নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

উত্তৰ–পূবৰ নৱপ্রজন্মৰ স্বপ্ন পূৰ্ণ কৰাৰ মঞ্চ আইপিএল

🔹 গুৱাহাটীত হাইভল্টেজ মেচ আয়োজনত গুৰুত্ব বিশিষ্ট উদ্যোগীৰ বিশেষ বাৰ্তা, ২৩ মার্চ : ‘অসমত আইপিএলৰ মেচ হোৱাটো মোৰ দৃষ্টিৰে কেৱল দুখন খেল নহয়৷ এয়া অসম তথা উত্তৰ–পূবৰ নতুন প্রজন্মৰ বাবে নতুন পথৰ সন্ধান৷ আইপিএল বিশ্ব ক্রিকেটৰ শীর্ষ পর্যায়ৰ এখন…

৩৫ বছৰ পূর্বৰ ঘটনাক লৈ পদত্যাগ আইচলেণ্ডৰ মন্ত্রীৰ

🔹 কিশোৰৰ ঔৰসত সন্তান জন্ম দি আইন উলংঘনৰ অপৰাধ নিউজ ডেস্ক, ২৩ মার্চ : ৩৫ বছৰ পূর্বে কিশোৰৰ সৈতে শাৰীৰিক সম্পর্ক কৰি সন্তান জন্ম দি আইন উলংঘন কৰাৰ বাবে আইচলেণ্ডৰ শিক্ষা আৰু শিশু কল্যাণ মন্ত্রী আস্থিলদুৰ লোয়া থোৰেষ্ট দোতিকে কালি পদত্যাগ…

ধাৰাভাষ্যকাৰৰ পৰা বাদ পৰিল ইৰফান পাঠান

🔹 ধাৰাভাষ্যৰ সময়ত ক্রিকেটাৰৰ বিৰুদ্ধে ব্যক্তিগত ক্ষোভ প্রকাশ নিউজ ডেস্ক, ২৩ মার্চ : আইপিএলৰ ধাৰাভাষ্যকাৰৰ তালিকাত নাই ইৰফান পাঠান৷ তেওঁক বাদ দিয়া হৈছে তালিকাৰ পৰা৷ জানিব পৰা মতে, ধাৰাভাষ্যৰ সময়ত কেইবাজনো ক্রিকেটাৰৰ বিৰুদ্ধে ব্যক্তিগত ক্ষোভ…

এজন গ্রাহকক মাত্র দুটাকৈ কণী বিক্রী বিপণীত

🔹 আমেৰিকাত কণীৰ প্রচণ্ড নাটনি নিউজ ডেস্ক, ২৩ মার্চ : বার্ড ফ্লুৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রত শত সহস্র কুকুৰা নিধন কৰিবলগীয়া হোৱাৰ পৰিপ্রেক্ষিতত কণীৰ প্রচণ্ড নাটনি হৈছে৷ কণীৰ এই নাটনিৰ বাবেই দাম বৃদ্ধি অধিক হৈছে আৰু কণীৰ চাহিদা পূৰণ কৰিব…

অইল ইণ্ডিয়া লিমিটেডত চাকৰিৰ সুযোগ

🔹 আবেদনৰ অন্তিম তাৰিখ ২৪ মার্চ ৰাষ্ট্রীয় সংস্থা অইল ইণ্ডিয়া লিমিটেডত ২টা পদমর্যাদাত কর্মচাৰী নিয়োগ কৰাৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

পাকিস্তানী ক্রিকেটাৰৰ বিৰুদ্ধে বেট চুৰিৰ অভিযোগ

🔹 টি–২০ বিশ্বকাপৰ সময়ত ঘটিছিল এই কাণ্ড নিউজ ডেস্ক, ২৩ মার্চ : বিগত বর্ষৰ জুন মাহত আমেৰিকাত টি–২০ বিশ্বকাপ খেলিবলৈ গৈ এখন দোকানৰ পৰা তিনিখন বেট কিনিছিল পাকিস্তানৰ এজন ক্রিকেটাৰে৷ অভিযোগ অনুসৰি, ৯ মাহৰ পিছতো বেটকেইখনৰ পইচা দিয়া নাই তেওঁ৷…

নগৰবেৰাত ইটা কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত যুৱকৰ মৃত্যু

🔹 ছিটিকি পৰে ট্ৰেক্টৰৰ চকাৰ তলত : অঞ্চলজুৰি চাঞ্চল্য নিয়মীয়া বাৰ্তা, ২৩ মাৰ্চ : আজি পুৱাৰ ভাগত নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত নায়টৰ-কল্যাণপুৰ গাঁৱত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয় | নম্বৰবিহীন ট্ৰেক্টৰৰ চকাৰ তলত পৰি এজন যুৱকৰ কৰুণ মৃত্যু…

ইতিহাস সৃষ্টিৰ পথত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়াম

🔹 প্রথমবাৰৰ বাবে অসমত ক্রিকেটৰ অভিজাত সংস্কৰণ টেষ্ট মেচ বিশেষ বাৰ্তা, ২৩ মার্চ : অৱশেষত টেষ্ট মেচ অনুষ্ঠিত কৰাৰ মর্যাদা লাভ কৰিব গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামে৷ ইয়াৰ লগে লগে ৰাজ্যখনৰ ক্রিকেট ইতিহাসত সৃষ্টি হ’ব এক মাইলষ্ট’ন৷ উল্লেখ্য যে…

দুই মহাকাশচাৰীক নিজৰ পকেটৰ ধন দিব ট্রাম্পে

🔹 সুনীতা-উইলমোৰক অতিৰিক্ত সময়ৰ বাবে প্রতিদিনে মাত্র ৪৩০ টকা নিউজ ডেস্ক, ২৩ মার্চ : বহুচর্চিত মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুশ্ব উইলমোৰক আন্তর্জাতিক মহাকাশ কেন্দ্রত অতিৰিক্তকৈ কটোৱা সময়ৰ বাবে প্রতিদিনে মাত্র ৪৩০ টকা প্রদান কৰা হ’ব৷…

অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগত শিক্ষকৰ ৪,৫০০ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৮ এপ্রিল অসম চৰকাৰৰ প্রাথমিক শিক্ষা বিভাগত নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিকত শিক্ষক নিযুক্তিৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷