নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

PSLৰ সূচী ঘোষণা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ পাকিস্তান ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিছে পাকিস্তান ছুপাৰ লীগৰ সূচী। এই প্ৰতিযোগিতাখন ১১ এপ্ৰিলৰ পৰা আৰম্ভ হব। আনহাতে, ১৮ মে’ত অনুষ্ঠিত হ’ব পাকিস্তান ছুপাৰ লীগৰ ফাইনেল। আনহাতে আই পি এল ২২ মাৰ্চৰ পৰা আৰম্ভ হব। এই…

নগৰবেৰাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰী : আজি অন্যান্য প্ৰান্তৰ দৰে নগৰবেৰাৰ শংকৰদেৱ উচ্চ ইংৰাজী বিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদয়াপন কৰা হয়। পুৱা বিদ্যালয় প্ৰাঙ্গণত গছপুলি ৰোপণৰ অন্তত সেইমৰ্মে বিদ্যালয় প্ৰাঙ্গণত ছাত্ৰ-ছাত্ৰী ,শিক্ষক-শিক্ষয়িত্ৰীৰ…

একতাৰ মহাকুম্ভ : এটা নতুন যুগৰ প্রত্যুষত

নৰেন্দ্র মোদী ভাৰতৰ প্রধানমন্ত্রী পৱিত্র নগৰী প্রয়াগৰাজত মহাকুম্ভৰ সফলতাৰে সামৰণি পৰিল৷ ইয়াৰ লগে লগে সম্পূর্ণ হ’ল একতাৰ এক বিশাল মহাযজ্ঞৰো৷ যেতিয়া এটা জাতিৰ চেতনা জাগ্রত হয়, যেতিয়া ই শতিকা প্রাচীন বশ্যতা স্বীকাৰৰ মানসিকতাৰ কঠিন শিকলিৰ পৰা…

কাশ্মীৰ ইছ্যুত ৰাষ্ট্রসংঘত ইছলামাবাদক কটাক্ষ ভাৰতৰ

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রসংঘৰ মজিয়াত একাধিকবাৰ কাশ্মীৰ ইছ্যুত ভাৰতক সমালোচনা কৰি আহিছে পাকিস্তানে৷ কিন্তু ভাৰতে এইক্ষেত্রত যোগ্য প্রত্যুত্তৰ দি আহিছে৷ শেহতীয়াকৈ পুনৰ পাকিস্তানক তীব্র কটাক্ষ কৰিছে ভাৰতে৷ কাশ্মীৰত মানৱ অধিকাৰ লংঘনক…

আমেৰিকাত দুৰ্ঘটনাত পতিত কন্যা, ১৪ দিনৰ অন্তত ভিছা লাভ

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ যোৱা চাৰি বছৰে আমেৰিকাৰ কেলিফৰ্ণিয়াত মাষ্টাৰ্ছত অধ্যয়ন কৰি থকা নীলম শ্বিণ্ডে ১৪ ফেব্ৰুৱাৰীত দুৰ্ঘটনাগ্ৰস্ত হৈছিল। এই দুৰ্ঘটনাৰ বাবেই মহাৰাষ্ট্ৰৰ বাসিন্দা নীলম গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বুলি কোৱা হৈছে। নীলমে…

লোহাৰঘাটত আজন্ম শিল্পী ৰাজকন্যা বগেজাৰীক স্মৰণ

নিয়মীয়া বাৰ্তা, ২৮ ফেব্ৰুৱাৰীঃ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত লোহাৰঘাটস্থিত আঞ্চলিক আৰছুৰ কাৰ্যালয় চৌহদত অৱস্থিত আজন্ম শিল্পী ৰাজকন্যা বগেজাৰীৰ আবক্ষ মূৰ্ত্তিৰ আজি প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা সাহিত্য সভাৰ উদ্যোগত…

১ মাৰ্চৰ পৰা সলনি হ’ব বহু গুৰুত্বপূৰ্ণ নিয়ম

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ ২০২৫ চনৰ ১ মাৰ্চৰ পৰা বহু গুৰুত্বপূৰ্ণ নিয়ম সলনি হ’ব, যিয়ে আপোনাৰ পকেট আৰু দৈনন্দিন জীৱনত প্ৰত্যক্ষ প্ৰভাৱ পেলাব। এই পৰিৱৰ্তনসমূহৰ ভিতৰত আছে এল পি জি চিলিণ্ডাৰৰ মূল্য, মিউচুৱেল ফাণ্ডৰ নিয়ম, ফিক্সড ডিপ’জিট (এফ…

ক্লিণ্টনৰে যৌন সম্পর্কক লৈ মুখ খুলিলে মণিকাই

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ ’৯০ৰ দশকত বিশ্বজুৰি আলোড়ন সৃষ্টি কৰিছিল আমেৰিকাৰ তেতিয়াৰ ৰাষ্ট্রপতি বিল ক্লিণ্টনৰ বিবাহ বহির্ভূত সম্পর্কক লৈ৷ হোৱাইট হাউছৰ কর্মী মণিকা লিউনস্কিৰ সৈতে ক্লিণ্টনৰ অভিসাৰৰ ঘটনাই বিশ্ব জোকাৰি গৈছিল৷ আন্তর্জাতিক মহলত…

এছিয়াৰ পৰা ইউৰোপলৈ… দুদিনত জোকাৰিলে কেইবাটাও ভূমিকম্পই

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ আজি পুৱতিনিশা নেপালত ৬.১ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়। বিহাৰ, শিলিগুৰিকে ধৰি ভাৰতৰ চুবুৰীয়া অঞ্চলত এই কঁপনি অনুভূত হয়। ইয়াৰ পিছত ভয় খাই মানুহ ঘৰৰ পৰা ওলাই আহিল। ৰাষ্ট্ৰীয় ভূমিকম্প নিৰীক্ষণ আৰু গৱেষণা কেন্দ্ৰই…

আফগানিস্তানক প্রশংসাৰে উপচালে প্রাক্তন ক্রিকেটাৰে

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ চলিত চেম্পিয়নছ ট্ৰফীৰ গুৰুত্বপূর্ণ মেচত আফগানিস্তানে ইংলেণ্ডক পৰাস্ত কৰাৰ পিছতে দলটোক প্রশংসাৰে উপচাইছে প্রাক্তন ক্রিকেটাৰে৷ ক্রিকেট বিশ্বত এতিয়া কেৱল আফগানিস্তানক লৈয়ে চর্চা৷ দলটোৰ এনে যুঁজাৰু মানসিকতাক সকলোৱে…