#AdvantageAssam2 : ৫০,০০০ কোটি বিনিয়োগৰ লক্ষ্য আদানি গ্ৰুপৰ
নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰীঃ আদানি গ্ৰুপে Aerocity, CGD, Cement আৰু অন্যান্য গুৰুত্বপূৰ্ণ ক্ষেত্ৰত বিস্তৃত অসমত ৫০০০০ কোটি বিনিয়োগ কৰিব। এই কথা ঘোষণা গৌতম আদানিৰ। তেওঁ লগতে কয় ভাইব্ৰেণ্ট গুজৰাটৰ পৰা আৰম্ভ হোৱা এই সকলো বিনিয়োগ সন্মিলন দেশৰ…