসম গৌৰৱ গগৈক ৰিপুণ বৰাই মুখ্যমন্ত্ৰী পাতিব বিচৰাতো অলীক কল্পনা নিয়মীয়া বাৰ্তা May 26, 2025 'গৌৰৱ গগৈক ৰিপুণ বৰাই মুখ্যমন্ত্ৰী পাতিব বিচৰাতো অলীক কল্পনা নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মে ' : 'অসমৰ ৰাইজে ড° হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ মুখ্যমন্ত্ৰীৰূপে বিচাৰে। সদ্যঘোষিত পঞ্চায়ত নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিৰ চমকপ্ৰদ প্ৰদৰ্শনত এই কথা…
আন্তঃৰাষ্ট্ৰীয় তৃতীয় পক্ষ নাই : পাকিস্তানৰ অনুৰোধতে যুদ্ধবিৰতি নিয়মীয়া বাৰ্তা May 26, 2025 🔹 তৃতীয় পক্ষ নাই : পাকিস্তানৰ অনুৰোধতে যুদ্ধবিৰতি 🔹 যুদ্ধবিৰতিত সহমত সন্দর্ভত প্রথমবাৰলৈ গুৰুত্বপূর্ণ মন্তব্য প্রধানমন্ত্রী মোদীৰ নিউজ ডেস্ক, ২৬ মে’ : পেহেলগামৰ নাৰকীয় নৰসংহাৰৰ পিছত সন্ত্রাসবাদৰ পৃষ্ঠপোষক চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ…
নিয়োগ বাৰ্তা এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়া -ত ১৩৫টা পদ মুকলি নিয়মীয়া বাৰ্তা May 26, 2025 🔹 এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়া -ত ১৩৫টা পদ মুকলি 🔹 আবেদনৰ অন্তিম তাৰিখ ৩১ মে’ ৰাষ্ট্রীয় সংস্থা এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
অসম পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল সাংসদ গৌৰৱ গগৈ -ৰ পত্নীয়ে নিয়মীয়া বাৰ্তা May 26, 2025 🔹 গৌৰৱ গগৈ -ৰ হৈ চাফাই গাবলৈ গৈ ৰিপুণ বৰাৰ স্বীকাৰোক্তি বিশেষ বাৰ্তা, ২৬ মে’ : সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণক লৈ স্পষ্ট উত্তৰ নাই অসম প্রদেশ কংগ্রেছ কমিটীৰ ওচৰতো৷ বৰঞ্চ সাংসদগৰাকীৰ হৈ চাফাই গাবলৈ এখন সংবাদ মেল সম্বোধন কৰি দলটোৰ জ্যেষ্ঠ…
আন্তঃৰাষ্ট্ৰীয় জাপানক অতিক্রমি বিশ্বৰ চতুর্থ বৃহত্তম অর্থনীতি ভাৰত নিয়মীয়া বাৰ্তা May 26, 2025 🔹 জাপানক অতিক্রমি বিশ্বৰ চতুর্থ বৃহত্তম অর্থনীতি ভাৰত 🔹 আমেৰিকা–চীন–জার্মানীৰ পিছত বিশ্ব অর্থনীতিৰ গুৰুত্বপূর্ণ স্থানত ভাৰত নিউজ ডেস্ক, ২৬ মে’ : জাপানক অতিক্রম কৰি বিশ্বৰ চতুর্থ বৃহত্তম অর্থনীতিৰ দেশ হিচাপে চিহ্ণিত হৈছে ভাৰত৷ এই তথ্য…