‘ড’নাল্ড ট্রাম্পতকৈও ডাঙৰ কনভয় কেজৰিৱালৰ’
🔹 শান্তিৰ সন্ধানত পঞ্জাবলৈ দিল্লীত পৰাজিত আপৰ মুৰব্বী
নিউজ ডেস্ক, ৬ মার্চ : দিল্লী বিধানসভা নির্বাচনত পৰাজিত আপৰ মুৰব্বী তথা প্রাক্তন মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক কটাক্ষ কৰিবলৈ এৰা নাই আপৰে ৰাজ্যসভাৰ সাংসদ স্বাতি মালিৱালে৷ মুখ্যমন্ত্রী…