নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ইউএভি দুৰ্যোগ পাইলট হিচাপে ইতিহাস ৰচনা দেৱাংগ শৰ্মাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ গুৱাহাটীৰ এজন দৃঢ়প্ৰতিজ্ঞ যুৱ অভিযন্তা অসমৰ প্ৰথমজন ইউএভি দুৰ্যোগ পাইলট হিচাপে ইতিহাস ৰচনা কৰিছে। ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটিৰ স্নাতক দেৱাংগ শৰ্মাৰ এই সফলতাই কঢ়িয়াই আনিছে গৌৰৱ। ২০২০ চনত ৰয়েল গ্ৰুপ অৱ…

সম্পাদকীয় : গাজা-ইউক্রেইনক লৈ ট্রাম্পৰ সিদ্ধান্ত

আমেৰিকাত ড’নাল্ড ট্রাম্পে ৰাষ্ট্রপতিৰ দায়িত্ব গ্রহণ কৰাৰ পিছত মধ্যপ্রাচ্যৰ সংকট আৰু ইউক্রেইন–ৰাছিয়া যুদ্ধই নতুন মোৰ লোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ ক্ষমতাত আৰোহণ কৰিয়েই ট্রাম্পে ঘোষণা কৰিছে যে গাজাৰ পৰা পেলেস্তাইনী লোকসকলক স্থানান্তৰ কৰি…

সমূহীয়াকৈ খেৰ কাটিলে তিনি সহস্ৰাধিকে, উপস্থিত ইছলাম ধৰ্মাৱলম্বীও

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : হাতত কাঁচি লৈ আজি ওলাই আহিল তিনি হাজাৰৰো অধিক বাপ-বান্ধৱ, আই-মাতৃ। আনকি ইছলাম ধৰ্মাৱলম্বী লোকো। শোণিতপুৰ জিলাৰ ৬৯নং নদুৱাৰ বিধানসভা সমষ্টিৰ অধীনৰ জামুগুৰিহাটত ২০২৬ বৰ্ষত অসমৰ জাতীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ…

চোৰাং কাঠভৰ্তি বাহন জব্দ, ঢকুৱাখনাত আৰক্ষীৰ অভিযান

নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : ঢকুৱাখনাত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। বন বিভাগৰ বৰমূ্ৰীয়াৰ দ্বায়িত্বজ্ঞানহীনতাত ঢকুৱাখনা উপ-খণ্ড বন কাৰ্যলয়ৰ অধীনস্থ ব্ৰহ্মপুত্ৰৰ চিচি-টেকেলিফুটা পথ-মথাউৰিৰে নিতৌ চোৰাং কাঠৰ সৰবৰাহ হোৱা ঘটনাই…

ডিক’ডিং জীৱন : তেওঁ যদি পাৰে, মই কিয় নোৱাৰোঁ?

ড০ পার্থসাৰথি মহন্ত তেওঁ যদি পাৰে, মই কিয় নোৱাৰোঁ? আমি প্রায়ে শুনো৷ বিভিন্ন সময়ত বিভিন্ন মানুহে বিভিন্ন ক্ষেত্রত আগবঢ়ায় এই একেটা যুক্তি৷ ‘অকাট্য’ বুলি ভবা এই যুক্তি৷ আমি নিজেও দিওঁ এই যুক্তি৷ বেছিভাগ সময়তে আমি পাহৰি যাওঁ যে নেতিবাচক কিবা…

চেম্পিয়নছ ট্ৰফী : মৰু চহৰত পাক বধ ৰোহিত বাহিনীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ আঠ বছৰ পূর্বে ইংলেণ্ডৰ অ’ভেলত চেম্পিয়নছ ট্রফীৰ ফাইনেলত ভাৰতক হৰুৱাই চেম্পিয়ন হৈছিল পাকিস্তান৷ ২০১৭ চনৰ সেই মেচৰ প্রতিশোধ ল’লে ভাৰতে৷ এই পৰাজয়ৰ ফলত চলিত চেম্পিয়নছ ট্রফীৰ পৰাই বাহিৰ হোৱাৰ উপক্রম হৈছে…

কলেষ্টেৰল–ডায়েবেটিছ এচিডিটীৰ ৮৪বিধ দৰব বিপজ্জনক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ এচিডিটী, কলেষ্টেৰল, ডায়েবেটিছ বা মধুমেহৰ দৰে ৰোগ নিয়ন্ত্রণত ৰাখিবলৈ বজাৰত যিবোৰ দৰব বিক্রী হৈ আছে, সেইবোৰ কিমান নিৰাপদ, তাক লৈ প্রশ্ণ উঠিছে৷ এই প্রশ্ন এইবাৰ তুলিছে খোদ কেন্দ্রীয় সংস্থা চেণ্ড্রেল…

অভিলেখ গঢ়াৰ লক্ষ্যৰে সৰুসজাইত আজি ‘ঝুমইৰ বিনন্দিনী’

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ চাহ জনগোষ্ঠীৰ চহকী সাংস্কৃতিক পৰম্পৰা বিশ্ব দৰবাৰত জনপ্রিয়কৰণৰ বাবে আজি গুৱাহাটীৰ সৰুসজাই ক্রীড়া প্রকল্পত অনুষ্ঠিত হ’ব ‘ঝুমইৰ বিনন্দিনী’ অনুষ্ঠান৷ দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত সন্ধিয়া…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৪ ফেব্রুৱাৰী, ফাগুন মাহৰ ১১ তাৰিখ সোমবাৰঃ তিথি– কৃষ্ণা একাদশী, নক্ষত্রঃ পূর্বাষাঢ়া, যাত্রাঃ নাই মেষঃ শুভ ৰং গেৰুৱা, সংখ্যা ৯৷ ব্যৱসায়ত লাভ কৰিব পাৰিব৷ চাকৰিৰ বাবে চেষ্টা কৰাসকলে ভাল খবৰ পাব৷ শিক্ষার্থীৰ বাধা আহিব পাৰে৷ বৃষঃ…