২ হাজাৰ কোটি টকাৰে অসমত বিলাসী হোটেল–ৰিজ’ৰ্ট
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত পঞ্চতাৰকা হোটেল আৰু ৰিজ’ৰ্ট নির্মাণৰ ক্ষেত্রত পর্যটন বিভাগে সম্পন্ন এক বুজাবুজিৰ চুক্তি৷ ২,০০০ কোটিতকৈও অধিক ব্যয়সাপেক্ষে পর্যটকৰ সুবিধাৰ অর্থে অসমৰ বিভিন্ন স্থানত উপলব্ধ হোৱাকৈ নির্মাণ হ’ব…