স্বামীৰ বিৰুদ্ধে এফআইআৰ বিশ্ব বিজয়ী বক্সাৰৰ
🔹 যৌতুক বিচাৰি শাৰীৰিক-মানসিক অত্যাচাৰ
নিউজ ডেস্ক, ১ মাৰ্চ : স্বামী দীপক হুদাৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰিছে অর্জুন বঁটা বিজয়ী তথা প্রাক্তন বিশ্ব চেম্পিয়ন বক্সাৰ ছুইটী বৰাই৷ অর্জুন বঁটাৰ লগতে এছিয়াডত ব্রঞ্জৰ পদক লাভ কৰা তাৰকা কাবাদী খেলুৱৈ…