মেটেকা–প্লাষ্টিকৰ আৱর্জনাৰে ভৰিছে মৰা ভৰলু
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ ফেব্ৰুৱাৰীঃ ভৰলু নিষ্কাষণৰ বাবে গুৱাহাটী পৌৰ নিগমে বছৰ বছৰ ধৰি লাখ লাখ টকা ব্যয় কৰিছে যদিও এই ধনৰ সদব্যৱহাৰ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ জিএমচিএৰ একাংশ বিষয়া–কর্মচাৰীয়ে ভৰলুৰ আৱর্জনা নিষ্কাষণৰ ক্ষেত্রত কৰা…