ভাৰতলৈ আহি আছে ফুটবল তাৰকা লিঅনেল মেছি, খেলিব আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীমূলক মেচ
নিউজ ডেস্ক, ২৬ মাৰ্চঃ ভাৰতীয় ফুটবল অনুৰাগীৰ বাবে এটা ভাল খবৰ, আৰ্জেণ্টিনাৰ ফুটবল দলৰ সৈতে ভাৰতলৈ আহিব বিশ্বৰ অন্যতম বিখ্যাত ফুটবলাৰ লিয়নেল মেছি। এইবাৰ মেচ খেলিবলৈ আহিব আৰ্জেণ্টিনাৰ দলটো। মেছিয়ে শেষবাৰৰ বাবে ২০১১ চনত ভাৰত ভ্ৰমণ কৰিছিল,…