নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

হামাছ–লস্কৰক সহায় কৰি আছে ইউএছএইডে

🔹 মার্কিন কংগ্রেছৰ নিম্ন সদনৰ কমিটীত বিস্ফোৰক অভিযোগ : সন্ত্রাসবাদক ধন যোগান আমেৰিকাৰ নিউজ ডেস্ক, ১ মাৰ্চ : প্রাক্তন মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ আমোলত ২০২৩ চনৰ ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত আক্রমণ সংঘটিত হোৱাৰ সময়ৰে পৰাই পেলেষ্টাইনৰ সশস্ত্র…

আজিৰ পৰা অনলাইনত টিকট বিক্রী

🔹 ৩০ মার্চত গুৱাহাটীত ৰাজস্থান–চেন্নাইৰ মেচ বিশেষ বাৰ্তা, ১ মাৰ্চ : গুৱাহাটীৰ বর্ষাপাৰাৰ এচিএ ক্রিকেট ষ্টেডিয়ামত ৩০ মার্চত হ’ব লগা ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ আইপিএল মেচৰ টিকট আজি আনুষ্ঠানিকভাৱে অনুৰাগীৰ বাবে অনলাইনত…

জলবায়ু পৰিৱর্তনৰ সজাগতাত সংবাদ মাধ্যমৰ সিংহভাগ ভূমিকা আছে

🔹 গুৱাহাটী বিশ্ববিদ্যালয়ত সম্পাদকৰ বৈঠকত নৰেশ কলিতা বিশেষ বাৰ্তা, ১ মাৰ্চ : বিশ্বজুৰি ভয়াৱহভাৱে বৃদ্ধি পাইছে জলবায়ু পৰিৱর্তন৷ বিশ্ব সংকটৰ এই গুৰুত্বক উপলব্ধি কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ উদ্যোগত তথা পৰিৱেশ…

দেশত মার্চ মাহত উষ্ণতা হ’ব অভিলেখপূর্ণ

🔹 বতৰ বিজ্ঞান বিভাগৰ আগজাননী 🔹 নিশাও তাপমাত্রাই পূর্বৰ অভিলেখ ভংগৰ আশংকা নিউজ ডেস্ক, ১ মাৰ্চ : চলিত বর্ষৰ মার্চ মাহটো অভিলেখসংখ্যক উষ্ণ মাহ হ’ব৷ মাহটোত প্রতিদিনেই স্বাভাৱিকতকৈ অধিক তাপমাত্রা হ’ব৷ দিনৰ সমান্তৰালকৈ নিশাৰ ভাগতো পূর্বৰ…

নিৰপেক্ষ স্থানত অনুষ্ঠিত হ’ব এছিয়া কাপ !

🔹 ভাৰতলৈ নাহে পাকিস্তান ক্রিকেট দল নিউজ ডেস্ক, ১ মাৰ্চ : চেম্পিয়নছ ট্ৰফীত খেলিবলৈ পাকিস্তান ভ্রমণ নকৰাৰ পৰিণাম ভুগিব ভাৰতে৷ অহা ছেপ্টেম্বৰ মাহত ভাৰতত এছিয়া কাপ ক্রিকেট প্রতিযোগিতা অনুষ্ঠিত হোৱাৰ কথা যদিও প্রতিযোগিতাখন এতিয়া নিৰপেক্ষ…

ডিব্রুগড়ৰ ড০ ৰাধাকৃষ্ণন স্কুলত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩ মার্চ ডিব্রুগড়ৰ ড০ ৰাধাকৃষ্ণন স্কুল অৱ আর্টছ, কমার্চ এণ্ড ছায়েঞ্চত খালী হোৱা শিক্ষক আৰু অনাশিক্ষক পদৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

টীম ইণ্ডিয়াৰ বাবে সুখবৰ : বলিং অনুশীলন আৰম্ভ যশপ্ৰীত বুমৰাহৰ

নিউজ ডেস্ক, ১ মাৰ্চ : চেম্পিয়নছ ট্রফীৰ মাজতে টীম ইণ্ডিয়াৰ শিবিৰলৈ সুখবৰ৷ বলিং অনুশীলন আৰম্ভ কৰিছে যশপ্রীত বুমৰাহে৷ ভাৰতীয় স্পীডষ্টাৰগৰাকীয়ে বেংগালুৰুৰ নেচনেল ক্রিকেট একাডেমীত বলিং অনুশীলন আৰম্ভ কৰিছে৷ ছিডনী টেষ্টত আঘাতৰ পিছত বুমৰাহক…

গুৱাহাটীত ৮০০ কোটি টকা ব্যয়েৰে নির্মাণ হৈ আছে টুইন টাৱাৰ

🔹 সকলো জল্পনা–কল্পনাৰ অন্ত পেলাই ড০ শর্মাৰ তথ্য 🔹 ইতিমধ্যে ৬০ শতাংশ কাম সম্পূর্ণ হৈছে বিশেষ বাৰ্তা, ১ মাৰ্চ : এডভাণ্টেজ আছাম ১.০ৰ সময়তে গুৱাহাটীত এক বিশাল বাণিজ্যিক প্রতিষ্ঠান টুইন টাৱাৰ নির্মাণৰ বাবে আৰম্ভ হৈছিল বিশেষ উদ্যোগ৷ পৰৱর্তী…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বহুত ভাল কাম কৰি আছে : কণ্ঠশিল্পী কুমাৰ ছানু

🔹 'অসমৰ ৰাইজৰ বাবে সৌভাগ্যৰ কথা যে এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছে’ বিশেষ বাৰ্তা, ১ মাৰ্চ : 'অসমৰ মুখ্যমন্ত্ৰীয়ে বহুত ভাল কাম কৰি আছে। অসমৰ ৰাইজৰ বাবে এয়া সৌভাগ্যৰ কথা যে তেওঁলোকে বহুত বছৰৰ মূৰত এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছে। মই ভাবোঁ-…

বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবর্ষ উদযাপনৰ প্রস্তুতি সভা

🔹 প্রতিষ্ঠা কালৰ বৰেণ্য ব্যক্তিৰ ত্যাগ-আদর্শক শ্রদ্ধাসহকাৰে স্মৰণ কৰাৰ প্ৰয়াস নিয়মীয়া বার্তা, ১ মাৰ্চ : নলবাৰী জিলাৰ বৃহত্তৰ বৰভাগ অঞ্চলৰ গৰিমামণ্ডিত শিক্ষানুষ্ঠান বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ইতিমধ্যে ২০২৩ চনত শতবর্ষ অতিক্রম…