সাজু ধুবুৰী-বাংলাদেশৰ চিলমাৰী নদী বন্দৰৰ মাজৰ জলপথ
নিয়মীয়া বাৰ্তা, ১ মাৰ্চ : অৱশেষত যাত্ৰাৰ বাবে সাজু হ'ল ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধীকৰণৰ ধুবুৰীৰ পঞ্চুঘাটস্থিত নদী বন্দৰৰ পৰা বাংলাদেশৰ চিলমাৰী নদী বন্দৰৰ মাজৰ জলপথ। বিগত প্ৰায় আঢ়ৈ মাহ ধৰি চলাই ড্ৰেজিং কৰ্পোৰেচন অফ ইণ্ডিয়াই দিনে…