নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

সুকন্যা : অসমত আলোড়ন সৃষ্টিকাৰী সংগীত শিল্পী মর্মিতা মিত্রৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণঃ কুমুদ তালুকদাৰ ফোনঃ ৮৬৩৮৪–১৪৯৫৪ অতি কম দিনৰ ভিতৰতে অসমৰ সংগীত জগতত অতিশয় জনপ্রিয়তা অর্জন কৰিছে বংগ কন্যা মর্মিতা মিত্রই৷ অসমীয়া ভাষা শিকি অসমৰ বিভিন্ন প্রান্তত অসমীয়া গীত গাই অসমৰ দর্শক–শ্রোতাক মুগ্ধ কৰিছে মর্মিতাই৷ সুধাকণ্ঠ…

লিডুৰ পৰা দুই পৰিয়ালৰ তিনি যুৱতী নিৰুদ্দেশ

🔹 কৰ্মৰত ব্যৱসায়িক প্ৰতিষ্ঠানলৈ ওলাই যোৱাৰে পৰা সন্ধানহীন তিনিও নিয়মীয়া  বাৰ্তা, ২৪  ফেব্ৰুৱাৰী : মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত লিডুৰ পৰা দুই পৰিয়ালৰ তিনিগৰাকী যুৱতী ৰহস্যজনক নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটিত । যোৱা…

শুংসূত্ৰ নাই ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰযোজক-সম্পাদকৰ

🔹 থিয়েটাৰ আমন্ত্ৰণ কৰি চৰম অস্বস্তিত আহ্বায়ক  সমিতি নিয়মীয়া বাৰ্তা, ২৪ ফেব্ৰুৱাৰী : ১৯৬৩ চনত তেতিয়াৰ নলবাৰী আৰু বৰ্তমানৰ বজালী জিলাৰ পাঠশালাত প্ৰথম 'নটৰাজ থিয়েটাৰ'ৰ জন্ম হৈছিল। নটৰাজ থিয়েটাৰৰ জন্মৰ জৰিয়তে অসমত এক নতুন তথা অভূতপূৰ্ব নাট্য…

এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ১৮ মার্চ এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াৰ তৰফৰ পৰা বিভিন্ন পদত নিযুক্তিৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

৪৮ ঘণ্টাতে কর্মীৰ কামৰ হিচাপ লাগে মাস্কক

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ হঠকাৰীৰ সিদ্ধান্ত লোৱাৰ ‘খ্যাতি’ আছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ এইবাৰ ট্রাম্পৰ সংগী এলন মাস্কেও সেই পথ গ্রহণ কৰিছে৷ মার্কিন ৰাষ্ট্রপতিৰ অন্যতম উপদেষ্টা এলন মাস্কৰ নির্দেশ, ৪৮ ঘণ্টাৰ ভিতৰত…

ৰঙানদীৰ বক্ষত অবৈধ বালি খনন বালি মাফিয়াৰ

বিশেষ বাৰ্তা, ২৪ ফেব্ৰুৱাৰী: লখিমপুৰ জিলাৰ একাংশ নদ-নদীৰ বক্ষত সম্প্ৰতি অবাধে বালি খনন কার্য অব্যাহত আছে। এনে অবৈধ বালি কোৱেৰীবোৰৰ পৰা নিতৌ বহু ট্রেক্টৰে বালি সৰবৰাহ কৰি আহিছে যদিও প্রশাসন অথবা বন বিভাগে ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা…

কর্ণাটক-মহাৰাষ্ট্রৰ মাজত বন্ধ বাছসেৱা, উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ ভাষাক লৈ সৃষ্টি হোৱা দ্বন্দ্বৰ বাবে অনির্দিষ্ট কালৰ বাবে বন্ধ হ’ল কর্ণাটক–মহাৰাষ্ট্র মাজত বাছসেৱা৷ এখন বাছত এগৰাকী যাত্রীয়ে মাৰাঠী ভাষাত টিকট বিচাৰিছিল কণ্ডাক্টৰৰ পৰা৷ লক্ষণীয়ভাৱে কণ্ডাক্টৰে…

মহাকুম্ভলৈ গৈ পত্নীক হত্যা কৰি দিল্লীলৈ অকলে উভতিল স্বামী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ পত্নীক লৈ মহাকুম্ভলৈ গৈছিল৷ ত্রিবেণী সংগমত স্নান কৰাৰ উপৰি প্রয়াগৰাজৰ বিভিন্ন স্থান ভ্রমণ কৰিছিল দম্পতীয়ে৷ ছবি তুলি ছ’চিয়েল মিডিয়াত সেয়া পোষ্টো কৰিছিল৷ দেখিলেই ধাৰণা হ’ব যে সুখী দম্পতী৷ কিন্তু এইসকলৰ…

ছবিত অভিনয়ৰ প্রলোভন দি মুম্বাইত মহিলাক ধ*র্ষণ দুর্বৃত্তৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ চলচ্চিত্রত অভিনয়ৰ সুযোগ দিয়াৰ প্রতিশ্রুতি দি এগৰাকী মহিলাক একাধিকবাৰ ধর্ষণ কৰাৰ অভিযোগ উঠিছে এজন ব্যক্তিৰ বিৰুদ্ধে৷ অভিযুক্তক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ একেটা ঘটনাত নির্যাতিতা মহিলাৰ বান্ধৱীৰ বিৰুদ্ধেও…

শেষ ইচ্ছা অনুসৰি ভাৰতত সমাধিস্থ অষ্ট্রেলিয়ান ব্যক্তিৰ মৃতদেহ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ ফেব্ৰুৱাৰীঃ অষ্ট্রেলিয়াৰ এগৰাকী ব্যক্তিৰ ভাৰতৰ প্রতি আছিল দুর্বাৰ প্রেম৷ গতিকে তেওঁৰ মৃতদেহ ভাৰততেই সমাধিস্থ কৰিব লাগে বুলি ইচ্ছা প্রকাশ কৰিছিল৷ অৱশেষত সেই ইচ্ছা পূৰণ হ’ল ড’নাল্ড ছামছ নামৰ ৯১ বছৰীয়া ছিডনীৰ…