মহিলা ক্ৰিকেট দলৰ কেন্দ্ৰীয় চুক্তি ঘোষণা বিচিচিআইৰ, তালিকাত ১৬ খেলুৱৈ
নিউজ ডেস্ক, ২৪ মাৰ্চঃ আজি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে মহিলা দলৰ কেন্দ্ৰীয় চুক্তিৰ কথা ঘোষণা কৰে। ব’ৰ্ডে ১৬গৰাকী খেলুৱৈক ৩টা শাখাত বিভক্ত কৰিছে। এ গ্ৰেডত স্মৃতি মান্ধানা আৰু হৰমনপ্ৰীত কৌৰকে ধৰি ৩গৰাকী খেলুৱৈ আছে। বি গ্ৰেডত শ্বেফালী…