নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেটত ভাৰত ভ্রমণ নকৰাৰ সিদ্ধান্ত পাকিস্তানৰ

নিউজ ডেস্ক, ২১ এপ্ৰিলঃ পাকিস্তান মহিলা ক্রিকেট দলটোৱে চলিত বর্ষৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া আইচিচি মহিলা এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে ভাৰত ভ্রমণ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এই কথা নিশ্চিত কৰিছে পাকিস্তান ক্রিকেট ব’ৰ্ডৰ…

পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে বিপুলসংখ্যক আসন লাভ কৰিব, মানুহে ভোট দিব নৰেন্দ্ৰ মোদী, ড০ হিমন্ত বিশ্ব…

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ এপ্ৰিলঃ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে বিপুল সংখ্যক আসন লাভ কৰিব। মানুহে ভোট দিব নৰেন্দ্ৰ মোদী, ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক।- এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ। অসমৰ পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত আজি ৰাষ্ট্ৰীয়…

ধুবুৰীত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক গুৱাহাটীৰ মেয়ৰ মৃগেন শইকীয়াৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ আজি ধুবুৰীৰ তেতুলতলাস্থ বিজেপিৰ জিলা কাৰ্যালয়ত অনুষ্ঠিত এখন গুৰুত্বপূর্ণ নিৰ্বাচনী বৈঠকত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া। বৈঠকখনত সংগঠনটোৰ শক্তি সংহতকৰণ,…

তেজপুৰৰ দেৱী সিং ঘাটত অঘটন, হোটেল মেনেজমেণ্টৰ ছাত্ৰ অভিষেকৰ সলিল সমাধি

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ তেজপুৰ দেৱী সিং ঘাটত অঘটন। হোটেল মেনেজমেন্টৰ ছাত্ৰৰ সলিল সমাধি। তেজপুৰ বিন্দুকুৰীৰ ছাত্ৰগৰাকীৰ নাম অভিষেক চাওৰা। সহপাঠীৰ লগত পিকনিক খাবলৈ আহিছিল ব্ৰহ্মপুত্ৰৰ পাৰৰ দেৱী সিং ঘাটত। ফুটবল খেলি থকা অৱস্থাত বলটো পানীত…

বিয়ালৈ গৈ উচ্চ ৰক্তচাপৰ বলি, দৰঙৰ সমবায় বিভাগৰ অৱসৰী বিষয়া যোগেন চহৰীয়াৰ মৃত্যু

ষ্টাফ ৰিপৰ্টাৰ, দৰং, ২১ এপ্ৰিলঃ মঙলদৈ চহৰৰ ৪নং ৱাৰ্ড বিষ্ণুনগৰ নিবাসী তথা অসম চৰকাৰৰ সমবায় বিভাগৰ অৱসৰী কৰ্মচাৰী যোগেন চহৰীয়াৰ বিয়ালৈ গৈ মৃত্যুক সাৱটি লোৱাত মঙলদৈত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। পৰিয়াল সূত্ৰে প্ৰকাশ যে, কালি দিনৰ ভাগত পৰিয়ালৰ…

ছপা মাধ্যমৰ সাংবাদিকৰ সংগঠন নগাঁও প্ৰিণ্ট মিডিয়া গঠন 

বিশেষ বাৰ্তা, ২১ এপ্ৰিল : নগাঁও সদৰস্থ ছপা মাধ্যমৰ সাংবাদিকসকলক একত্ৰিত কৰাৰ উদ্দেশ্যৰে আৰু শেহতীয়াকৈ ছপা মাধ্যমৰ প্ৰতি অহা বিভিন্ন ধৰণৰ জটিলতাক প্ৰতিহত কৰাৰ ভাবে নগাঁও সদৰস্থ বিভিন্ন ছপা মাধ্যমৰ সাংবাদিক সকল একত্ৰিত হৈ আজি এখন সাধাৰণ সভা…

কংগ্ৰেছে হাতৰ ছবিৰ পৰিৱৰ্তে লুঙিৰ ছবিৰে নিৰ্বাচন খেলিক, কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচন। বিশাল জনসমুদ্ৰত পৰিণত অকাজানস্থিত আবুতানি জ্যেষ্ঠ মাধ্যমিক খেলপথাৰত৷ আজি জোনাই সমষ্টিৰ অকাজানস্থিত আবুতানি জ্যেষ্ঠ মাধ্যমিক খেলপথাৰত NDA বিজেপি মিত্ৰজোঁটে আয়োজিত প্ৰথম পঞ্চায়ত নিৰ্বাচনৰ…

বিহপুৰীয়াৰ ৰঙানদী চেনিমৰা ৱাৰ্ডত চৰ্চাত ভিনীহি-খুলশালিৰ নিৰ্বাচনী যুঁজ

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিল : বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তৰ গ্ৰামাঞ্চলত লাহে লাহে পঞ্চায়ত নিৰ্বাচনৰ বতাহ জোৰেৰে বলিব লাগিছে ৷ বিজেপি, কংগ্ৰেছ, ৰাইজৰ দল তথা নিৰ্দলীয় প্ৰাৰ্থী সমুহৰ এতিয়া গাত তৎ নাইকীয়া হৈছে৷ কিদৰে নিৰ্বাচনী বৈতৰণীখন পাৰ হব পাৰি…

টিপলাইত তিনি দিন ধৰি পৰিত্যক্ত টাটা ইণ্ডিকা ভিষ্টা বাহন, চাঞ্চল্য 

নিয়মীয়া বাৰ্তা, ২১ এপ্ৰিলঃ গোৱালপাৰা জিলাৰ ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত টিপলাইৰ সমীপৰ উলুবাৰী-সোণাপুৰ গাওঁত যোৱা তিনি দিন ধৰি পৰিত্যক্ত অৱস্থাত থকা এখন টাটা ইণ্ডিকা ভিষ্টা বাহনক(AS 01 MB 5249)কেন্দ্র কৰি সমগ্ৰ অঞ্চলটোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি…

আজিৰ পৰা প্রাইড ইষ্টৰ মনোৰঞ্জনধর্মী চেনেল ‘ৰং’ত ‘আদি অনাদি’ ‘মন আকাশৰ তৰা’–‘ৰামধেনু’ৰ সম্প্রচাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ এপ্ৰিলঃ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট্ছ প্রাইভেট লিমিটেডৰ মনোৰঞ্জনধর্মী চেলেন ৰং–এ ব’হাগৰ আগমনত দর্শকৰ বাবে লৈ আহিছে তিনিখনকৈ উন্নতমানৰ নতুন ধাৰাবাহিক৷ আজিৰে পৰা ৰঙত সম্প্রচাৰ হ’বলগীয়া ধাৰাবাহিক তিনিখন হ’ল– ‘আদি…