আজিৰ দিনটোৰ ৰাশিফল
আজি ২৯ মার্চ, চ’ত মাহৰ ১৫ তাৰিখ
শনিবাৰ : তিথি– অমাৱস্যা, নক্ষত্র : উত্তৰভাদ্র, যাত্রা : নাই
মেষ : আর্থিক দিশত ভাল দেখা যায়৷ কর্মক্ষেত্রত দক্ষতা বৃদ্ধি হ’ব৷ বিদ্যাত বাধা আছে৷ প্রতিকাৰ : ১জন শিশুক পায়স খুৱাব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৭৷
বৃষ…