নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

চুডানত বিমান দুৰ্ঘটনাগ্ৰস্ত, নিৰীহ লোকসহ কমেও ৪৬জনৰ মৃত্যু

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ ওমদুৰমান চহৰত দুৰ্ঘটনাগ্ৰস্ত হয় চুডানৰ সামৰিক বিমান। পিটিআইয়ে শ্বেয়াৰ কৰা শেহতীয়া তথ্য অনুসৰি এই দুৰ্ঘটনাত কমেও ৪৬জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰ পূৰ্বে সামৰিক আৰু স্বাস্থ্য বিষয়াসকলে এই কথা…

ৰাজৌৰীত সেনাৰ গাড়ীত আক্ৰমণ সন্ত্ৰাসবাদীৰ, হাই এলাৰ্ট জাৰি

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সংঘটিত হৈছে এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ। সেনাবাহিনীৰ গাড়ীত কেইবাটাও ৰাউণ্ড গুলীচালনা কৰা হয়, তাৰ পিছত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান আৰম্ভ কৰিছে। সূত্ৰ অনুসৰি জম্মুৰ ৰাজৌৰীৰ সুন্দৰবাণী…

আন এক ভাষা যুদ্ধৰ বাবে সাজু তামিলনাডু

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ ৰাষ্ট্রীয় শিক্ষানীতি আৰু সমষ্টি পুনৰ নির্ধাৰণৰ কেন্দ্রৰ সিদ্ধান্তৰ বিৰুদ্ধে যুঁজিবলৈ সাজু হৈছে তামিলনাডুৰ মুখ্যমন্ত্রী এমকে ষ্টেলিন৷ ৰাষ্ট্রীয় শিক্ষানীতিৰ আধাৰত তিনি ভাষা বলৱৎ বিশেষকৈ হিন্দী ভাষা বলৱতক লৈ…

মাত্র ৩০ মিনিটতে দিল্লীৰ পৰা জয়পুৰ যাত্রা

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ দেশৰ ৰে’লত যুগান্তকাৰী পৰিৱর্তনেৰে প্রথম হাইপাৰলুপ ৰে’লপথ প্রস্তুত কৰি তোলা হৈছে৷ কেন্দ্রীয় ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱে সামাজিক মাধ্যমযোগে ৰে’লৰ গতিৰ ক্ষেত্রত যুগান্তকাৰী সিদ্ধান্তৰে দিল্লীৰ পৰা জয়পুৰলৈ হাইপাৰলুপ…

এটা ম’হ ক্রয় কৰিবলৈ দ্বিতীয়বাৰ বিয়াত বহাৰ চেষ্টা তৰুণীৰ

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ কেৱল এটা ম’হ কিনিবলৈ দ্বিতীয়বাৰ বিবাহত আবদ্ধ হোৱাৰ চেষ্টা কালি উত্তৰ প্রদেশৰ হাছানপুৰৰ এখন মহাবিদ্যালয়ত চৰকাৰী উদ্যোগত ধুমধামেৰে পতা হৈছিল সমূহীয়া বিবাহ৷ সেই সময়তে হঠাৎ এদল লোকে এগৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগ আনে৷…

স্বামীক ভার্চুৱেল স্নান কৰাবলৈ পানীত পত্নীয়ে ডুবালে ম’বাইল

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ প্রয়াগৰাজত চলিত মহাকুম্ভ মেলাত অমৃত স্নানক লৈ দেশে–বিদেশে ব্যাপক চর্চা চলি থকাৰ মাজতে গংগাত অমৃত স্নান কৰা এগৰাকী মহিলাই অদ্ভুত কাণ্ড সংঘটিত কৰিছে৷ মহিলাগৰাকীৰ এই অদ্ভুত কাণ্ড সম্প্রতি সামাজিক মাধ্যমত ভাইৰেল হৈ…

ডুবাই নহয়, আমাৰে নিকট এখন দেশত পায় সস্তা দৰত সোণ…

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ পৃথিৱীৰ আটাইতকৈ সস্তা দৰত সোণ ক’ত পোৱা যায় জানেনে? যদি আপোনাৰ মনলৈ ডুবাইৰ নাম আহি আছে তেন্তে আপুনি একেবাৰে ভুল কৰিছে। আপুনি জানি আচৰিত হ’ব যে বিশ্বৰ সস্তা সোণ কোনখন দেশত পোৱা যায়? আচলতে এই প্ৰশ্নৰ শুদ্ধ উত্তৰ…

গুৱাহাটী বিশ্ববিদ্যালয়ত 5G লেব উদ্বোধন জ্যোতিৰাদিত্য সিন্ধিয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ ফেব্ৰুৱাৰীঃ কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত 5G লেব উদ্বোধন কৰে। উক্ত…

প্ৰত্যাহ্বান নেওচি মুগা পালনত ব্যস্ত ঢকুৱাখনাৰ মুগা পালক

নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰী : অসম-অসমীয়াৰ স্বাভিমানৰ প্ৰতীক,গৌৰৱৰ বাহক মুগা শিল্প। সোণালী সূতাৰ দেশ নামেৰে খ্যাত অসমৰ মুগাই সমগ্ৰ বিশ্বতে গঢ়ি তুলিছে এক সুকীয়া পৰিচয়। সোণালী সূতা বুলি কলেই মনলৈ আহে অসমৰ মুগা শিল্পৰ কথা। মুগা অসম আৰু…

ৰেল যাত্ৰাৰ কথা ভাবিছে নেকি, কেইবাখনো ৰেলৰ যাত্ৰা বাতিল

নিউজ ডেস্ক, ২৬ ফেব্ৰুৱাৰীঃ প্ৰতিদিনে ভাৰতীয় ৰে’লৱেৰ জৰিয়তে এখন চহৰৰ পৰা আন এখন চহৰলৈ লাখ লাখ যাত্ৰী যাত্ৰা কৰে। ভাৰতীয় ৰেলৱেই এই যাত্ৰীসকলৰ বাবে হাজাৰ হাজাৰ ৰে’ল চলায়। ৰেল যাত্ৰা আৰামদায়ক আৰু সুবিধাজনক। সেইবাবেই বেছিভাগ যাত্ৰীয়ে…