নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দিল্লীতো সোমাল ঠাইৰ নাম সলনিৰ জোৱাৰ

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ দিল্লী বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ বিধায়ক মোহন সিং বিষ্টে কৈছিল যে যেতিয়া তেওঁ জয়ী হ’ব তেতিয়া মুস্তাফাবাদৰ নাম সলনি কৰা হ’ব। কিন্তু নাম সলনিৰ তালিকাত আৰু বহু ক্ষেত্ৰ সংযোজন কৰা হৈছে। নাজাফগড় আৰু…

নাগৰিকত্ব থাকিলেও আমেৰিকাৰ পৰা বহিষ্কাৰ হ’ব অ-আমেৰিকান

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ড’নাল্ড ট্ৰাম্পে দেশৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে। তেওঁ দেশত ক্ষমতা দখল কৰাৰ পিছৰে পৰা ভেনিজুৱেলা, ভাৰত, ব্ৰাজিল, মেক্সিকোকে ধৰি বহু দেশৰ হাজাৰ হাজাৰ লোকক…

‘মৃত্যুপুৰী’ গাজা যেন মায়ানগৰী, বতাহত উৰিছে টকা!

🔹 এআইৰ দ্বাৰা স্বপ্নৰ ভূখণ্ডৰ ছবি সৃষ্টি মার্কিন ৰাষ্ট্রপতিৰ নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : বতাহত বাৰুদৰ গোন্ধ৷ চাৰিওফালে ধ্বংসস্তূপ৷ আত্মীয়ক হেৰুওৱাৰ বিননি৷ হাস্পতালত পৰি আছে মৃতদেহ৷ এটুপি পানীৰ বাবে হাহাকাৰ কৰি ফুৰিবলগীয়া হৈছে শিশুসকলে৷…

ৰহস্য ! চুলি সৰি শেষ মহাৰাষ্ট্রৰ ১৮ গাঁৱৰ বাসিন্দাৰ

🔹 পঞ্জাবৰ পৰা অহা ঘেঁহুত থকা চিলিকনৰ বাবেই ভয়ংকৰ ঘটনা নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : আঠৰ পৰা আশী, ৰোগত আক্রান্ত আবাল–বৃদ্ধ–বনিতা৷ শেহতীয়াকৈ মহাৰাষ্ট্রৰ বুলধানা জিলাৰ ১৮খন গাঁৱৰ বাসিন্দাসকলৰ ৰহস্যজনকভাৱে মূৰৰ চুলি সৰি পৰিছে৷ চিন্তাত পৰিছে…

নিষেধাজ্ঞা অমান্যৰে হাতীশিলাত পাহাৰ খনন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীত একাংশ অসাধু লোকে বক্র পথেৰে পাহাৰ খননৰ অনুমতি উলিয়াই অবাধ হাৰত পাহাৰ খনন কৰি অহাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে৷ শেহতীয়াকৈ ঐতিহাসিক হাতীশিলা গণেশ মন্দিৰৰ সমীপত তৌচিফ হুছেইন ৰেজা নামৰ লোকজনে…

ঝুমইৰ বিনন্দিনী : সমৃদ্ধিশালী সমাজ নির্মাণৰ ঐতিহাসিক পদক্ষেপ

পল্লৱলোচন দাস সৰুসজাই ষ্টেডিয়ামত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ গৌৰৱময় উপস্থিতিত, ভিন্ন ৰাষ্ট্রৰ প্রতিনিধিবর্গ আৰু হাজাৰ হাজাৰ দর্শকৰ সন্মুুখত আঠ সহস্রাধিক প্রতিভাশালী যুৱক–যুৱতীয়ে এক নতুন উদ্যম আৰু প্রবল আত্মবিশ্বাসেৰে বিশ্বৰ সর্ববৃহৎ ঝুমইৰ…

সুৰামত্ত দৰা : কইনাৰ পৰিৱর্তে তিনিজনক মাল্যার্পণ

🔹 উত্তৰ প্রদেশৰ বিবাহ অনুষ্ঠানত অথন্তৰ : চৰ শোধাই বিয়া বাতিল যুৱতীৰ নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : বিবাহ অনুষ্ঠানত সুৰাপান কৰা নতুন কথা নহয়৷ কিন্তু সুৰাৰ ৰাগিত দৰাই যদি কইনাক চিনি নাপায়, সেয়া ভয়ংকৰ ঘটনা৷ বাস্তৱত তেনে ঘটনা ঘটিল উত্তৰ প্রদেশত…

অসমৰ ডিটেনচন কেম্পত বন্দী বাংলাদেশীক বিতাড়নৰ নির্দেশ

নিউজ ডেস্ক, ২৭ ফেব্ৰুৱাৰীঃ চিনাক্ত বিদেশী বিতাড়নৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে দেখুৱাই অহা হোঁহকা–পিছলা নীতিৰ বিৰুদ্ধে পুনৰ কঠোৰ হৈছে উচ্চতম ন্যায়ালয়৷ শেহতীয়াকৈ অসমৰ ডিটেনচন কেম্পত বন্দী হৈ থকা বাংলাদেশী লোকৰ বিতাড়নত বিলম্বৰ কাৰণ কি আৰু কি…

পৰৱর্তী মহাকুম্ভ হ’ব বালিৰ ওপৰত, পুণ্যস্নানৰ বাবে নাথাকিব পানী

🔹 প্রধানমন্ত্রীলৈ মুকলি পত্র সোনম ৱাংচুকৰ নিউজ ডেস্ক, ২৭ ফেব্রুৱাৰী : দ্রুতগতিত গলি আছে হিমালয়ৰ হিমবাহ৷ লাডাখৰ এটা হিমবাহৰ পৰা বৰফৰ টুকুৰা লৈ শেহতীয়াকৈ আমেৰিকালৈ গৈছিল পৰিৱেশকর্মী সোনম ৱাংচুক৷ আমেৰিকাৰ পৰা উভতি আহি বিষয়টোক লৈ উদ্বেগ প্রকাশ…

#AdvantageAssam2 : ৪.৯১ লাখ কোটি : অসমত বিনিয়োগৰ ধল

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ফেব্ৰুৱাৰীঃ সফলতাৰে সামৰণি পৰিল এডভাণ্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ৷ ৭৫খন দেশৰ প্রতিনিধি, ৬৭খন ৰাষ্ট্রৰ হেডছ অৱ মিছন, ৯খনকৈ সহযোগী ৰাষ্ট্রৰ অংশগ্রহণ আৰু দেশ–বিদেশৰ আগশাৰীৰ উদ্যোগপতিৰ উপস্থিতিত…