নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সম্পাদকীয় : টকাৰ বিনিময়ত নাগৰিকত্ব

বিশ্বৰ প্রাচীনতম গণতান্ত্রিক দেশ আমেৰিকা যুক্তৰাষ্ট্র৷ সর্বশক্তিমান ৰাষ্ট্রখনত ৪৭সংখ্যক ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণ কৰাৰ পৰাই ড’নাল্ড ট্রাম্পে প্রব্রজন নীতি সন্দর্ভত কঠোৰ সিদ্ধান্ত গ্রহণ কৰি আছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ দ্বিতীয়বাৰৰ বাবে…

এতিয়াৰে পৰা আইটিআইৰ প্রমাণ-পত্র হ’ব মেট্রিকৰ সমকক্ষ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৮ ফেব্ৰুৱাৰীঃ পৰম্পৰাগত শিক্ষা ব্যৱস্থাত দক্ষতা বিকাশৰ যি অন্তৰায়, তাক আঁতৰাবলৈ শিক্ষা ব্যৱস্থাৰ আমূল পৰিৱর্তনৰ আৱশ্যক৷ এডভাণ্টেজ আছাম ২.০ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ এনে আমূল…

অস্কাৰ বিজয়ী অভিনেতা হেকমেনৰ পত্নীসহ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ বিশ্বৰ চলচ্চিত্র জগতৰ সর্বোচ্চ সন্মান অস্কাৰ বিজয়ী অভিনেতা জিন হেকমেন, তেওঁৰ পত্নী আৰু পোহনীয়া কুকুৰৰ মৃতদেহ নিউ মেক্সিকোৰ বাসভৱনত উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ নিউ মেক্সিকোৰ বাসভৱনত…

জয়ৰ মুখ নেদেখাকৈ বিদায় মাগিলে আয়োজক পাকিস্তানে

নিউজ ডেস্ক, ২৮ ফেব্ৰুৱাৰীঃ লজ্জাজনক প্রদর্শনেৰে চেম্পিয়নছ ট্ৰফীত অভিযান সামৰিলে পাকিস্তানে৷ পাকিস্তান আৰু বাংলাদেশৰ মাজৰ খেলখন বৰষুণৰ বাবে বাতিল হয়৷ ফলত দুয়োটা দলে এক পইণ্টকৈ লাভ কৰে৷ মেচখন বাতিল হোৱাৰ ফলত আয়োজক পাকিস্তান এখনো মেচতো জয়ী…

প্রশিক্ষক-অধিনায়ক সংঘাত, ড্রেছিং ৰুমৰ অশান্তিয়েই বিপর্যয়ৰ কাৰক

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ সুদীর্ঘ ২৭ বছৰৰ পিছত পাকিস্তানৰ মাটিত অনুষ্ঠিত হৈছে আইচিচি চেম্পিয়নছ ট্রফী৷ কিন্তু এই মেগা প্রতিযোগিতাখনত মাত্র ৪ দিনতে অভিযান শেষ হ’ল আয়োজক দেশখনৰ৷ পাকিস্তান দলৰ এই বিপর্যয়ৰ আঁৰৰ কাৰণ হ’ল ড্রেছিং ৰুমৰ অশান্তি আৰু…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৮ ফেব্রুৱাৰী, ফাগুন মাহৰ ১৫ তাৰিখ শুকুৰবাৰ ঃ তিথি– অমাৱস্যা, নক্ষত্র ঃ শতভিষা, যাত্রা ঃ নাই মেষঃ খৰচ–পাতি ৰোধ কৰাত যত্ন কৰক৷ বিদ্যাত বেয়া নহয়৷ প্রেমত বাধা আছে৷ ৰাজনীতিত বিশেষ সতর্ক হওক৷ শুভ ৰং বগা, সংখ্যা ২৷ বৃষঃ মনটো দুর্বল থাকিলেও…

ইণ্ডিয়ান এছ’চিয়েচন অব্ জাপানৰ প্ৰতিনিধিৰে বৈঠক অশোক সিংহলৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ফেব্ৰুৱাৰীঃ ইণ্ডিয়ান এছোচিয়েশ্যন অব জাপানৰ এক প্ৰতিনিধি দলে আজি জনতা ভৱনত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলক সাক্ষাৎ কৰি এক বৈঠকত মিলিত হয়। এই সৌহাৰ্দ্যপূৰ্ণ বৈঠকত প্ৰতিনিধি দলটোৱে অসমত বিনিয়োগৰ বাবে বিভিন্ন প্ৰস্তাৱ…

মণ্ডল কংগ্ৰেছৰ সম্পাদকসহ শতাধিক কংগ্ৰেছীৰ অগপত যোগদান

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰী : পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে লাহৰীঘাটত কংগ্ৰেছত খহনীয়া। মণ্ডল কংগ্ৰেছৰ সাধাৰণ সম্পাদকসহ শতাধিক কংগ্ৰেছীৰ অগপত যোগদান। আজি লাহৰীঘাট বিধান পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সাধাৰণ সভা অনুষ্ঠিত হয়। অগপৰ লাহৰীঘাট বিধান…

ধুবুৰীত ধন লুটিবলৈ আহি কৰায়ত্ত বহিঃৰাজ্যৰ চিলনী চোৰ

নিয়মীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ আজি দিনৰ পোহৰতে ধুবুৰীৰ ব্যস্ত ৰাজপথ এটাৰে গৈ থকা এগৰাকী ব্যক্তিৰ পৰা টকাৰ বেগ থাপ মাৰি পলাবলৈ চেষ্টা কৰাৰ সময়ত ৰাইজে এটা চিলনী চোৰ কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়া বুলি জানিব পৰা গৈছে। ঘটনাৰ বিৱৰণী মতে, আজি…

অসম চৰকাৰৰ পশুপালন বিভাগত ৪৪৫টা পদত নিযুক্তিৰ প্রস্তুতি

🔹 আবেদনৰ অন্তিম তাৰিখ ৬ মার্চ অসম চৰকাৰৰ পশুপালন বিভাগত খালী হোৱা ৪ শতাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷