নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

অসমীয়াত অঞ্জন শর্মা–বড়োত উত্তৰা বিছমুথিয়াৰী–বাংলাত বাসুদেৱ দাসলৈ স্বীকৃতি

🔹 সাহিত্য অকাডেমি অনুবাদ বঁটা ঘোষণা 🔹 কনকলাল বৰুৱাৰ ‘আর্লী হিষ্টৰী অৱ কামৰূপা’–অনুৰাধা শর্মা পূজাৰীৰ ‘কাঞ্চন’–হোমেন বৰগোহাঞিৰ ‘সাউদৰ পুতেকে নাও মেলি যায়’ৰ অনুবাদ কর্মৰ বাবে সন্মান বিশেষ বাৰ্তা, ৮ মার্চ : সাহিত্য অকাডেমি অনুবাদ বঁটা–২০২৪…

অসমৰ নিবনুৱালৈ আশাৰ বার্তা

সমগ্র দেশৰ লগতে অসমতো নিবনুৱা সমস্যাই জ্বলন্ত ৰূপ ধাৰণ কৰিছে৷ প্রতিবছৰে শিক্ষিত নিবনুৱাৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বৃদ্ধি পোৱা নাই খালী পদৰ সংখ্যা৷ তদুপৰি অসমত পর্যাপ্ত পৰিমাণৰ উদ্যোগ গঢ়ি নুঠা বাবেই অসমৰ নিবনুৱাসকলে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৮ মার্চ, ফাগুন মাহৰ ২৩ তাৰিখ শনিবাৰ : তিথি– শুক্লা নৱমী, নক্ষত্র : আর্দ্রা, যাত্রা : শুভ মেষ : সৰু–সুৰা বিৰোধী কথাত বেছি মন নিদিলে কর্মক্ষেত্রতো শুভ ফল৷ বহুদিন ভাবি থকা সুযোগৰ আশা সমাগত যেন লাগিব৷ দাম্পত্যত শুভ৷ শুভ ৰং ক্রীম, শুভ…

শুৱালকুছি মহাবিদ্যালয়ত স্হাপন হেৰিটেজ উইভিং ভিলেজ

 শুৱালকুছি মহাবিদ্যালয়ত স্হাপন কৰা হৈছে ’হেৰিটেজ উইভিং ভিলেজ’ অধ্যয়নৰ লগতে তাঁতশালত কপোৰ উৎপাদন কাৰ্যতো জড়িত কৰিব ছাত্ৰ ছাত্ৰীক বিশেষ বাৰ্তা, 7 মাৰ্চঃ অসমৰ ৰেশম শিল্পৰ পীঠস্থান শুৱালকুছিত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়খন…

ধুবুৰীত ছানি ধৰিছে অবৈধ তীৰ-বহিঃ ৰাজ্যৰ দৈনিক ল’টাৰী

নিয়মীয়া বাৰ্তা, ধুবুৰী, ৭ মাৰ্চ : ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমত লটাৰী আৰু তীৰ অবৈধ বুলি স্পষ্ট কৰাৰ পিছতো কিন্তু ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত মুকলি ভাবেই ল'টাৰী আৰু তীৰৰ টিকট বিক্ৰী হৈ থকাৰ অভিযোগ উঠিছে। জানিব…

বন বিভাগক মেনেজ কৰি বজালীত দিনে-নিশাই ডাম্পাৰ-ট্ৰেক্টৰৰ সন্ত্ৰাস

🔹 জনজীৱনৰ প্ৰতি ভাবুকি, নিৰ্বিকাৰ প্ৰশাসন 🔹 টকাৰ লোভত ভূ-মাফিয়াক অনুমতি প্ৰদান ঘোচখোৰ বিষয়াৰ নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ : বজালীৰ ভিন্ন প্ৰান্তৰ চুকে-কোণে এতিয়া অবাধ গতিত চলিছে ডাম্পাৰ-ট্ৰেক্টৰৰ তাণ্ডৱ৷ বজালীৰ পথত এতিয়া নাই কোনোধৰণৰ…

পুনৰ খুলিব ব’ফর্ছ কেলেংকাৰি গোচৰৰ ফাইল

🔹 আমেৰিকালৈ লেটাৰ অৱ ৰ’গাটৰী প্রেৰণ চিবিআইৰ 🔹 ৰাজীৱ গান্ধীৰ আমোলত অস্ত্র নির্মাণকাৰী সংস্থাৰে ১,৪৩৭ কোটিৰ চুক্তি নিউজ ডেস্ক, ৬ মার্চ : ভাৰতীয় ৰাজনীতিৰ পট পৰিৱর্তন ঘটোৱা ৰাজীৱ গান্ধীৰ আমোলৰ ব’ফর্ছ কেলেংকাৰি গোচৰ পুনৰ খুলিলে মোদী চৰকাৰে৷…

‘ড’নাল্ড ট্রাম্পতকৈও ডাঙৰ কনভয় কেজৰিৱালৰ’

🔹 শান্তিৰ সন্ধানত পঞ্জাবলৈ দিল্লীত পৰাজিত আপৰ মুৰব্বী নিউজ ডেস্ক, ৬ মার্চ : দিল্লী বিধানসভা নির্বাচনত পৰাজিত আপৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰিবলৈ এৰা নাই আপৰে ৰাজ্যসভাৰ সাংসদ স্বাতি মালিৱালে৷ মুখ্যমন্ত্রী…

আলমগঞ্জৰ দলবদ্ধ ধ*ৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক আটক আৰক্ষীৰ

🔹 মোবাইল ফোনযোগে মাতি নি আন ৭ সহযোগীৰে অপকৰ্ম কৰাৰ অভিযোগ নিয়মীয়া বাৰ্তা, ৬ মাৰ্চ : ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ আলমগঞ্জত মহিলা এগৰাকীক দলবদ্ধ ধ*ৰ্ষণ কাণ্ডৰ মূল অভিযুক্তক আৰক্ষীয়ে যোৱানিশা আটক কৰা বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে বিগত…