বিহুনৃত্যৰ তালে তালে কঁকাল ভাঙিলে বিদেশীয়ে
বিশেষ বাৰ্তা, ২৬ ফ্ৰেব্ৰুৱাৰীঃ অসমৰ চৰকাৰ উদ্যোগত গুৱাহাটীত আৰম্ভ হোৱা এডভান্টেজ আছাম ২.০ উপলক্ষে বিভিন্ন দেশৰ ৰাস্ট্ৰদূত সকল অসমত উপস্থিত হৈছে৷ ইয়াৰে ১৯খন দেশৰ ৰাষ্ট্ৰদূত শুৱালকুছি ইনষ্টিটিউটত অফ ফেশ্বন টেকন’লজি চমুকৈ ’চিফট’ প্ৰতিষ্ঠানত…