আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত উজলিল সত্ৰীয়া সংস্কৃতি
🔹 বিশ্বৰ ১৮খন দেশৰ প্ৰতিনিধি, গৱেষক-পণ্ডিতে দৰ্শন কৰিলে সত্ৰীয়া নৃত্য
বিশেষ বাৰ্তা, মাজুলী, ২৩ ফেব্ৰুৱাৰী : আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলিল অসমৰ সত্ৰীয়া সংস্কৃতি। বৈষ্ণৱ সংস্কৃতিৰ ধ্বজা উৰাই সীমাৰ পৰিধি ভাঙি সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ…