নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দিলে চমক, চিএছকেৰ বিৰুদ্ধে কেনেকৈ সুযোগ পালে ভিগনেশে?

নিউজ ডেস্ক, ২৪ মাৰ্চঃ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে পৰাজয়ৰ সন্মুখীন হ’ল মুম্বাই ইণ্ডিয়ানছ। কিন্তু প্ৰথমখন মেচ খেলি ভিগনেশ পুথুৰে অনুৰাগীৰ হৃদয় জয় কৰিছিল। মুম্বাই ইণ্ডিয়ানছৰ ভিগনেশ পুথুৰে সুন্দৰ বলিং প্ৰদৰ্শন আগবঢ়ায়। ভিগনেশ পুথুৰে ৪…

দিনত শিক্ষয়িত্রী, নিশা হ’লেই প্রাপ্তবয়স্ক চলচ্চিত্রৰ নায়িকা

🔹 চাকৰি হেৰুৱালে ইটালীৰ যুৱতীয়ে নিউজ ডেস্ক, ২৪ মার্চ : পুৱা শিশুসকলৰ শিক্ষয়িত্রী৷ শিশুসকলৰ ভৱিষ্যতৰ দিকদ্ৰষ্টা৷ আৰু নিশা হ’লেই সলনি হয় পেছা৷ প্রাপ্তবয়স্কসকলৰ চলচ্চিত্রৰ নায়িকা হৈ পৰে এই শিক্ষয়িত্রী৷ বিষয়টো পোহৰলৈ অহাৰ লগে লগে শিক্ষয়িত্রীয়ে…

ব’হাগক আদৰিবলৈ সাজু নলবাৰীৰ সহস্ৰাধিক জাপি শিল্পী

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ : জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰস্বৰূপ ব'হাগ বিহুলৈ আছে মাজত মাত্ৰ কেইদিনমান আছে। এই ব'হাগ মাহত ৰঙালী বিহু উদযাপনক লৈ ইতিমধ্যে আয়োজক সমিতি সমুহে একপ্ৰকাৰ প্ৰাক প্ৰস্তুতি আৰম্ভ কৰিছে। ইয়াৰ সমান্তৰালকৈ ইতিমধ্যে সাঁ‌জু হৈছে…

অৰুণোদয়ৰ হিতাধিকাৰীৰ নাম সন্নিৱিষ্টৰ নামত ধন সংগ্ৰহেৰে ধুবুৰীত গ্ৰেপ্তাৰ ২

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চঃ অৰুণোদয় ৩.০ আঁচনিৰ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ গইনালৈ ধুবুৰী পৌৰসভা এলেকাকে ধৰি জিলাখনৰ বিভিন্ন অঞ্চলত একাংশ দালাল শ্ৰেণীৰ লোকে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঠিক সেই সময়তে ভূক্তভোগীৰ এজাহাৰ মৰ্মে…

ডিক’ডিং জীৱন : বন্ধু নামৰ আইনাখন

ড০ পার্থসাৰথি মহন্ত বহু বছৰৰ পিছত যেতিয়া কোনো পুৰণি বন্ধু লগ পাওঁ কেনেকুৱা লাগে বাৰু মনটো ভাল লগাৰ বাহিৰেও আমি আচৰিতো হওঁ৷ ‘ই দেখোন একেবাৰেই সলনি হোৱা নাই৷’ ‘বাপৰে ই ইমান সলনি হৈ গ’ল৷’ তাৰ লগতে আছে– ভাল হ’ল নে বেয়া হ’ল– ইতিবাচক নে…

কণ্ঠস্বৰ যদি সত্য বুলিও প্রমাণ হয় কিডাল হ’ব

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ মাৰ্চঃ টেলিফোনযোগে ঠিকাদাৰ–ব্যৱসায়ীৰ পৰা হেভী এমাউণ্ট দাবী কৰি তীব্র বিতর্কৰ আৱর্তত সোমাই পৰা সৰভোগ সমষ্টিৰ চিপিআই (এম)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে ইতিমধ্যে ভাইৰেল হোৱা সেই অডি’ টেপটোৰ কণ্ঠস্বৰ তেওঁৰ নহয় বুলি…

সম্পাদকীয় : ছুডানৰ অস্থিৰতা

আফ্রিকান ৰাষ্ট্র ছুডানৰ গৃহযুদ্ধত এতিয়ালৈকে কেইবাহাজাৰো লোকে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ গৃহহীন হৈছে লাখ লাখ লোক৷ আটাইতকৈ ক্ষতিগ্রস্ত ডাৰফুৰ অঞ্চলৰ পৰা কেইবালাখো লোকে অন্য দেশলৈ পলায়ন কৰিছে৷ মূলতঃ দেশখনত সেনা আৰু অর্ধসেনা ৰেপিড ছাপোর্ট ফ’র্চেছ…

প্রথমখন মেচতে চেন্নাই ছুপাৰ কিংছৰ হাতত পৰাস্ত মুম্বাই

নিউজ ডেস্ক, ২৪ মাৰ্চঃ আইপিএলৰ অন্যতম শক্তিশালী দল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত অনুষ্ঠিত মেচখন অনুৰাগীয়ে ভবাৰ দৰে উত্তেজনাপূর্ণ নহ’ল৷ ল’ স্ক’ৰিং মেচখনত কোনো এটা দলে অনুৰাগীক আপ্লুত কৰিব নোৱাৰিলে৷ মেচখনত চেন্নাই বিজয়ী হয় ৪…

ঈশানৰ দর্শনীয় শতৰানেৰে হায়দৰাবাদৰ সহজ জয়

নিউজ ডেস্ক, ২৪ মাৰ্চঃ যোৱাবাৰ আইপিএলৰ ফাইনেলিষ্ট ছানৰাইজার্ছ হায়দৰাবাদে য’ত শেষ কৰিছিল তাৰ পৰাই আৰম্ভ কৰিছে অভিযান৷ দলটোৰ অতি আগ্রাসী বেটিঙৰ সন্মুখত থমকি ৰ’ল ৰাজস্থান ৰয়েলছ৷ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত মেচখনত হায়দৰাবাদে ৪৪ ৰানত পৰাস্ত কৰে ৰিয়ান…

জানক আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ মার্চ,চ’ত মাহৰ ১০ তাৰিখ সোমবাৰঃ তিথি– কৃষ্ণা দশমী, নক্ষত্রঃ উত্তৰাষাঢ়া, যাত্রাঃ শুভ মেষঃ মানসিক অস্থিৰতা দূৰ হ’ব৷ তথাপি শৰীৰটো অৱশ যেন অনুভৱ হ’ব৷ উচ্চ শিক্ষাৰ বাতৰিয়ে মনত আনন্দ দিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ২৷ বৃষঃ ব্যৱসায়ত উন্নতি…