ঈশানৰ দর্শনীয় শতৰানেৰে হায়দৰাবাদৰ সহজ জয়
নিউজ ডেস্ক, ২৪ মাৰ্চঃ যোৱাবাৰ আইপিএলৰ ফাইনেলিষ্ট ছানৰাইজার্ছ হায়দৰাবাদে য’ত শেষ কৰিছিল তাৰ পৰাই আৰম্ভ কৰিছে অভিযান৷ দলটোৰ অতি আগ্রাসী বেটিঙৰ সন্মুখত থমকি ৰ’ল ৰাজস্থান ৰয়েলছ৷ ঘৰুৱা খেলপথাৰত অনুষ্ঠিত মেচখনত হায়দৰাবাদে ৪৪ ৰানত পৰাস্ত কৰে ৰিয়ান…