নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জনসেৱাৰ নামত প্রৱঞ্চনা

জনসেৱাৰ নামত ৰাজনৈতিক ক্ষেত্রখন ক্রমাগতভাৱে কলুষিত হৈছে৷ দেশৰ গণতান্ত্রিক ব্যৱস্থাত ৰাজনৈতিক দলৰ বিশেষ ভূমিকা আছে৷ সাম্প্রতিক ৰাজনীতিক লৈ সর্বসাধাৰণ ৰাইজৰ মাজত সৃষ্টি হোৱা ক্ষোভ আৰু হতাশাৰ মূলতেই হ’ল একাংশ জননেতাৰ কর্মকাণ্ড৷ জনসেৱাৰ নামত…

ছাত্রীক অশালীন ইংগিত দিয়া পৰীক্ষাৰ তত্ত্বাৱধায়ক শিক্ষক ৰাজীৱ কলিতাক নিলম্বন

বিশেষ বাৰ্তা, ২৫ মাৰ্চ : এগৰাকী কিশোৰী পৰীক্ষাৰ্থীক অশালীন ইংগিত দি বিতৰ্কত সুমাই পৰা নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বটদ্ৰৱা শ্ৰীশ্ৰীশংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰাজীৱ কুমাৰ কলিতাক অৱশেষত শিক্ষা বিভাগে নিলম্বন কৰে। জিলা সংমণ্ডল বিদ্যালয়…

মাছখোৱা সামূহিক চিকিৎসালয়ত চিকিৎসা কৰ্মীৰ অভাৱ, সমস্যাত ৰোগী

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ : চৰকাৰী স্বাস্থ্য খণ্ডৰ উন্নয়নৰ নামত শাসকীয় চৰকাৰে ফটা ঢোল কোবাই আহিছে যদিও মাছখোৱা ত্ৰিশখন বিছনাযুক্ত সামূহিক চিকিৎসালয়খনত বর্তি থকা সমস্যাই চৰকাৰী স্বাস্থ্য খণ্ডৰ ফোঁপোলা স্বৰূপ উদঙাই দেখুৱাইছে। বৃহত্তৰ মাছখোৱাৰ…

বাঘমাৰাচৰত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী, জেললৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ : বৰপেটা জিলাৰ চেঙা সমষ্টিৰ আলোপতিচৰ থানাৰ অন্তৰ্গত বাঘমাৰাচৰত যোৱানিশা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ সহ এগৰাকী সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, গোপন সূত্ৰৰ পম…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৫ মার্চ, চ’ত মাহৰ ১১ তাৰিখ মঙলবাৰ : তিথি– কৃষ্ণা একাদশী, নক্ষত্র : শ্রৱনা, যাত্রা : নাই মেষ : অনুকূল পৰিৱেশ৷ বন্ধু–বান্ধৱৰ পৰা সহানুভূতি পাব৷ নিজৰ উন্নতিৰ বাবে কিবা চেষ্টাত উন্নত অনুভৱ কৰিব৷ সু–সংবাদত সুখী হ’ব পাৰে৷ দাম্পত্যত বেয়া…

আলফা (স্বাঃ)ই অপহৰণ কৰা প্ৰকাশ ছেত্ৰীক মুক্তিৰ দাবীত প্ৰতিবাদ, ৩১৫নং ৰাষ্ট্ৰীয় পথ অৱৰোধ

নিয়মীয়া  বাৰ্তা, ২৪ মাৰ্চ : মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত  জাগুনত  আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ধন দাবী আৰু অপহৰণেৰে   জনসাধাৰণৰ জীৱনলৈ চৰম ভাবুকিৰ সৃষ্টি কৰা সংযুক্ত  মুক্তি বাহিনী ওৰফে আলফাৰ বিৰুদ্ধে আজি জাগুনত  ৩১৫ নং…

টংলাত ঢকুৱাখনাৰ অয়ন থিয়েটাৰৰ শকুনিৰ প্ৰতিশোধ নাট মঞ্চস্থ

বিশেষ বাৰ্তা, ২৪ মাৰ্চ : টংলাৰ ব্লেকবস্ক, দাপোণ- দ্যা মিৰ'ৰৰ বাকৰিত  যোৱা ১৫ মাৰ্চত ঢকুৱাখনাৰ অয়ন থিয়েটাৰৰ শিল্পীসকলে মঞ্চস্থ কৰে পাপৰি কবি গণেশ গগৈৰ ৰচিত আৰু ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক অৰুন্ধতী কলিতাৰ পৰিচালিত শকুনিৰ  প্ৰতিশোধ।…

IGLত নাম নলোৱাকৈ একনাথ শিণ্ডেক কটুক্তি, কুনাল কামৰাৰ ষ্টুডিঅ’ ভাঙিলে BMC-এ

নিউজ ডেস্ক, ২৪ মাৰ্চঃ মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ শিণ্ডেক লৈ কমেডিয়ান কুনাল কামৰাৰ জিবেই সৃষ্টি কৰিছে এক নতুন বিতৰ্ক। তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উঠিছে। ইফালে মুম্বাই পৌৰ নিগমে যি ষ্টুডিঅ’ত কুনাল কামৰাই ভিডিঅ’টো শ্বুট কৰিছিল…

ধুবুৰীত বিশ্ব যক্ষ্মা দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : ধুবুৰী জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত আজি ধুবুৰীত বিশ্ব যক্ষ্মা দিৱস উদযাপন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি স্বাস্থ্য বিভাগে উদ্যোগত এটি সজাগতা মূলক মটৰ চাইকেল ৰেলিৰো আয়োজন কৰে। ধুবুৰী চহৰৰ মাজমজিয়াৰ ৰজা প্ৰভাত…

ঈদ কেতিয়া ৩০ নে ৩১ মাৰ্চ : ঈদৰ বন্ধ ক’ত কিমান জানো আহক

নিউজ ডেস্ক, ২৪ মাৰ্চঃ ঈদ-উল-ফিতৰ ইছলামৰ এক গুৰুত্বপূৰ্ণ উৎসৱ। পবিত্ৰ ৰমজান মাহৰ শেষত ইয়াক পালন কৰা হয়। এই উৎসৱৰ তাৰিখ চন্দ্ৰৰ দৃশ্যমানতাৰ ওপৰত নিৰ্ভৰ কৰে। ইছলামিক কেলেণ্ডাৰ অনুসৰি ৰমজানৰ পিছৰ শ্বাৱাল মাহৰ প্ৰথম তাৰিখত ঈদ-উল-ফিতৰ উদযাপন…