লাহোৰত বাজি উঠিল ভাৰতৰ জাতীয় সংগীত
🔹 চেম্পিয়নছ ট্ৰফীত অষ্ট্রেলিয়া–ইংলেণ্ডৰ মেচ
নিউজ ডেস্ক, ২৩ ফেব্রুৱাৰী : পাকিস্তানৰ আকাশ–বতাহ মুখৰিত কৰি বাজি উঠিল ভাৰতৰ জাতীয় সংগীত৷ পাকিস্তানৰ লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অকস্মাতে শুনা গ’ল ‘জন গণ মন...’৷ চেম্পিয়নছ ট্রফীত কালি লাহোৰত…