নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কংগ্ৰেছৰ অৰ্ধশতাধিক নেতা-কৰ্মীৰ অশোক সিংহলৰ উপস্থিতিত বিজেপিত যোগদান

🔹 পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ঢেকীয়াজুলিত কংগ্ৰেছত মোক্ষম আঘাত বিশেষ বাৰ্তা, ২২ এপ্ৰিল : পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত কংগ্ৰেছ দলত মোক্ষম আঘাত ৷ কংগ্ৰেছ দলৰ অৰ্ধশতাধিক নেতা-কৰ্মীয়ে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অশোক…

এটিএম চাবলৈ দিনে–নিশাই জনতাৰ ভিৰ

🔹 বিশ্বৰ দুর্গম দ্বীপৰাষ্ট্র টুভালুত প্রথমটো এটিএম স্থাপন নিউজ ডেস্ক, ২২ এপ্রিল : বিশ্বৰ অন্যতম দ্বীপৰাষ্ট্র টুভালুত প্রথমটো এটিএম স্থাপন কৰা হৈছে৷ এই এটিএম চাবলৈ দিনে–নিশাই জনতাই ভিৰ কৰিছে৷ নেচনেল বেংক অৱ টুভালুৰ মুখ্য কার্যালয়ত এই…

কানাডাত হিন্দু ফ’বিয়া : হিন্দু মন্দিৰ লণ্ডভণ্ড খালিস্তানীপন্থীৰ

নিউজ ডেস্ক, ২২ এপ্রিল : কানাডাত হিন্দু ফ’বিয়া চলিছে৷ খালিস্তানীপন্থীয়ে কানাডাৰ ছাৰেৰ হিন্দু লক্ষ্মীনাৰায়ণ মন্দিৰ এটা লণ্ডভণ্ড কৰিছে৷ মন্দিৰৰ ভিতৰত প্রৱেশ কৰি বয়-বস্তু লণ্ডভণ্ড কৰাৰ লগতে মন্দিৰৰ ছাইনব’ৰ্ডত ক’লা ৰং সানি দিয়ে৷ এনেদৰে মন্দিৰৰ…

নৈশ আহাৰ গ্রহণ কৰি থকাৰ সময়তে পত্নীয়ে কৰিছিল ছুৰিকাঘাত

🔹 কর্ণাটকত প্রাক্তন ডিজিপিৰ চাঞ্চল্যকৰ হত্যাকাণ্ড নিউজ ডেস্ক, ২২ এপ্রিল : কর্ণাটকৰ প্রাক্তন ডিজিপি ওম প্রকাশৰ নিজ বাসগৃহতে নৈশ আহাৰ গ্রহণ কৰি থকাৰ সময়ত হোৱা হত্যাকাণ্ডক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ৰহস্যজনক হত্যাকাণ্ড বুলি চর্চিত প্রাক্তন…

এতিয়াও পাবলগীয়া ধন দিয়া নাই : গিলেস্পি

🔹 পাকিস্তান ক্রিকেট ব’ৰ্ডৰ বিৰুদ্ধে অভিযোগ নিউজ ডেস্ক, ২২ এপ্রিল : আন এক বিতর্কত নাম সাঙোৰ খাই পৰিছে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ৷ এতিয়াও ধন পাবলৈ বাকী আছে বুলি পিচিবিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে পাক দলটোৰ প্রাক্তন প্রশিক্ষক জেছন…

দিল্লী বিশ্ববিদ্যালয়ৰ শীর্ষস্থানপ্রাপ্তৰো নাই সংস্থাপন

🔹 ৫০ প্রমাণ–পত্র, ১০ পদকপ্রাপ্ত বিছমাক লৈ ছ’চিয়েল মিডিয়াত আলোড়ন নিউজ ডেস্ক, ২২ এপ্রিল : দিল্লী বিশ্ববিদ্যালয়ৰ শীর্ষ স্থানপ্রাপ্ত (টপাৰ)ই সংস্থাপন লাভৰ পৰা বঞ্চিত হ’ব পাৰে নেকি? অবিশ্বাস্য যেন লাগিলেও ৫০ প্রমাণ–পত্র আৰু ১০টাকৈ পদক লাভ কৰাৰ…

ক’ত মুকলি হ’ল বিশ্বৰ প্রথম ১০–জি ইণ্টাৰনেট সেৱা

🔹 ইণ্টাৰনেট আন্তঃগাঁথনিৰ অত্যাধুনিক প্রযুক্তিৰে চমক নিউজ ডেস্ক, ২২ এপ্রিল : প্রযুক্তি খণ্ডত চমক সৃষ্টি কৰি থকা ৰঙা চীনে এইবাৰ ইণ্টাৰনেট আন্তঃগাঁথনিৰ অত্যাধুনিক প্রযুক্তিৰে আন এক চমক সৃষ্টি কৰিলে৷ বিশ্বৰ প্রথম ১০–জি ব্র’ডবেণ্ড ইণ্টাৰনেট…

ব’ৰ্ডৰ কেন্দ্রীয় চুক্তিলৈ উভতিল শ্রেয়াছ–ঈশান

🔹 স্থান নাপালে অসম-সন্তান ৰিয়ান পৰাগে নিউজ ডেস্ক, ২২ এপ্রিল : জল্পনা–কল্পনাৰ অন্তত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ঘোষণা কৰিছে ভাৰতীয় পুৰুষ ক্রিকেট দলৰ কেন্দ্রীয় চুক্তি৷ ২০২৪–২৫ বর্ষৰ বাবে ব’র্ডে ঘোষণা কৰা কেন্দ্রীয় চুক্তিত দেখা গৈছে…

মূৰৰ দাম ১ কোটি ঘোষিত নেতাসহ ৮ দুর্ধর্ষ মাওবাদী নিহত

🔹 ঝাৰখণ্ডৰ বকাৰোত মাওবিৰোধী অভিযান নিউজ ডেস্ক, ২২ এপ্রিল : নক্সালমুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে মাও অধ্যুষিত অঞ্চলসমূহত অভিযান তীব্রতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে৷ মাওবাদীক আত্মসমর্পণৰ আহ্বান জনোৱাৰ সমান্তৰালকৈ কেন্দ্রীয় চৰকাৰে মাওবিৰোধী…