নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

‘ মেড ইন ইণ্ডিয়া ’ৰ শক্তি দেখিলে বিশ্বই

🔹 ‘ মেড ইন ইণ্ডিয়া ’ৰ শক্তি দেখিলে বিশ্বই  🔹 ‘অপাৰেচন সিন্দূৰ’–এ ভাৰতবাসীৰ অন্তৰত জাগ্রত কৰিছে দেশপ্রেম  🔹 ‘মন কী বাত’ত প্রধানমন্ত্রী মোদী নিউজ ডেস্ক, ২৬ মে’ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৰেডিঅ’ৰ ‘মন কী বাত’ত শুনিবলৈ পোৱা গ’ল ‘অপাৰেচন…

তাৰকাবিহীন ভাৰতীয় টেষ্ট ক্রিকেট

🔹 তাৰকাবিহীন ভাৰতীয় টেষ্ট ক্রিকেট তিনিগৰাকী অভিজ্ঞ তাৰকা খেলুৱৈৰ অৱসৰৰ পিছত প্রথমবাৰৰ বাবে টেষ্ট শৃংখলাত অৱতীর্ণ হ’ব টীম ইণ্ডিয়া৷ প্রায় সমসাময়িকভাৱে টেষ্ট ক্রিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ভাৰতীয় অধিনায়ক ৰোহিত শর্মা, তাৰকা বেটছমেন বিৰাট কোহলি…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ২৬ মে’, জেঠ মাহৰ ১১ তাৰিখ সোমবাৰ : তিথি– কৃষ্ণা চতুর্দশী, নক্ষত্র : ভৰণী, যাত্রা : নাই মেষ : কর্ম আৰু ইচ্ছা শক্তিৰ গতি বৃদ্ধি পাব৷ শত্রুৰ পৰাক্রম কমিব৷ ভ্রমণৰ ফলত আনন্দ৷ নিবনুৱাৰ কর্মসংস্থানৰ কিছু আশা আছে৷ বিদ্যাত…

বৰষাৰ ভাবুকি নমাই সময়তকৈ আগতেই আহিল মৌচুমী

🔹 এল নিনোৰ প্রভাৱ হ্রাস : চলিত বর্ষত অধিক হ’ব বৃষ্টিপাত নিউজ ডেস্ক, ২৫ মে’ : ১৬ বছৰৰ মূৰকত প্রথমবাৰৰ বাবে নির্ধাৰিত সময়ৰ আঠ দিন পূর্বেই ভাৰতীয় মূল খণ্ডলৈ মৌচুমী বায়ুৰ আগমন৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ পূর্বানুমানক সত্যতা প্রমাণ কৰি কালি…

পাকিস্তানলৈ ভাৰতীয় সেনাৰ তথ্য প্রেৰণ কৰা স্বাস্থ্যকর্মীক গ্রেপ্তাৰ

🔹 পাকিস্তানলৈ ভাৰতীয় সেনাৰ তথ্য প্রেৰণ কৰা স্বাস্থ্যকর্মীক গ্রেপ্তাৰ 🔹 দেশজুৰি আইএছআইৰ সৈতে জড়িত চক্র উৎখাত অব্যাহত নিউজ ডেস্ক, ২৫ মে’ : ভাৰতীয় সেনাৰ ‘অপাৰেচন সিন্দূৰ’ৰ পিছত দেশজুৰি পাকিস্তানী চোৰাংচোৱা সংস্থা আইএছআইৰ সৈতে জড়িত চক্র উৎখাত…

কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ত চাকৰি

🔹 কৃষি আৰু কৃষক কল্যাণ মন্ত্রালয়ত চাকৰি 🔹 আবেদনৰ অন্তিম তাৰিখ ২৮ জুন কৃষি আৰু কৃষক কল্যাণ সঞ্চালকৰ অধীনত এটি পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

সিন্ধু জলচুক্তি স্থগিতক ‘জলবোমা’ আখ্যা পাকিস্তানী সাংসদৰ

🔹 সিন্ধু জলচুক্তি স্থগিতক ‘জলবোমা’ আখ্যা পাকিস্তানী সাংসদৰ 🔹 জলসংকটৰ সমাধান নহ’লে আমি ক্ষুধাত মৰিব লাগিব নিউজ ডেস্ক, ২৫ মে’ : জম্মু–কাশ্মীৰৰ ‘মিনি ছুইজাৰলেণ্ড’খ্যাত পেহেলগামত পাকিস্তানী সন্ত্রাসবাদীয়ে চলোৱা নৰসংহাৰৰ প্রত্যাঘাত হিচাপে…

কোহলিৰ অৱসৰ -ক লৈ মুখ খুলিলে মুখ্য নির্বাচক আগৰকাৰে

🔹 কোহলিৰ অৱসৰ -ক লৈ মুখ খুলিলে মুখ্য নির্বাচক আগৰকাৰে 🔹 এপ্রিলৰ আৰম্ভণিতে আমাক অৱগত কৰিছিল নিউজ ডেস্ক, ২৫ মে’ : টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ বিৰাট কোহলিয়ে ১২ মে’ত টেষ্ট ক্রিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিল৷ কোহলিৰ টেষ্ট ক্রিকেটৰ পৰা অৱসৰ লোৱা…

এপ’লৰ পিছত ছেমছাঙক ভাবুকি ট্রাম্পৰ

🔹 এপ’লৰ পিছত ছেমছাঙক ভাবুকি ট্রাম্পৰ 🔹 উৎপাদন কৰিব নোৱাৰিব ভাৰতসহ অন্য দেশত  নিউজ ডেস্ক, ২৫ মে’ : দ্বিতীয়বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হোৱা ড’নাল্ড ট্রাম্পৰ নীতি আৰু সিদ্ধান্তই বিশ্বৰ দেশসমূহক বিমোৰত পেলাইছে৷…

ক’লা সাম্ৰাজ্যলৈ ৩৯টা বিক্রী কেন্দ্রই যোগান ধৰিছিল ১,১০০খন ছিম কার্ড

🔹 ঘোষ্ট ছিমক লৈ চিবিআইৰ তদন্তত চাঞ্চল্যকৰ তথ্য বিশেষ বাৰ্তা, ২৫ মে’ : চাইবাৰ আক্রমণেৰে ভাৰতীয় অর্থনীতিক দুর্বল কৰিব বিচৰা সাত জেহাদীক অসম আৰক্ষীৰ এছটিএফে দেশৰ বিভিন্ন প্রান্তৰ পৰা গ্রেপ্তাৰ কৰি তদন্ত অব্যাহত ৰখাৰ সময়তে কেন্দ্রীয়…