নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অচিন ৰোগত চোমনিতে নষ্ট হাজাৰ হাজাৰ জাৰোৱা মুগা পলু

🔹 ঢকুৱাখনাৰ মুগাপালকৰ চকুত চকুলো নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ : অসম আৰু অসমীয়াৰ স্বাভিমানৰ প্ৰতীক, ঐতিহ্য আৰু গৌৰৱৰ বাহক বিশ্ববিখ্যাত মুগা উৎপাদনৰ মূল অভিকেন্দ্ৰ ঢকুৱাখনাৰ মুগাপালকৰ মাজত হাহাকাৰ। অচিন ৰোগত আক্ৰান্ত হৈ চোমনিতে মৰিছে হাজাৰ…

মহাকুম্ভত ৪৫ দিন নাও চলাই ৩০ কোটি টকা উপার্জন যুৱকৰ

🔹 উত্তৰ প্রদেশ বিধানসভাত তথ্য সদৰী মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ নিউজ ডেস্ক, ৮ মার্চ : এই বছৰ প্রয়াগৰাজৰ মহাকুম্ভই বিশ্বৰ প্রান্তে প্রান্তে সৃষ্টি কৰে আলোড়ন৷ বিশাল এই ধর্মীয় সমাৱেশত বহুতৰ ভাগ্যৰ চকৰিও ঘূৰি গৈছে৷ সেই তালিকাত আছে পাথৰৰ মালা…

দেশৰ স্বার্থত অৱসৰৰ সিদ্ধান্ত সলনি সুনীল চেত্রীৰ

🔹 কিংবদন্তি ফুটবলাৰৰ প্রত্যাৱর্তনে আনন্দিত কৰিছে অনুৰাগীক নিউজ ডেস্ক, ৮ মার্চ : অৱসৰ ঘোষণা কৰাৰ পাছত ক্রীড়াক্ষেত্রত পুনৰ প্রত্যাৱর্তন কৰাৰ বহু উদাহৰণ আছে৷ ইয়াৰ মাজতে ভাৰতীয় কিংবদন্তি ফুটবলাৰৰ প্রত্যাৱর্তনে আনন্দিত কৰিছে অনুৰাগীক৷ অৱসৰৰ…

আইএছএল : নর্থ–ইষ্টৰ সন্মুখত আজি ইষ্ট বেংগল

নিউজ ডেস্ক, ৮ মার্চ : নর্থ–ইষ্ট ইউনাইটেড এফচিয়ে চলিত ইণ্ডিয়ান ছুপাৰ লীগত আজি অন্তিমখন লীগ মেচত ইষ্ট বেংগল এফচিৰ বিৰুদ্ধে অৱতীর্ণ হ’ব৷ উল্লেখ্য যে গুৱাহাটীৰ দলটোৱে ইতিমধ্যে প্লে’–অফত স্থান নিশ্চিত কৰিছে৷ শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত…

ধুবুৰীৰ আশাৰীকান্দিৰ মহিলা টেৰাকোটা শিল্পীৰ নীৰৱ অৰ্থনৈতিক বিপ্লৱ

🔹 আজি আন্তৰ্জাতিক নাৰী দিৱস নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ : মহিলা মৃৎশিল্পীসকলৰ বিশেষ ধাৰাৰ এক স্বকীয় শিল্পই নীৰৱে অৰ্থনৈতিক বিপ্লৱ আনিছে ধুবুৰী জিলাৰ এখন বিশেষ গাঁৱত। জিলাখনৰ সদৰ ধুবুৰীৰ পৰা ১৪ কিলোমিটাৰ দূৰৰ এই গাঁওখন কেৱল অসম অথবা ভাৰততেই…

চিআইএছএফ কনিষ্টবল-ট্রেডছমেনৰ ১,১৬১টা পদ খালী

🔹 আবেদনৰ অন্তিম তাৰিখ ৩ এপ্রিল চেন্ট্ৰেল ইণ্ডাষ্ট্রিয়েল ছিকিউৰিটী ফ’ৰ্চত খালী হোৱা বিভিন্ন পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

আছাদপন্থী–ছিৰিয়ান সেনাৰ সংঘর্ষ, নিহত ৭০

🔹 গৃহযুদ্ধবিধ্বস্ত দেশত পুনৰ অস্থিৰতা নিউজ ডেস্ক, ৮ মার্চ : বিদ্রোহী বাহিনীৰ হাতলৈ ছিৰিয়া আহিলেও দেশখনত অস্থিৰতা অব্যাহত আছে৷ দেশখনৰ প্রাক্তন ৰাষ্ট্রপতি বাছাৰ আল আছাদৰ অনুগামী যোদ্ধা আৰু বর্তমান নতুন বাহিনীৰ মাজত চলা যুদ্ধত কমপক্ষেও…

বৰুণ চক্রৱর্তীক লৈ বিশেষ ৰণনীতি নিউজিলেণ্ডৰ

🔹 দেওবাৰে ফাইনেলত সন্মুখ সমৰত ভাৰত-কিৱি নিউজ ডেস্ক, ৮ মার্চ : চেম্পিয়নছ ট্রফীৰ দেওবাৰে হ’বলগীয়া ফাইনেল মেচখনত টীম ইণ্ডিয়াৰ চাঞ্চল্যকৰ স্পিনাৰ বৰুণ চক্রৱর্তীক লৈ বিশেষ ৰণনীতি তৈয়াৰ কৰিছে নিউজিলেণ্ডে৷ আইচিচিৰ সন্মানীয় প্রতিযোগিতাখনৰ দুখন…

নাৰীৰ অধিকাৰ আৰু নাৰী দিৱস

🔹 আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে 🔹 ডাঃ ভাস্বতী হাজৰিকা নীতি কুমাৰী (ছদ্মনাম)। মই চিজাৰিয়ান কৰিবলৈ লোৱা ছোৱালীজনীৰ নাম। তাই দেখিবলৈ সৰু ছোৱালী এজনীৰ দৰে। বয়স মাত্ৰ ২০ বছৰ। বিয়া হোৱাৰ তিনি বছৰ হৈ যোৱাৰ পিছত স্বামীৰ ঘৰৰ পৰা খুব হেঁচা…

ব্রিটিছ দূতাবাসৰ ২ কর্মচাৰীক জেৰা অসম আৰক্ষীৰ এছআইটিৰ

🔹 গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পর্ক! 🔹 ড০ নূপুৰ বৰুৱা–অনির্বাণ গাংগুলীক শুকুৰবাৰে চলায় জেৰা নিউজ ডেস্ক, ৮ মার্চ : কংগ্রেছ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পর্ক সন্দর্ভত তদন্ত চলাই থকা এছআইটিয়ে কালি নতুন দিল্লীৰ ব্রিটিছ দূতাবাসৰ…