নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ব’ৰ্ডৰ কেন্দ্রীয় চুক্তিলৈ উভতিল শ্রেয়াছ–ঈশান

🔹 স্থান নাপালে অসম-সন্তান ৰিয়ান পৰাগে নিউজ ডেস্ক, ২২ এপ্রিল : জল্পনা–কল্পনাৰ অন্তত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ঘোষণা কৰিছে ভাৰতীয় পুৰুষ ক্রিকেট দলৰ কেন্দ্রীয় চুক্তি৷ ২০২৪–২৫ বর্ষৰ বাবে ব’র্ডে ঘোষণা কৰা কেন্দ্রীয় চুক্তিত দেখা গৈছে…

মূৰৰ দাম ১ কোটি ঘোষিত নেতাসহ ৮ দুর্ধর্ষ মাওবাদী নিহত

🔹 ঝাৰখণ্ডৰ বকাৰোত মাওবিৰোধী অভিযান নিউজ ডেস্ক, ২২ এপ্রিল : নক্সালমুক্ত ভাৰত গঢ়াৰ লক্ষ্যৰে মাও অধ্যুষিত অঞ্চলসমূহত অভিযান তীব্রতৰ কৰি তুলিছে নিৰাপত্তা বাহিনীয়ে৷ মাওবাদীক আত্মসমর্পণৰ আহ্বান জনোৱাৰ সমান্তৰালকৈ কেন্দ্রীয় চৰকাৰে মাওবিৰোধী…

১০০ অখিল আহিলেও নাজিৰাত দেৱব্রত শইকীয়াক একো কৰিব নোৱাৰে

🔹 ৰাইজৰ দলৰ সভাপতিৰ বিৰুদ্ধে পুনৰ সৰৱ ভূপেন বৰা বিশেষ বাৰ্তা, ২২ এপ্রিল : এইবাৰ পঞ্চায়ত নির্বাচনক লৈ শত্রুৰ ভূমিকাত অৱতীর্ণ হোৱা কংগ্রেছ আৰু অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰ মাজত আক্রমণ–প্রতি আক্রমণৰ যুঁজখন অব্যাহত আছে৷ ৰাইজৰ দলৰ সভাপতি অখিল…

পৰিবহণ বিভাগত কনিষ্ঠ উন্নয়ন বিষয়াৰ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৪ এপ্রিল অসম চৰকাৰৰ পৰিবহণ বিভাগৰ অধীনত কনিষ্ঠ উন্নয়ন বিষয়াৰ কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

অক্টোবৰত পুনৰ এটকা হ্রাস বিদ্যুৎ মাচুল

🔹 ৰাজ্যবাসীলৈ আন এক সকাহ : মুখ্যমন্ত্রীৰ বৃহৎ ঘোষণা 🔹 শীঘ্রে মহিলাসকলক দিব বিনামূলীয়া ম’বাইল বিশেষ বাৰ্তা, ২২ এপ্রিল : পঞ্চায়ত নির্বাচনৰ প্রচাৰ অভিযানত নামি পৰিল মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ কালি ধেমাজি আৰু ডিগবৈত প্রচাৰ অভিযান…

প্লে-অফৰ দিশে গুজৰাট টাইটানছ

🔹 গিলৰ দর্শনীয় ৯০ : চতুর্থ পৰাজয় কলকাতাৰ নিউজ ডেস্ক, ২২ এপ্রিল : শুভমন গিল নেতৃত্বাধীন গুজৰাট টাইটানছে চলিত আইপিএলৰ প্লেঅফত প্রৱেশ কৰাৰ আশা সজীৱ কৰি তুলিছে৷ প্রতিযোগিতাখনৰ কালি অনুষ্ঠিত মেচখনত গুজৰাটে ডিফেণ্ডিং চেম্পিয়ন কলকাতা নাইট…

মোদীৰ চৰকাৰী বাসভৱনত সপৰিয়ালে জে ডি ভান্স

🔹 ১২ বছৰৰ মূৰকত ভাৰত ভ্রমণলৈ আমেৰিকাৰ উপ–ৰাষ্ট্রপতি নিউজ ডেস্ক, ২২ এপ্রিল : চাৰিদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ অহা আমেৰিকা যুক্তৰাষ্ট্রৰ উপ–ৰাষ্ট্রপতি জে ডি ভান্সে কালি সন্ধিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰী বাসভৱনত মিলিত হয়৷ নতুন দিল্লীৰ…

যুগান্তকাৰী পদক্ষেপ

অসম আৰু অসমীয়াৰ জাতীয়তাবাদৰ মূল ভেটি হ’ল ভাষা৷ আমি আমাৰ ভাষাটোক লৈ যথেষ্ট আৱেগিক৷ ভাষা–সংস্কৃতিৰ এনাজৰীয়ে অসমীয়াক ঐক্যবদ্ধ কৰি ৰাখিছে৷ আইৰ মুখৰ ভাষাটোৱে দুর্যোগৰ সন্মুখীন হোৱাৰ আশংকা ঘনীভূত হ’লেই আমি আৱেগবিহ্বল হৈ উঠোঁ৷ দেশৰ দাক্ষিণাত্যৰ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ এপ্রিল, ব’হাগ মাহৰ ৮ তাৰিখ মঙলবাৰ : তিথি– কৃষ্ণা নৱমী, নক্ষত্র : শ্রাৱণা, যাত্রা : নাই মেষ : পিছবেলা কোনো ক্ষেত্রত নিৰাশ হ’ব পাৰে৷ প্রয়োজনীয় ক্ষেত্রত সেয়ে সাৱধানে চলক৷ দাম্পত্যত মধ্যম৷ শৰীৰ ভাল হ’লেও উদ্বেগ এৰাব নোৱাৰিব৷ শুভ ৰং…

স্থান নাপালে অসম সন্তান ৰিয়ান পৰাগে, ব’ৰ্ডৰ কেন্দ্রীয় চুক্তিলৈ উভতিল শ্রেয়াৰ আয়াৰ, ঈশান কিষণ

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ বহু জল্পনা–কল্পনাৰ অন্তত ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’র্ডে ঘোষণা কৰিছে ভাৰতীয় পুৰুষ ক্রিকেট দলৰ কেন্দ্রীয় চুক্তি৷ ২০২৪–২৫ বর্ষৰ বাবে ব’র্ডে ঘোষণা কৰা কেন্দ্রীয় চুক্তিত দেখা গৈছে কেইবাটাও পৰিৱর্তন৷ মুঠ ৪টা গ্রেডৰ এই…