আজিৰ পৰা বলৱৎ ট্রাম্পৰ নতুন শুল্ক, ভাৰতত পৰিব প্রভাৱ, সুৰা-হীৰা-সোণ-ৰূপো নপৰিব বাদ
নিউজ ডেস্ক, ২ এপ্রিলঃ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ ঘোষিত নতুন শুল্ক পৰিকল্পনা আজিৰ পৰা বলৱৎ হ’ব৷ আমেৰিকা যুক্তৰাষ্ট্রৰ বৃহত্তম বাণিজ্যিক অংশীদাৰ দেশ ভাৰতৰ ওপৰত ট্রাম্পৰ এই নতুন শুল্কৰ বিৰূপ প্রভাৱ পৰিব৷ দ্বিতীয়বাৰৰ বাবে…