নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ম্যানমাৰত দুটাকৈ উপৰ্যুপৰি ভূমিকম্প, থাইলেণ্ডত হাহাকাৰ, অসমত অনুভূত প্ৰবল জোকাৰণি

নিউজ ডেস্ক, ২৮ মাৰ্চঃ ৭.২ প্ৰাবল্যৰ এক বৃহৎ ভূমিকম্পই জোকাৰি যায় ম্যানমাৰক। ৰাষ্ট্ৰীয় ভূমিকম্পবিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি আজি দুপৰীয়া ভূমিকম্পৰ কম্পন অনুভৱ কৰা হয়। ম্যানমাৰত অনুভৱ কৰা ভূমিকম্প ইমানেই শক্তিশালী আছিল যে…

পুনৰ বৃদ্ধি পাব কর্কটসহ একাধিক জীৱনদায়িনী ঔষধৰ দাম

🔹 ছমাহৰ ভিতৰত দুবাৰকৈ বৃদ্ধি ঔষধৰ দাম নিউজ ডেস্ক, ২৮ মার্চ : পুনৰ বৃদ্ধি পাব কর্কট, মধুমেহসহ কেইবাবিধো জীৱনদায়িনী দৰবৰ দাম৷ ছমাহৰ ভিতৰত ২বাৰলৈ বৃদ্ধি পাব এই জীৱনদায়িনী ঔষধৰ দাম৷ বিগত বর্ষৰ অক্টোবৰ মাহত কিছুসংখ্যক জীৱনদায়িনী ঔষধৰ দাম পঞ্চাশ…

১০০ দিনীয়া বন্দিত্বৰ অৱসান, আলফাৰ কেম্পৰ পৰা মুকলি আকাশৰ তললৈ জাগুনৰ প্ৰকাশ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল জাগুনত বিগত কেইবাবছৰৰ পৰা ধন দাবী আৰু অপহৰণেৰে একপ্ৰকাৰৰ সন্ত্ৰাস সৃষ্টি কৰি অহা আলফা (স্বা) য়ে ২০২৪ চনৰ ১৮  ডিচেম্বৰত জাগুন ৯ মাইলৰ কৃষ্ণ চেত্ৰীৰ এটি শিল ভঙা উদ্যোগৰ পৰা শ্ৰমিক…

বাহনৰ টোলটেক্স সংগ্ৰহত ব্যাপক খেলিমেলি, গুৱাহাটীৰ ঘৰত থকা বাহনৰ টোলটেক্স কাটিলে ৰহাত

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ ৰাজ্যৰ একাংশ টোলগেটত বাহনৰ টোলটেক্স সংগ্ৰহৰ ক্ষেত্ৰত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। বিশেষকৈ ৰহা আৰু সোণাপুৰত টোল টেক্স সংগ্ৰহৰ নামত ব্যাপক খেলিমেলি সংঘটিত হৈছে। সংশ্লিষ্ট পথেৰে পাৰ নোহোৱাৰ…

জনস্বাস্থ্য কাৰিকৰী বিভাগত জলজীৱনৰ ঠিকা কৰি মাৰ্চমাহত ফুটাকড়ি এটাও নাপায় বিপদত নগাঁৱৰ শতাধিক…

বিশেষ বাৰ্তা, ২৮ মাৰ্চঃ মাৰ্চ মাহত নগাঁও জনস্বাস্থ্য কৰিকৰী সংমণ্ডলৰ জল জীৱন মিছনৰ অনাদায়কৃত প্ৰায় ৬০ কোটি টকাৰ ভিতৰত ২ কোটি ৭৮ লাখ ৯৪ হাজাৰ টকা আবণ্টন হৈছিল। কিন্তু পৰিতাপৰ কথা যে নগাঁও সংমণ্ডলটোত ঠিকা কৰা ১৫০জন ঠিকাদাৰৰ ভিতৰত ১৪৯ জনেই…

দেৰগাঁও নাট্যচৰ্চা কেন্দ্ৰৰ অভিনেত্ৰী  দৰ্শনা দেৱীলৈ “উদিত নাট্যপ্ৰভা” সন্মান

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ গোলাঘাটৰ স্ত্ৰী শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ে বিশ্ব নাট্য দিৱস উপলক্ষে আয়োজন কৰা সদৌ অসম আন্ত:মহাবিদ্যালয় আৰু আন্ত:বিশ্ববিদ্যালয় দ্বৈত অভিনয় প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অসমৰ…

নাৰায়ণপুৰত বিজেপি নেতাই বিলাইছে ভুৱা অৰুণোদয় আবেদন পত্ৰ 

বিশেষ বাৰ্তা, ২৮ মাৰ্চ : ৰাজ্য চৰকাৰে মহিলাসবলীকৰণৰ ক্ষেত্ৰত ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ ক্ষেত্ৰত বিহপুৰীয়া বিধানসভা সমষ্টিত শাসকীয় বিজেপিৰ একাংশ কৰ্মকৰ্তাই গুৰুতৰ অনিয়ম সংঘটিত কৰা অভিযোগ উত্থাপন হৈছে৷ ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ…

শিক্ষাৰ্থীক দুৰ্ব্যৱহাৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্রকক সাময়িকভাৱে  অব্যাহতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ শিক্ষাৰ্থীক দুৰ্বব্যৱহাৰ কৰাৰ অভিযোগত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষাসমূহৰ ভাৰপ্রাপ্ত পৰীক্ষা নিয়ন্ত্রক ডঃ কন্দর্প শৰ্মাক কৰ্তৃপক্ষই সাময়িকভাৱে অব্যাহতি দিছে। উল্লেখ্য যে পৰীক্ষা নিয়ন্ত্ৰক ডঃ শৰ্মাক…

বাক্সাত সমন্বয় মঞ্চ-সাংবাদিক সন্থাৰ বিনামূলীয়া চকু চিকিৎসা শিবিৰ, দিব্যাংগক পৰীক্ষণ শিবিৰ

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চ : বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত আনন্দ বজাৰ শংকৰদেৱ শিশু নিকেতনত সমন্বয় মঞ্চ, আনন্দ বজাৰৰ উদ্যোগত শালবাৰী মহকুমা সাংবাদিক সন্থাৰ সহযোগত শংকৰদেৱ নেত্ৰালয়ৰ দ্বাৰা বিনামূলীয়া চকু চিকিৎসা শিবিৰ আৰু মবিলিটি…

ডিব্রুগড়ৰ পৰা প্রত্যাহাৰ আফ্স্পা, তিনিচুকীয়া-শিৱসাগৰতহে বলৱৎ, পর্যটকৰ ক্ষেত্রত সতর্কতা শিথিল জাপানৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ মাৰ্চঃ ৰাজ্যৰ আৰু এখন জিলা মুক্ত হ’ল বহু বিতর্কিত সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইন, চমুকৈ আফ্স্পাৰ পৰা৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে আনুষ্ঠানিক অধিসূচনাৰ জৰিয়তে ডিব্রুগড় জিলাৰ পৰা আফ্স্পা প্রত্যাহাৰ কৰিছে৷ ইয়াৰ লগে…